You don't have javascript enabled. Please Enabled javascript for better performance.

জৈৱ-বৈচিত্ৰতাৰ সংৰক্ষণৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 22-05-2018
End Date: 10-06-2019

পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ এতিয়া এক ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষাৰ বাবে জৈৱ বৈচিত্ৰতাৰ সংৰক্ষণ এতিয়া এক সময়ৰ আহ্বান। চকুৰে মনিব নোৱাৰা সূক্ষ্ম জীৱৰ পৰা আৰম্ভ কৰি বিভিন্ন প্ৰাণী, উদ্ভিদ আৰু আমাৰ পৰিৱেশতন্ত্ৰৰ সমষ্টিয়েই হৈছে জৈৱ-বৈচিত্ৰতা। ক্ৰমান্বয়ে বাঢ়ি অহা জনসংখ্যা, পৰিৱেশ প্ৰদূষণ, প্ৰাকৃতিক সম্পদ ধ্বংস, গোলকীয় উষ্ণতা বৃদ্ধি আদিয়ে পৰিবেশ ভাৰসাম্যতা ৰক্ষাত বিৰূপ প্ৰভাৱ পেলাইছে।

প্ৰায় ২৮৪ বিধ উদ্ভিদ ঘোৰ সংকটজনক (critically endangered), ১৪৯ বিধ প্ৰজাতি বিপন্ন (endangered), ৫৮ বিধ প্ৰজাতি অসুৰক্ষিত (vulnerable) আৰু ১৩ বিধ প্ৰজাতি সংকটাসন্ন (near threatened) হিচাবে চিহ্নিত কৰা হৈছে। অসমৰ চহকী জৈৱ বৈচিত্ৰলৈও আহিছে ভাবুকি, যাৰ ফলত বহু প্ৰজাতিৰ জীৱৰ সংখ্যা দ্ৰুতগতিত হ্ৰাস পাই আহিছে।

জৈৱ-বৈচিত্ৰতাৰ বহনক্ষম ধাৰাটোক অটুট ৰাখিবলৈ আৰু জীৱকুলক ৰক্ষা কৰিবলৈ আমি সকলোৱে পৰিৱেশৰ প্ৰতি সজাগ হোৱাটো খুবেই প্ৰয়োজন।
আমাৰ চহকী জৈৱ বৈচিত্ৰতা ৰক্ষাৰ ক্ষেত্ৰত মাই গভ্‍ অসমে অসমৰ ৰাইজৰ পৰা বিচাৰিছে বিভিন্ন দিহা –পৰামৰ্শ।

সকলো মন্তব্য
Reset
11 তথ্য পোৱা গ’ল
220

Sohail Mazumdar 5 বছৰ 4 হিচাপপূৰ্বে

Shifting to electric vehicles to reduce pollution. Introduction of Green Number plates in conjunction with transport departments, which will have zero regd costs. Also inviting EV manufactures to sell EVs for commercial and private use in Assam. It will make Assam the first state to actively control pollution which is harmful to the Bio Diversity

672800

Ramakrishna Lakshmanan 5 বছৰ 8 হিচাপপূৰ্বে

Awareness about the need to preserve and conserve biodiversity need to be created. Awareness camps may be held across the state for this purpose. tours to sanctuaries and visits to zoos may be conducted of facilitated to promote awareness about endangered species and the need to save them. Schools and colleges may be asked to organize trips to zoos and sanctuaries to promote, inculcate students and create a sense of responsibility towards preservation and conservation of state's biodiversity.

2410

Dhrubajyoti Kalita 5 বছৰ 9 হিচাপপূৰ্বে

১) স্থানীয় পৰিৱেশত পোৱা সম্পদসমূহ বহনক্ষমভাবে ব্যৱহাৰ কৰি অসমত মানুহে গঢ়ি তুলিব পৰা বৃত্তিবোৰৰ চিনাক্ত কৰাৰ লগতে সেই বিষয়ে জনসাধাৰণক অৱগত কৰাব লাগে।
২) জীৱ বৈচিত্ৰৰ ক্ষতিৰ পৰা ভৱিষ্যতে ঘটিব পৰা দুৰ্যোগবোৰৰ বিষয়ে জনসাধাৰণক স্পষ্ট আৰু বিশদভাবে অৱগত কৰাব লাগে।
৩) স্থানীয় পৰ্যায়ত জীৱবৈচিত্ৰ্যৰ প্ৰতিপালন আৰু উন্নয়নৰ প্ৰাথমিক ব্যৱস্থাবোৰৰ বিষয়ে ৰাজহুৱা কৰ্মী গোট গঠন কৰাৰ লগতে প্ৰয়োজনীয় প্ৰশিক্ষণ দিয়াৰ ব্যৱস্থা কৰিব লাগে।

293010

Dr Krishajit Baruah 5 বছৰ 10 হিচাপপূৰ্বে

জৈবিক আবর্জনা আমাদের জন জীবন কে বিশেষ ভাবে প্রভাবিত করিয়া আসিতেছে এবং চিকিৎসা সেবায় ব্যবহৃত সামগ্রীর আবর্জনা আমাদের শরীরে না না ধরনের রোগ সংক্রমিত হইতে রক্ষা করিবার উদ্দ্যেশে সরকারী কতৃপক্ষ ও জন সাধারন সজাগ হইলে আমরা সুস্থ জীবন যাপন করিতে সক্ষম হইবো। অতএব পূর্ব উল্লেখিত কথাগুলো গরুত্ব সহকারে গ্রহন করিয়া অয়ম সরকার উপযুক্ত উপায় অবলম্বন করিবার জন্য আবেদন করিতেছি।

293010

Dr Krishajit Baruah 5 বছৰ 10 হিচাপপূৰ্বে

চিকিৎসা সেবায় ব্যবহৃত সামগ্রীর আবর্জনা যেমন বেজীর বটল,সিরিন্জ,সুই,অস্ত্র উপচার করার পর জীব দেহের অংশ ইত্যাদি, যাহাতে জন বহুল অঞ্চল নদী নর্দমা ইত্যাদি যায়গায় না ফেলে সেই সকল সামগ্রী উপযুক্ত ব্যক্তি বা ব্যক্তি বিশেষের প্রত্যক্ষ ভাবে দ্রব্য গুলি নষ্ট করিবার উপায় রূপায়ণ করা। যাহাতে কোনো পশু পক্ষী বা জীবের সংস্পর্শে না আসে ও কোনো মানব বা পশু পক্ষী নদী বা নর্দমার জল পান করিবার পর রোগ সংক্রমিত হইতে দূরে সরিয়া থাকিতে পারে।