You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ মাতৃৰ সৈতে স্মৰণীয় মূহুৰ্ত

Start Date: 08-05-2018
End Date: 13-05-2018

এটা শিশুক অশেষ কষ্টেৰে তুলি-তালি ডাঙৰ দীঘল কৰে এগৰাকী মাতৃয়ে। জীৱনৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

এটা শিশুক অশেষ কষ্টেৰে তুলি-তালি ডাঙৰ দীঘল কৰে এগৰাকী মাতৃয়ে। জীৱনৰ প্ৰথম পাঠদান কৰে এগৰাকী মাতৃয়ে। ‘মা’ শব্দটোত সোমাই আছে মমতা, মৰম, চেনেহ আৰু শাসন। মাতৃ দিৱসৰ পৱিত্ৰ ক্ষণত মাই গভ্ অসমে সকলো মহীয়সী মাতৃক জনাব বিচাৰে স্বীকৃতি। আপোনাৰ জীৱন গঢ়াত আপোনাৰ মাতৃৰ ত্যাগক দিয়ক এক স্বীকৃতি। আমাৰ লগত শ্বেয়াৰ কৰক মাতৃৰ সৈতে আপোনাৰ মধুৰ স্মৃতি।
মাতৃৰ সৈতে আপোনাৰ মধুৰ মুহুৰ্ত শ্বেয়াৰ কৰক মাই গভ্‍ অসমৰ সৈতে।
যোগদানৰ অন্তিম তাৰিখ : ১৩ মে, ২০১৮

সকলো মন্তব্য