You don't have javascript enabled. Please Enabled javascript for better performance.

অসমৰ জনপ্ৰিয় পৰ্যটনস্থলী সমূহক অধিক কাৰ্যক্ষম কৰি তুলিবলৈ পৰামৰ্শৰ আহ্বান

Start Date: 07-04-2017
End Date: 07-05-2017

অসমৰ চহকী পৰ্যটন ক্ষেত্ৰখনক এক বাণিজ্যিক সম্পদ হিচাবে গঢ়ি তোলাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসমৰ চহকী পৰ্যটন ক্ষেত্ৰখনক এক বাণিজ্যিক সম্পদ হিচাবে গঢ়ি তোলাৰ ক্ষেত্ৰত চৰকাৰে কাম কৰি আছে আৰু বহুক্ষেত্ৰত সফল হৈছে।জৈৱবৈচিত্ৰত চহকী অসম বিভিন্ন জীৱ-জন্তু, উদ্ভিদ তথা প্ৰাকৃতিক সম্পদকে ধৰি সাংস্কৃতিক ঐতিহ্যৰে ভৰা এখন ৰাজ্য।

অসম চৰকাৰৰ পৰ্যটন বিভাগে ৰাইজৰ পৰা বিভিন্ন পৰ্যটন স্থলী সমূহক আৰু অধিক কিদৰে জনপ্ৰিয় কৰি তুলিব পাৰি সেই সম্পৰ্কে মতামত আহ্বান কৰিছে।

অন্তিম তাৰিখ ১০ মে, ২০১৭

সকলো মন্তব্য
#AssamMyGov, #MyGov, #AssamTourism
Reset
121 তথ্য পোৱা গ’ল

Arup Paul 8 বছৰ 6 হিচাপপূৰ্বে

Dear Sir,
I am residing of Tezpur ward No.15 of Assam. Facing a problem of drainage system under ward no.15 of Tezpur Town. We already inform to Municipal Board for implement drainage system but they are not manage of it. Details are attached. Please help us.

Regards

Arup Paul

Chandan Sarmah 8 বছৰ 6 হিচাপপূৰ্বে

First of all thanks to the present assam govt. to give like these chances to the public to speak...Now lets come to the point, according to me the 1st and foremost thing will be to make the transport facility (whether by road or rail or by air)better and the best which is not still up to the mark in comparison to the other states of India and then afterwards the remaining things will come. (The Guwahati Railway Station is still very much dirtier)

Nikish Das 8 বছৰ 6 হিচাপপূৰ্বে

Assam tourism should be more visible on internet. The best platform I suggest is Google and more specifically Google Maps. The Google Street View Feature should be intensively used to make our places of tourist attraction more visible.This will help the foreign tourist explore and decide the places to visit as people rely on this platforms nowadays

Arindam Bhattacharjee 8 বছৰ 6 হিচাপপূৰ্বে

1 City Specific Conducted Tours for a day,Wildlife Sanctuary Conducted Tours wherein bookings are online.
2.Proper road connectivity and Direction routes for tourists.
3.Ensure present and future build museums / places of interest have audio guided tours so that history can be served with minimal entry fee.
4.Entrust responsible persons for key cities to implement and create a sense of competition – eg. Safety / renewable energy usage / digitalization. This will also boost employment.

RajKumar Jalan 8 বছৰ 6 হিচাপপূৰ্বে

1. The river bank of Brahmaputra in Guwahati should be reclaimed by say about 80-100 feet and be partly used for developing a beautiful riverfront and partly for converting the M.G.Road into a 6 or 8 lane road. This will not only decongest the Guwahati city but will also make a beautiful tourist attraction like the Sabarmati River front of Ahmedabad or the Hussain Sagar LAke front of Hyderabad.

2. The Dipor bill should be developed as a water sport complex with House Boats etc.

SANDIP DAS sandiphkd@gmail.com 8 বছৰ 6 হিচাপপূৰ্বে

#Sonbeel(wetland) is 2nd largest beel in Asia, located at Karimganj district. The scope of tourism is vast here in sonbeel. The speciality of this beel is that a river(singhla) passes in the middle of this beel. i.e, both lotic and lentic ecosystem is present. This is is the main reason of availability of large numbers of fish varieties. The fishes of sonbeel fulfil the demand of the three district of Barak Valley(Cachar,Karimganj & Hailakandi) and few parts of tripura also.

Hashtags:

Rimjhim BG 8 বছৰ 6 হিচাপপূৰ্বে

There are numerous historical monuments built in Ahom era in Sivasagar etc. We can develop and conserve all these monuments as tourist spots. We should also provide street lights in villages. We can also built dog shelter homes to manage stray dogs. We should focus more on road qualities rather than numbers of roads built. We can build seed banks, biological reserves, biological parks etc. We can also safely built cable cars like in Langkawi in Malaysia with safe designed planning,infrastucture.

Ankuran Borah 8 বছৰ 6 হিচাপপূৰ্বে

মহোদয়, আজি জানিবলৈ পালোঁ‌ যে অহা মে' মাহত ভাৰতবৰ্ষৰ মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াই ঢলা আৰু শদিয়া সংযোগী দেশৰ ভিতৰতে দীৰ্ঘতম দলংখন ৰাইজৰ বাবে মুকলি কৰিব।আমাৰ সকলোৰে বাবে নিঃসন্দেহে ই এটা উলাহৰ খবৰ।
মহোদয়, আমি জানো যে অসমৰত্ন সুধাকণ্ঠ ড° ভুপেন হাজৰিকাদেৱৰো জন্ম শদিয়াতেই হৈছিল। গতিকে মুকলি হৈয়ে দেশৰ ভিতৰতে দীৰ্ঘতম হিচাপে প্ৰখ্যাত হ'বলগা দলংখনৰ নাম যদি অসমৰ প্ৰ্তিজন লোকৰ হিয়াৰ আমঠু শিল্পীজনৰ নামেৰে ৰাখে, আমি সকলো অসমবাসী নথৈ আনন্দিত হ'ম।
প্ৰস্তাৱটি বিবেচনা কৰি চাব বুলি আশা ৰাখিলোঁ‌।

Swarnendu Biswas 8 বছৰ 6 হিচাপপূৰ্বে

যোৱা তিনি বছৰত অসমৰ টুৰিজিম ব্যৱসায় বহুত উন্নতি কৰিছে। এই টুৰিজিমৰ দ্বাৰা বহুতো নিৱনুৱাক সংশ্তাপন কৰিব পাৰি। মই নগাঁওত থাকো আৰু যোৱা প্ৰায় 4 বছৰ ধৰি এই ব্যৱসায়ত জড়িত। মই ভাবো নগাঁওত যদি কিছু পদক্ষেপ লোৱা হয় টুৰিজিমৰ বহুত উন্নতি হব। নগাঁও চহৰখনক যদি ফুলৰ বাগিচালৈ ৰূপান্তৰ কৰিব পাৰি তেন্তে নগাঁও চহৰখনৰ লগত বৰদোৱা, চাপানালা, চামাগুৰি, ৰণথলি (কেঁচাসোণৰ অলংকাৰ) এই ঠাইবোৰ বিশ্ব দৰবাৰ ওচৰত প্ৰতিস্থিত কৰা যাব।
মোৰ চিন্তাধাৰা আপোনাৰ ওচৰত ৰাখিলো।
ধন্যবাদ