You don't have javascript enabled. Please Enabled javascript for better performance.

থলুৱা গছপুলি ৰোপণেৰে ভূমিস্খলন ৰোধ

Start Date: 30-06-2020
End Date: 31-12-2020

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
Control soil erosion by planting indigenous trees

মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান। বাৰিষাৰ লগে লগে অসমৰ বিভিন্ন ঠাইত মাটি খহি ব্যাপক হাৰত ভূমিস্খলন হোৱা দেখা যায়। বিশেষকৈ পাহাৰীয়া অঞ্চল আৰু নদীৰ দাঁতিকাষৰীয়া অঞ্চলত ভূমিস্খলনৰ মাত্ৰা বেছি। ঔদ্যোগিকীকৰণ, চহৰাঞ্চলৰ প্ৰসাৰ আদি বিভিন্ন কাৰকৰ প্ৰভাৱত গছ-গছনিৰ সংখ্যা হ্ৰাস পোৱাটো ভূমিস্খলনৰ এটা অন্যতম প্ৰধান কাৰক। আমি সকলোৱে গছপুলি ৰোপণৰ দ্বাৰা জৈৱে বৈচিত্ৰতাৰ ভাৰসাম্যতা ৰক্ষা কৰি ভূমিস্খলনৰ মাত্ৰাও নিয়ন্ত্ৰণ কৰিব পাৰোঁ।

যদিও ভূমিস্খলন এটা প্ৰাকৃতিক কাৰণ, তথাপি আমি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, পাহাৰীয়া ভূমি আদিত কিছুমান থলুৱা গছপুলি ৰুই ইয়াক নিয়ন্ত্ৰণ কৰিব পাৰো। এই গছ সমূহৰ শিপাসমূহে বাৰিষাকালত মাটিক স্খলন হোৱাৰ পৰা ৰক্ষা কৰিব পাৰে।

অসমৰ বিভিন্ন থলুৱা গছপুলিসমূহ ৰোপণ কৰি নদীৰ দাঁতিকাষৰীয়া অঞ্চল, কৃষিভূমি অথবা পাহাৰীয়া অঞ্চলৰ ভূমিস্খলন কেনেদৰে ৰোধ কৰিব পৰা যায় অথবা আপুনিও এনে কোনো উদ্যমৰ লগত জড়িত যদি মাই গভ অসমক আপোনাৰ বক্তব্য জনাওক। এই সম্পৰ্কে আমালৈ ফটোও প্ৰেৰণ কৰিব পাৰে। আপোনাৰ বক্তব্য আমালৈ প্ৰেৰণ কৰিব পাৰে তলত মন্তব্য আকাৰে।

সকলো মন্তব্য
Reset
120 তথ্য পোৱা গ’ল
16460

Swapan Roy 5 বছৰ 1 দিন পূৰ্বে

Know Ambubachi festival,it will lead the nation to stop soil erosion which is ccoming from Vedic age followed by our forefathers that not to dig or any type of harm to earth during Ambubachi festival,most scientific process adopted by our ancient , hence it is pride of Assam to teach the nation for soil erosion.

7700

NIPAN DAS 5 বছৰ 1 দিন পূৰ্বে

হয় মাটিয়েই হৈছে আমাৰ জীৱনধাৰণৰ বাবে মূল উপাদান | সেয়ে নিলিখাকৈ থাকিব নোৱাৰিলো, মোৰ ঘৰ হৈছে সমতল অঞ্চলত আৰু পদুলিমুখৰ ৰাজহুৱা পথৰ কাষেৰে বৈ গৈছে এখন সৰু নৈ | আৰু বাৰিষা কালত নৈৰ পানী বাঢ়ি যায় পথত খহনীয়াৰ সৃষ্টি হয় |
আমাৰ ঘৰৰ চৌহদত নিজে নিজেই গজালি ওলোৱা থলুৱা গছৰ পুলি যেনে আঁহত ইত্যাদি যি গছ ডাঙৰ হৈ চৌহদৰ পৰিবেশ বিনষ্ট কৰিব! (মনোভাৱ আছিল) সেয়ে প্ৰথমে কাটি পেলাই দিলো| কেইদিনমান পিছত দেখিলো গছজোপা পুনৰ ডাল পাত আহিছে, সেয়ে গছডাল উঠাই আনি নৈৰ পাৰত ৰোপন কৰি দিছিলো আজি ৩ বছৰমান হল গছজোপা ডাঙৰ

