You don't have javascript enabled. Please Enabled javascript for better performance.

কন্যা শিশুৰ ক্ষেত্ৰত এক সবল সামাজিক স্থিতি গঢ়ি তোলাৰ উদ্দেশ্যে পৰামৰ্শৰ আহ্বান

Start Date: 22-01-2019
End Date: 31-12-2022

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে সেই সময়তে কিন্তু সেই একেখন সমাজতেই আন একাংশই কন্যা শিশু জন্ম হোৱাটো এক অভিশাপ ৰূপে গণ্য কৰি আহিছে। যুগ যুগ ধৰি আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে মহিলাৰ পৰিৱৰ্তে পুৰুষক প্ৰাধান্য তথা অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাই মহিলাসকলক বিভিন্ন ক্ষেত্ৰত অৱহেলিত হিচাবে গণ্য কৰা দেখা যায়। ভ্ৰূণ হত্যা, শাৰীৰিক আৰু মানসিক নিৰ্যাতন, লিংগ বৈষম্য আদি সমাজৰ ব্যাধিসমূহৰ বাবে এতিয়াও আমাৰ সমাজখন বিভিন্ন ক্ষেত্ৰত পিছপৰি ৰৈছে। এনে পৰিপ্ৰেক্ষিতত এক সুস্থ বাতাবৰণ সৃষ্টিৰে কন্যা শিশুসকলৰ উপযুক্ত সুৰক্ষা প্ৰদান কৰাটো এগৰাকী সচেতন নাগৰিক হিচাবে আমাৰ প্ৰত্যেকৰে প্ৰধান দায়িত্ব হোৱা উচিত। উপযুক্ত শিক্ষা প্ৰদানেৰে প্ৰতিগৰাকী কন্যা শিশুক একো একোগৰাকী সু- নাগৰিক ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়ৱদ্ধ হোৱাতো সময়ৰ এক আহ্বান।

“ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস” উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্‍ অসমে নিম্ন উল্লেখিত দিশসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছে।

• কন্যা শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সামাজিক দায়ৱদ্ধতা
• কন্যা শিশুৰ অধিকাৰ, আশা-আকাংক্ষা পূৰণ আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি
• কন্যা শিশুৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত সমাজৰ স্থিতি

তলত মন্তব্য হিচাবে আপোনাৰ মতামত সমূহ আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
397 তথ্য পোৱা গ’ল
1366560

Shashi bhushan singh chauhan 3 বছৰ 6 হিচাপপূৰ্বে

महिलाओं को उच्च शिक्षा संस्थानों में बिना किसी मेरिट या कटऑफ लिस्ट में शामिल किया जाना चाहिए ,ताकि सभी महिलाएं को उच्च शिक्षा का अवसर प्राप्त हो ।

4900

vishalsoni 3 বছৰ 7 হিচাপপূৰ্বে

नीचे दिए गए सभी भारत सरकार की सूचि के अंतर्गत है
SSMMS: https://jnvdausa.org/ssmms-online-ts-sand-booking/
RNFI: https://jnvdausa.org/rnfi/
Himkosh: https://jnvdausa.org/himkosh
BSF Pay Slip: https://jnvdausa.org/bsfpay/
IFHRMS: https://jnvdausa.org/ifhrms-login/
JNVST Admit Card: https://jnvdausa.org/jnvst-admit-card/
JNVST Result 2021 – Class 6: https://jnvdausa.org/navodaya-class-6-result/

6580

Monuranjansaikia 3 বছৰ 8 হিচাপপূৰ্বে

বৰ্তমান সময়ত কন্যা শিশুৰ ক্ষেত্ৰত সবল সামাজিক স্থিতি গঢ় লৈ উঠাৰ ক্ষেত্ৰত মনযোগ দিয়াটো বৰ প্ৰয়োজনীয়তা আহি পৰিছে।এই ক্ষেত্ৰত চৰকাৰৰ কিছুমান কঠোৰ পদক্ষেপৰ প্ৰয়োজনীয়তা আছে যেনে শিশু কন্যা বিবাহ,শিশু শ্ৰম ক্ষেত্ৰত কঠোৰ আইন প্ৰণয়ন।শিক্ষাৰ ক্ষেত্ৰটো দশম মান শ্ৰেণীলৈকে পঢ়াটো বাধ্যতামূলক লগতে বাহ্যিক খেলা ধূলাৰ ক্ষেত্ৰত আগ্ৰহৰ সৃষ্টি কৰা,এইক্ষেত্ৰত পিতৃ-মাতৃৰ লগতে শিক্ষা গুৰুৰ অৱদান লাগিব।আনফালে সামাজিক মাধ্যমত মানুহৰ মাজতো সজাগতাৰ সৃষ্টি কৰাটো প্ৰয়োজনীয়তা আছে, সকলোবোৰ বিষয় বুজিব পাৰিলেহে এখন সবল সামাজিক

43110

Dr Barindra Das 3 বছৰ 11 হিচাপপূৰ্বে

প্ৰথম কথা হ’ল, এইটো অতি গৌৰবৰ কথা যে আমাৰ অসমত ভাৰতৰ অন্য প্ৰান্তৰ দৰে কন্যা শিশুৰ নিৰাপত্তাহীনতা বা অধিকাৰৰ বিশেষ প্ৰভাৱ কম, তথাপি এই ক্ষেত্ৰত প্ৰথম কথাতো হ’ল প্ৰতিগৰাকী মাতৃ শিক্ষিত হবই লাগিব, আৰু শিশুৰ বিকাশৰ প্ৰথম ভাৰ মাতৃ গৰাকীৰ, এগৰাকী সজ মাতৃয়েহে সমাজৰ ভাৰ লব পাৰে, অধিকাৰ, আশা আকাংখাৰ খেত্ৰত সজ চৰিত্ৰ, শাৰিৰীক শিক্ষা, অতি প্ৰাকৃতিক পৃথিৱীখনৰ পৰা আতঁৰাই বাস্তৱ জগত খনৰ সম্পৰ্কে সজাগ কৰাৰ দায়িত্ৰ মাতৃ গৰাকীৰ. নিৰহংকাৰেৰে সজ মাতৃয়ে স্জ শিশুৰ, পুৰুষেই হওক বা কন্যায়েই হওক গঢ় দিব লাগিব।

769610

JAYANTA TOPADAR 4 বছৰ 1 monthপূৰ্বে

Undoubtedly, every girl child in this world must get her right to freedom in every stage of her individual life. She must be given an opportunity to live life with utmost joy and happiness!There ought not to be any worthless discrimination or difference in behaviour--there must be justice to every girl child's life in this world. A girl child is the future mother and the nurturer of a new life. After being born on this beautiful earth,no girl child must be termed as a burden.