You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ যাতায়াত নিয়ন্ত্ৰণৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 25-04-2017
End Date: 25-05-2017

অসম হৈছে দেশৰ ভিতৰতে এখন ন-ৰূপত মূৰ দাঙি উঠা ৰাজ্য। ৰাজ্যৰ গাঁও, নগৰ, ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম হৈছে দেশৰ ভিতৰতে এখন ন-ৰূপত মূৰ দাঙি উঠা ৰাজ্য। ৰাজ্যৰ গাঁও, নগৰ, চহৰ সমূহক বৰ্তমান ৰাস্তা ঘাটেৰে আধুনিক ভাৱে সংযোগ কৰা হৈছে। জনসংখ্যা বৃদ্ধিৰ লগে লগে বৃদ্ধি পাইছে যাতায়াত নিয়ন্ত্ৰণ ব্যৱস্থাৰ গুৰুত্ব। জনসংখ্যাৰ লগে লগে বৃদ্ধি পাইছে বিভিন্ন মটৰ গাড়ীৰ সংখ্যা, যিয়ে যাতায়ত নিয়ন্ত্ৰণ ব্যৱস্থাটো কঠিন কৰি তুলিছে। মটৰ গাড়ীৰ লগতে পথচাৰী, চাইকেল আৰোহী আদিৰো বৃদ্ধিয়ে যাতায়ত নিয়ন্ত্ৰণ ব্যৱস্থাটোৰ ওপৰত বিৰূপ প্ৰভাৱ পেলাইছে।
মানৱসৃষ্ট এই সমস্যাৰ বাবে উন্নীতকৃত ব্যৱস্থাৰ লগতে আইনী দিশো গুৰুত্বপূৰ্ণ যিয়ে বিভিন্ন যাতায়াত আইন ব্যৱস্থা প্ৰচলনৰ দিশত গুৰুত্ব দিব। অসম চৰকাৰে অসমৰ সমূহ নাগৰিকক অসমৰ যাতায়াত নিয়ন্ত্ৰণৰ দিশটোত নিজৰ বিভিন্ন পৰামৰ্শ আৰু মতামত জনাবলৈ আহ্বান কৰিছে, যিয়ে নিশ্চয়কৈ অসমৰ যাতায়াত নিয়ন্ত্ৰণ ব্যৱস্থা উন্নীতকৰণত অৰিহণা যোগাব।

যোগদানৰ অন্তিম তাৰিখ : ২৫ মে, ২০১৭

সকলো মন্তব্য
#AssamMyGov, #AssamPolice, #Assam
Reset
132 তথ্য পোৱা গ’ল

Saumendu Deb Roy 8 বছৰ 7 হিচাপপূৰ্বে

Just Like some other states, we can take out the old public transport vehicles both Govt. and Pvt. which don't comply with pollution standards and make way for a Pollution free and greener Assam. Say 15 or 20 years old vehicles are to be phased out of public transport duties may be 3 wheeler or 4 wheelers. these are actually ill-maintained vehicles as Owners are concerned only with earnings. #AssamMyGov, #AssamPolice

  •