You don't have javascript enabled. Please Enabled javascript for better performance.

গ্ৰাম্য পৰ্যটনৰ বিকাশৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 06-07-2017
End Date: 31-01-2021

নতুন নতুন ঠাই পৰিভ্ৰমণ কৰাৰ হাবিয়াস মানুহৰ এক সহজাত প্ৰবৃত্তি। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

নতুন নতুন ঠাই পৰিভ্ৰমণ কৰাৰ হাবিয়াস মানুহৰ এক সহজাত প্ৰবৃত্তি। সময়ৰ লগে লগে পৰ্যটন ক্ষেত্ৰসমুহেও গুৰুত্ব লাভ কৰি আহিছে। ভাৰতৰ লগতে বৰ্তমান অসমৰ পৰ্যটন ক্ষেত্ৰখনো এক আকৰ্ষণৰ স্থলী হিচাবে পৰিগণিত হৈছে।

প্ৰতিবছৰে এক বৃহৎসংখ্যক লোক অসমলৈ ফুৰিবলৈ আহে। কিন্তু অসমৰ গ্ৰাম্যাঞ্চল সমূহৰ এতিয়াও প্ৰসাৰ আৰু প্ৰচাৰ ঘটাবলৈ যথেষ্ট কৰণীয় আছে। গ্ৰাম্য পৰ্যটন বৰ্তমান সমগ্ৰ বিশ্বতে পৰ্যটনৰ এক জনপ্ৰিয় মাধ্যম। অসমৰ গ্ৰামাঞ্চলৰ সুন্দৰ প্ৰাকৃতিক পৰিৱেশ, খেতি পথাৰ, গ্ৰাম্য জীৱন প্ৰণালী, বিভিন্ন জনজাতীয় কৃষ্টি- সংস্কৃতি এই সকলোবোৰ পৰ্যটকৰ আকৰ্ষণৰ কেন্দ্ৰবিন্দু হোৱাৰ যথেষ্ট থল আছে। সেইবাবে অসমৰ পৰ্যটন অৰ্থনীতি, নিয়োগ আৰু আয় বৃদ্ধিৰ ক্ষেত্ৰত গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰৰ প্ৰয়োজনীয়তা আছে।

জনতাৰ চৰকাৰ মাই গভ অসমে জনসাধাৰণৰ পৰা গ্ৰাম্য পৰ্যটনৰ প্ৰসাৰ আৰু বিকাশ সাধন কৰাৰ ক্ষেত্ৰৰ মতামত আৰু দিহা- পৰামৰ্শ কামনা কৰিছে।

সকলো মন্তব্য
#RuralTourismAssam #BeautyOfAssam #EthnicAssam
Reset
20 তথ্য পোৱা গ’ল
6140

Debraj Dey 6 বছৰ 7 হিচাপপূৰ্বে

For rural tourism,it is very much essential to be a good transport network i.e road networks from City.The people of rural should be given license to sell liquor like in Goa and also encourage the rural people to go for green revolution along with proper sanitation system at Assam.Rain water harvesting should also another factor to attract the tourist who can come to Assam for forest travelling.

3430

Bijit Kumar Dutta 6 বছৰ 7 হিচাপপূৰ্বে

Supporting #IY2017 #travelenjoyrespect we are going to discuss on "Role of Sustainable Agriculture in Tourism" on this World Tourism Day 2017, 27 Sept. Join Us here
http://wtd.unwto.org/content/bijitduttacom-annapurna-seed-library-presen...

4350

Jugal Mahanta 6 বছৰ 7 হিচাপপূৰ্বে

Call the village head man.Each village is different from other.Each tourist is different from the other.Target village target tourist should be the approach.
Example:
1. Satra in Majuli can be spiritual village,where people with interest in culture and heritage will visit,to see satriya dance,bhaowna and hear nam prasang.
2. Mirri Missing village can be developed for people who want to taste of Assam,commercial establishment sailing traditional wine and smoked stuff
3. Tea Garden ..

2410

Dhrubajyoti Kalita 6 বছৰ 8 হিচাপপূৰ্বে

যিহেতু এহাতে অসম চৰকাৰৰ অধীনস্থ অসম পৰ্যটন নিগমে অসমৰ পৰ্যটন সম্পৰ্কীয় বিকাশৰ কামৰ গুৰি ধৰি আছে, আনহাতে অৰ্থনীতি আৰু পৰিসংখ্যা সঞ্চালকালয়, অসমে ৰাজ্যিক পৰ্যায়ত আৰ্থ-সামাজিক তথ্য সংগ্ৰহৰ কাম কৰি আছে, সেয়েহে দুয়োটা বিভাগে উমৈহতীয়া প্ৰচেষ্টাৰে গ্ৰাম্য পৰ্যটন বিষয়ক জৰীপ চলোৱাৰ কথা চিন্তা কৰিব পাৰে। এই ক্ষেত্ৰত বিশ্ববিদ্যালয়-মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলকো (বিশেষকৈ ভূগোল, নৃতত্ব, পৰিৱেশ, বাণিজ্য আৰু অৰ্থনীতি শাখাৰ ছাত্ৰ-ছাত্ৰী) স্থানীয় পৰ্যায়ত জড়িত কৰিব পাৰিলে অতি ভাল ফল পোৱাৰ পূৰ্ণ সম্ভাৱনা আছে।

2410

Dhrubajyoti Kalita 6 বছৰ 8 হিচাপপূৰ্বে

১)গাঁওৰ ৰাইজক সজাগ কৰাৰ লগতে প্ৰাথমিক আভাস দিয়াৰ বাবে গ্ৰাম্য পৰ্যটন বিষয়ক সহজ-সৰল ভাষাত পুস্তিকা এখন প্ৰকাশ কৰি গ্ৰামাঞ্চলত বিতৰণ কৰিব পাৰি (অতি কম মূল্যত)।
২) পৰ্যটন আৰু গ্ৰাম্য পৰ্যটন সম্পৰ্কীয় পাঠ স্কুলীয়া পৰ্যায়ৰ পৰাই প্ৰৱৰ্তন কৰিব লাগে।
৩)অসমৰ সকলোবোৰ ঠাইত থকা পৰ্যটনৰ আকৰ্ষণীয় বিষয় আৰু স্থানবোৰ জৰীপৰ সহায়ত চিনাক্ত কৰাৰ লগতে শ্ৰেণীৱদ্ধভাবে লিপিৱদ্ধ কৰি উলিয়াব লাগে। তাৰ পিচত সেইবোৰ তথ্যৰ ভিত্তিত পৰিকল্পনা প্ৰস্তুত কৰিব লাগে।

9190

Dr Badal Kumar Sen 6 বছৰ 8 হিচাপপূৰ্বে

As an attractive tourist spot both the sides of newly constructed road at Dibrugarh dike be dressed with commercial floriculture and seasonal fruit culture such as banana,annanas,litchi,orange etc.These may be done through leasing at least 2 bighas of such land to 1 unemployed youth along with capital and technological support on profit sharing principle.However the necessary skill may be taken from agriculturist.