You don't have javascript enabled. Please Enabled javascript for better performance.

কন্যা শিশুৰ ক্ষেত্ৰত এক সবল সামাজিক স্থিতি গঢ়ি তোলাৰ উদ্দেশ্যে পৰামৰ্শৰ আহ্বান

Start Date: 22-01-2019
End Date: 31-12-2022

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

যিসময়ত সমাজৰ মহিলাই অসীম ধৈৰ্য, সাহস আৰু একাগ্ৰতাৰে বিভিন্ন দিশত পাৰদৰ্শিতা প্ৰদৰ্শনেৰে এক সুকীয়া পৰিচয় লাভ কৰিবলৈ সক্ষম হৈছে সেই সময়তে কিন্তু সেই একেখন সমাজতেই আন একাংশই কন্যা শিশু জন্ম হোৱাটো এক অভিশাপ ৰূপে গণ্য কৰি আহিছে। যুগ যুগ ধৰি আমাৰ সমাজৰ সকলো ক্ষেত্ৰতে মহিলাৰ পৰিৱৰ্তে পুৰুষক প্ৰাধান্য তথা অগ্ৰাধিকাৰ দিয়াৰ মানসিকতাই মহিলাসকলক বিভিন্ন ক্ষেত্ৰত অৱহেলিত হিচাবে গণ্য কৰা দেখা যায়। ভ্ৰূণ হত্যা, শাৰীৰিক আৰু মানসিক নিৰ্যাতন, লিংগ বৈষম্য আদি সমাজৰ ব্যাধিসমূহৰ বাবে এতিয়াও আমাৰ সমাজখন বিভিন্ন ক্ষেত্ৰত পিছপৰি ৰৈছে। এনে পৰিপ্ৰেক্ষিতত এক সুস্থ বাতাবৰণ সৃষ্টিৰে কন্যা শিশুসকলৰ উপযুক্ত সুৰক্ষা প্ৰদান কৰাটো এগৰাকী সচেতন নাগৰিক হিচাবে আমাৰ প্ৰত্যেকৰে প্ৰধান দায়িত্ব হোৱা উচিত। উপযুক্ত শিক্ষা প্ৰদানেৰে প্ৰতিগৰাকী কন্যা শিশুক একো একোগৰাকী সু- নাগৰিক ৰূপে গঢ় দিয়াৰ ক্ষেত্ৰত আমি প্ৰত্যেকেই দায়ৱদ্ধ হোৱাতো সময়ৰ এক আহ্বান।

“ৰাষ্ট্ৰীয় কন্যা শিশু দিৱস” উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্‍ অসমে নিম্ন উল্লেখিত দিশসমূহৰ ক্ষেত্ৰত জনসাধাৰণৰ পৰামৰ্শ বিচাৰিছে।

• কন্যা শিশুৰ সৰ্বাংগীন বিকাশৰ ক্ষেত্ৰত সামাজিক দায়ৱদ্ধতা
• কন্যা শিশুৰ অধিকাৰ, আশা-আকাংক্ষা পূৰণ আদিৰ ক্ষেত্ৰত সজাগতা সৃষ্টি
• কন্যা শিশুৰ নিৰাপত্তা সুনিশ্চিতকৰণৰ ক্ষেত্ৰত সমাজৰ স্থিতি

তলত মন্তব্য হিচাবে আপোনাৰ মতামত সমূহ আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
Reset
397 তথ্য পোৱা গ’ল

user 4 বছৰ 2 দিন পূৰ্বে

I totally agree with this.

संविधान की 5 & 6 अनुसूची के अनुसार आसाम के बालक व बालिकाओ का समग्र विकास करने हेतु योजनाएँ बनाकर उन्हे क्रियान्वयन करनी चाहिए।
https://www.gethindihelp.com/2022/05/Vegetables-Name-in-Hindi-and-Englis...

And

https://www.gethindihelp.com/2022/05/Paryayvachi-shabd-in-hindi.html

Rajeev kumar 4 বছৰ 2 সপ্তাহ পূৰ্বে

संविधान की 5 & 6 अनुसूची के अनुसार आसाम के बालक व बालिकाओ का समग्र विकास करने हेतु योजनाएँ बनाकर उन्हे क्रियान्वयन करनी चाहिए।
I totally agree

https://www.gethindihelp.com/2022/04/months-name-in-hindi-and-english.html

Hanwant Singh Rathore 4 বছৰ 2 সপ্তাহ পূৰ্বে

संविधान की 5 & 6 अनुसूची के अनुसार आसाम के बालक व बालिकाओ का समग्र विकास करने हेतु योजनाएँ बनाकर उन्हे क्रियान्वयन करनी चाहिए

Hanwant Singh Rathore 4 বছৰ 2 সপ্তাহ পূৰ্বে

सतत विकास लक्ष्यों मे शिक्षा व लैंगिक समानता को ध्यान मे रखते हुए इनके लिए विजन @2047 बनाना चाहिए जो इनके समग्र विकास को कर सके