You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ যাতায়াত নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 25-04-2017
End Date: 25-05-2017

অসম হৈছে দেশৰ ভিতৰতে এখন ন-ৰূপত মূৰ দাঙি উঠা ৰাজ্য। ৰাজ্যৰ গাঁও, নগৰ, ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম হৈছে দেশৰ ভিতৰতে এখন ন-ৰূপত মূৰ দাঙি উঠা ৰাজ্য। ৰাজ্যৰ গাঁও, নগৰ, চহৰ সমূহক বৰ্তমান ৰাস্তা ঘাটেৰে আধুনিক ভাৱে সংযোগ কৰা হৈছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে যাতায়াত নিয়ন্ত্ৰণ ব্যৱস্থাৰ গুৰুত্ব। জনসংখ্যাৰ লগে লগে বৃদ্ধি পাইছে বিভিন্ন মটৰ গাড়ীৰ সংখ্যা, যিয়ে যাতায়ত নিয়ন্ত্ৰণ ব্যৱস্থাটো কঠিন কৰি তুলিছে। মটৰ গাড়ীৰ লগতে পথচাৰী, চাইকেল আৰোহী আদিৰো বৃদ্ধিয়ে যাতায়ত নিয়ন্ত্ৰণ ব্যৱস্থাটোৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।
মানৱসৃষ্ট এই সমস্যাৰ বাবে উন্নীতকৃত ব্যৱস্থাৰ লগতে আইনী দিশো গুৰুত্বপূৰ্ণ যিয়ে বিভিন্ন যাতায়াত আইন ব্যৱস্থা প্ৰচলনৰ দিশত গুৰুত্ব দিব। অসম চৰকাৰে অসমৰ সমূহ নাগৰিকক অসমৰ যাতায়াত নিয়ন্ত্ৰণৰ দিশটোত নিজৰ বিভিন্ন পৰামৰ্শ আৰু মতামত জনাবলৈ আহ্বান কৰিছে, যিয়ে নিশ্চয়কৈ অসমৰ যাতায়াত নিয়ন্ত্ৰণ ব্যৱস্থা উন্নীতকৰণত অৰিহণা যোগাব।

যোগদানৰ অন্তিম তাৰিখ : ২৫ মে, ২০১৭

সকলো মন্তব্য
#AssamMyGov, #AssamPolice, #Assam
Reset
132 তথ্য পোৱা গ’ল

Prapanna Mahanta 8 বছৰ 6 হিচাপপূৰ্বে

Footpath should be cleared only for pedastrians and it should be built wide so that people don't need to walk on roads endangering their precious life. Rules on zebra crossing should be strictly implemented.very smart public transport system should be introduced so that more more people slowly avoid taking their personal vehicles for regular works.

KAMAL DAS 8 বছৰ 6 হিচাপপূৰ্বে

town will be parking free,traffic maintain by homeguard/ volunteer,alternative road prepare out of town, digital traffic light, available space for town road,foodpath, solar light,area wise parking,zebra crossing, maintain speed for cars,loading unloding after 10 pm, maintain road construction, water logging,under ground electrict cable, high altitude electric cable

Kapil Dev Choudhury 8 বছৰ 6 হিচাপপূৰ্বে

1. Improve public transport system, which will result curtail in private vehicle on roads.
2. Car pooling.
3. Footpath to be made free from pedestrian.
4. Strict enforcement to the traffic rule breakers.
5. More no of traffic personnel to be recruited/deployed in complicated area or where automatic traffic signal is not available.

Manash Das 8 বছৰ 6 হিচাপপূৰ্বে

For Traffic Jam of Guwahati-1)control on city bus,control on taking money from city bus driver by on duty police,2)stop the parallel parking ,it took more space then single parking,3)open the parking places under over bridges,4)increase one way road.5)stop car entering at FANCY MARKET as make walking only road,6)control on road side vendor.thanks

Sourav Dutta 8 বছৰ 6 হিচাপপূৰ্বে

To avoid traffic we should teach everyone the meaning of lane driving.Parking is not only the only one issue of traffic jams.Lane driving plays a vital role.Lane driving is mandatory in foreign countries.Government should create a group of team in every location of guwahati and should tell them to stop every four wheeler vehicle and tel them that you should always drive in a particuler lane and should not a change the lane until an unless you need to go to another place by taking that turn.

Jayanta Borah 8 বছৰ 6 হিচাপপূৰ্বে

The one most root cause of traffic jam in city is wrong parking. It must be stopped by putting mandatory rule.public should do parking in the designated place otherwise government should impose a big fine to keep things in control.basement parking is a best way to mitigate traffic jam .drunken driving,unnecessary horning can be stopped by strict law.government should bring awarness among people by putting visual display or inspirational speech by using media or live.

Sangita Saikia 8 বছৰ 6 হিচাপপূৰ্বে

সঘন পথ দুৰ্ঘটনাজনিত কৰুণ-অকাল মৃত্যু, সঘন গাড়ী চুৰি আৰু ডকাইতি ৰোধ কৰিবলৈ
১. অন্ততঃ ৰাষ্ট্ৰীয় ঘাই পথ কেইটাৰ কাষত নিৰ্দিষ্ট দূৰে দূৰে আৰক্ষী চকী স্থাপন কৰি নিয়মীয়া আৰক্ষী পহৰা- পেট্ৰ’লিঙৰ ব্যৱস্থা কৰক ৷ লগতে প্ৰাথমিক চিকিৎসা সেৱাৰ উপকৰণো ৰাখে যেন ৷
২. সকলো পথতে ঠায়ে ঠায়ে cctv কেমেৰা লগাই নিৰীক্ষণৰ ব্যৱস্থা কৰক
৩. পথৰ কাষৰ পৰা মদৰ দোকান আঁতৰাওক ; মদ্যপ চালকক নিষিদ্ধ কৰি অনুজ্ঞা বাতিল কৰক
৪. নিচাসক্ত চালক চিনাক্ত কৰিবলৈ প্ৰযুক্তি ব্যৱহাৰ কৰক
৫. ৰাস্তাৰ মেৰামতি কৰক
৬. পথত জীৱজন্তু নিষিদ্ধ কৰক

Jayanta Borah 8 বছৰ 6 হিচাপপূৰ্বে

There should be good updated control room to monitor the whole traffic system precisely. Smart dedicated people should be employed in job not one who only likes to take the monthly salary and makes disorder in the whole system .as a summary strict government rule is the key to success.government should be capable to inspire public to do the right thing at right time.