You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ অনুভৱেৰে মাতৃলৈ চেনেহৰ উপহাৰ

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা সম্পূৰ্ণ হ’ব নোৱাৰে। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
অন্তিম তাৰিখ-May 20,2019 16:55 PM IST (GMT +5.30 Hrs)

মাতৃ অবিহনে এই পৃথিৱীত কোনো ব্যক্তিৰ যাত্ৰা সম্পূৰ্ণ হ’ব নোৱাৰে। মাতৃৰ কোলাতে আৰম্ভ হয় জীৱনৰ আদি পাঠশালা। অনেক প্ৰত্যাহ্বান নেওচি জীৱনযাত্ৰাত আগুৱাই যোৱাৰ প্ৰেৰণা যোগায় মাতৃয়ে। সেয়েহে মাতৃস্নেহৰ স্বীকৃতিস্বৰূপে প্ৰতি বছৰে মে’ মাহৰ দ্বিতীয় দেওবাৰটো “আন্তৰ্জাতিক মাতৃ দিৱস” হিচাবে পালন কৰা হয়।
অহা ১২ মে’ মাতৃ দিৱস উপলক্ষে মাতৃৰ স’তে থকা আপোনাৰ স্মৰণীয় মুহূৰ্তবোৰ জনতাৰ চৰকাৰ MyGov Assam ৰ জৰিয়তে শ্বেয়াৰ কৰক।
আপোনাৰ মাতৃলৈ মৰমৰ কৃতজ্ঞতাৰে তেওঁৰ বাবে লিখা এটি গীত, ভিডিঅ’, সৰল মুহুৰ্ত (Candid Moments)-ৰ ফটো , কবিতা অথবা যিকোনো লেখা জনতাৰ চৰকাৰ MyGov Assam লৈ প্ৰেৰণ কৰক।

শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত সমল জনতাৰ চৰকাৰ MyGov Assam ৰ ছ’চিয়েল মিডিয়া প্লেটফৰ্মসমূহত ব্যৱহাৰ কৰা হ’ব।

অন্তিম তাৰিখ – ২০ মে’, ২০১৯

(লেখা অথবা সমল মৌলিক হোৱাটো বাধ্যতামূলক)

সকলো মন্তব্য
মুঠ অৱদান ( 94) অনুমোদিত অৱদানসমূহ (83) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (11)
Reset
1 তথ্য পোৱা গ’ল

Omlata Banswal 3 হিচাপ 1 hourপূৰ্বে

माँ एक शब्द नहीं सम्पूर्ण दुनिया समायीं इसमें
क्या कहूँ सब कुछ हूँ मैं माँ के लिए, उनकी सब इच्छाएँ मुझ से है
मेरी हर कामयाबी पर तालियां बजती है और हर हार पे भी मेरे साथ है
कहती "ये अंत नहीं शुरुआत है उजाले की ! गलतियां सिखाती है सबक जीने का , इन अंधेरों से मत घबराना,अंधेरों के पार उजाला है"
पास मुझे पाओगी तुम, हर पल साथ तुम्हारे हूँ
मत दूर मुझे समझना तुम

माँ एक शब्द नहीं सम्पूर्ण दुनिया समायीं इसमें