You don't have javascript enabled. Please Enabled javascript for better performance.

ডাইনী হত্যা প্ৰতিৰোধী আইনৰ সজাগতা বৃদ্ধি সন্দৰ্ভত নাগৰিকৰ মতামত আহ্বান

Start Date: 19-07-2018
End Date: 31-07-2021

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ডাইনী সন্দেহত নিৰীহ লোকৰ হত্যা, সমাজৰ বাবে এক অতি অমানৱীয় আৰু ঘৃণনীয় কাম। ডাইনী হত্যাৰ নামত অন্ধবিশ্বাস আৰু কু-সংস্কাৰৰ বলি হৈ বহু নিৰীহ লোকে ইতিমধ্যে প্ৰাণ দিছে। এই ঘৃণনীয় কাৰ্য ৰোধ কৰাৰ বাবে অসম চৰকাৰে প্ৰস্তুত কৰা অসম ডাইনী হত্যা প্ৰতিৰোধী বিল ২০১৫, এক আইনত পৰিণত হোৱাৰ দুৱাৰ মুকলি হ’ল।
শেহতীয়াকৈ ভাৰতৰ মাননীয় ৰাষ্ট্ৰপতি শ্ৰীযুত ৰাম নাথ কোৱিন্দ ডাঙৰীয়াই ‘অসম ডাইনী হত্যা (নিষিদ্ধকৰণ, প্ৰতিৰোধ আৰু সুৰক্ষা) বিল ২০১৫’ খনত অনুমোদন প্ৰদান কৰে। বিলখন অনুমোদন হোৱাৰ লগে লগে ই আইনত পৰিণত হোৱাৰ বাট মুকলি হ’ল। এই আইনৰ আধাৰত অভিযুক্তৰ বাবে জামিনবিহীন কঠোৰ শাস্তিৰ ব্যৱস্থা আছে।
এই আইনৰ আধাৰত অভিযুক্ত কোনো ব্যক্তি দোষী সাব্যস্ত হ’লে ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩০২ ৰ অধীনত ৭ বছৰলৈ কাৰাবাস আৰু ৫ লাখ টকা পৰ্যন্ত জৰিমনা বিহা হ’ব পাৰে।
‘জনতাৰ চৰকাৰ MyGov Assam’ য়ে অসমৰ জনসাধাৰণৰ মাজত এই আইনৰ সজাগতা কিদৰে বঢ়াব পৰা যায়, এই বিষয়ে মতামত তথা দিহা পৰামৰ্শ বিচাৰিছে। অসমৰ সকলো প্ৰান্তত এই আইনৰ গুৰুত্ব বৃদ্ধি কৰাৰ ক্ষেত্ৰত আপোনাৰ পৰামৰ্শ আমাক জনাবলৈ অনুৰোধ জনালো।

সকলো মন্তব্য
Reset
27 তথ্য পোৱা গ’ল
43110

Dr Barindra Das 4 বছৰ 1 সপ্তাহ পূৰ্বে

জয়জয়তে ডাইনী হত্যা প্ৰতিৰোধী বিল ২০১৫ৰ বাবে অসম আৰু ভাৰত চৰকাৰলৈ কৃতজ্ঞতা জ্ঞাপন কৰিলো, কিন্তো কথা হ’ল ঘটনা এটা ঘটি যোৱাৰ পাচতহে আইন এখনে সহায় কৰিব, কিন্তু আমাৰ প্ৰয়োজন ঘটনাতো ঘটাৰ আগে আমি ৰুধ কৰিব লাগিব, ইয়াৰ বাবে প্ৰথম কথা হ’ল আৰক্ষী বিভাগৰ দ্বাৰা সজাগতা মুলক সভা বিশেষকৈ বাটৰ নাট গাঁও অঞ্চলত পাতিব লাগিব। ভুত প্ৰ্ৰেত সম্পৰ্কীয় কাল্পনিক কাহিনীৰ যি দৰে প্ৰচলন আছে ভুত প্ৰেত ডাইনী নাই বা সেই বোৰক নাই বুলি চেলেঞ্জ কৰাৰ কাহিনী প্ৰচাৰ কৰিব লাগিব, তেনে সাহ সী ব্যক্তিক নিৰ্বাচন কৰি পুৰস্কৃত কৰিব পাৰি।

4460

GAUTAM BIKASH MECH 4 বছৰ 2 হিচাপপূৰ্বে

Witch hunting is specific to only areas with low economic development. It's futile to raise awareness or educate people wwith strong believe in superstitions. Only economic development can stop evils like witch hunting as it will propagate exposer and modern thoughts among people.

769730

JAYANTA TOPADAR 4 বছৰ 3 হিচাপপূৰ্বে

Right education is the only means to stop witch hunting.Humanity needs a light of the right thought and the right attitude to have a clear picture of the actual facts and truth. We human beings ought to be aware of the diversity of education in everyone's life. Wrong beliefs and practices must be removed from the mind and the concept of right education must be awakened within.

667380

ABHIJIT KUMAR BARAL 4 বছৰ 10 হিচাপপূৰ্বে

Witch hunting is one of the pathetic and inhuman approach towards society. Government should strengthen local youth, SHGs and other stakeholders to awaring the facts and prejudice behind the malpractices. Regular awareness camping may lead to a safer world.

769730

JAYANTA TOPADAR 5 বছৰ 3 সপ্তাহ পূৰ্বে

Sir,
The Details of the Assam Witch Hunting(Prohibition,Prevention and Protection) Bill need to be circulated to the general people, especially in the remote rural regions. TV ads, Promotional videos, Short Films, Children's Films, Documentaries, Online Group Discussions, Debates, Talk Shows & Opinion Polls etc. Online Drawing Competitions may be held. People need to refer to valuable books, research papers & seminar papers on the negatives of Witch Hunting. Let's Educate them truly!

649080

PROSHANTA PURKAYASTHA 5 বছৰ 1 monthপূৰ্বে

To create awareness on the issue local leaders, education is the, non governmental organisation, youth clubs as well as well local administration should discuss the issues in those areas where these incidents occurred earlier. Education and high awareness level on the issue will definitely help to curb the social menace. Student organisations can play instrumental role in this regard.