16460

karpaganathan 5 বছৰ 1 দিন পূৰ্বে

Soil erosion is the major cause for deforestation.it leads to many of the tragic incidents.be aware of the forestation. Forest is the essential one for all. We take all with trees. So be aware of forestation.forest are also the barrier for the nation.planting trees is the only way to be get rain. So reduce the causes of soil erosion

24750

Dwarika Prasad Patel 5 বছৰ 1 দিন পূৰ্বে

नदी अपना रास्ता खुद बना लेती है अर्थात मिट्टी का कटाव करने में नदियां ज्यादा सक्षम हैं।इसे रोका नहीं जा सकता लेकिन नदी किनारे मिट्टी के कटाव को कम करने का उपाय किया जा सकता है। नदी के जल में ठहराव लाने और प्रवाह को कम करने के लिए नदी में जगह जगह चेक डैम बनाने चाहिए। इसका एक फायदा यह होगा जो नदियां उपजाऊ मिट्टी को बहाकर समुद्र तल में ले जाती है, वह मिट्टी चेक डैम के पास दल-दल के रूप में जमा हो जाएगी।उर्वरा शक्ति से भरे इस मिट्टी का इस्तेमाल लोग अपने कृषि कार्यों में कर सकते हैं।

161730

Jyotiska boruah 5 বছৰ 1 দিন পূৰ্বে

গ্ৰাম্য অঞ্চলত কৃষিয়েই প্ৰধান ৷ গাঁও অঞ্চলত প্ৰতিজন ব্যক্তিয়েই অৰ্থনৈতিক ভাৱে স্বাৱলম্বী হৱ পৰা আঁচনিৰ প্ৰয়োজনীয়তা আহি পৰিছে ৷ গ্ৰাম্য অঞ্চলত উৎপাদন হৱ পৰা সকলো কৃষি জাত সম্পদকে ধৰি অন্যান্য গ্ৰাম্য থলুৱা সামগ্ৰী উৎপাদিত সামগ্ৰীৰে স্বাৱলম্বীতাৰ বিভিন্ন দিশ সমূহৰ ওপৰত পৰিকল্পিত আঁচনিৰ জৰিয়তে একো একোখন বজাৰৰ লগতে উচিত মূল্য নিৰ্ধাৰণৰ প্ৰয়োজনীয় পদক্ষেপ ললে গ্ৰাম্য অৰ্থনিতীত টনকিয়াল হৱ পাৰিম ৷ লগতে জৈৱ বৈচিত্ৰতাও ধৰি ৰাখিৱ পাৰিম ৷

24750

Dwarika Prasad Patel 5 বছৰ 1 দিন পূৰ্বে

हमें ऐसे उपाय अपनाने चाहिए जिससे अर्थ और सुरक्षा दोनों प्राप्त हो। अर्थात आमदनी के साथ साथ मिट्टी के कटाव को भी रोका जा सके।(१) किसानों को मौसम चक्र के अनुसार खेतों और उपजाऊ जमीनों पर फसलों की खेती करना चाहिए।(२) पथरीली और कम उपजाऊ जमीन में पशुओं के लिए चाराघास पैदा करना चाहिए।(३) पहाड़ी ढलान वाली क्षेत्र में बांस लगाएं।(४) चाय की खेती करें। कुलमिलाकर कहा जाय धरती में खाली क्षेत्र हरा भरा नज़र आना चाहिए। जिससे वातावरण शुद्ध होगा, मिट्टी का कटाव कम होगा और ग्लोबल वार्मिंग का खतरा भी कम होगा।