You don't have javascript enabled. Please Enabled javascript for better performance.

Suggest Ways to Improve the Quality of Education in the State

Start Date: 02-05-2018
End Date: 31-05-2018

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ গুৰুত্ব সৰ্বাধিক। অসম চৰকাৰে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি আহিছে, যিয়ে ৰাজ্যখনক এখন দেশৰ ভিতৰতে জাকত-জিলিকা কৰি তুলিব পাৰে। শিক্ষাক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য কৰি তুলিবৰ বাবে বহু আঁচনি হাতত লৈছে। অসমৰ শিক্ষাখণ্ডক অধিক প্ৰসাৰিত কৰিবলৈ অসমৰ জনসাধাৰণৰ দিহা-পৰামৰ্শ সদায়েই জৰুৰী।

শিক্ষাক অধিক উন্নত মানদণ্ডৰ কৰি তুলিবৰ বাবে মাই গভ্ অসমে অসমৰ জনসাধাৰণৰ পৰা পৰামৰ্শ আৰু মতামত বিচাৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
220

Hirak Jyoti Nath 5 বছৰ 11 হিচাপপূৰ্বে

sir 2013 চনত recongnise কৰা U.P school বোৰৰ 6 ম স্হানৰ founder teacher সকলৰ পদবোৰ dropp/leftout হিচাপে ধৰা হল৷ যাৰ ববে সেই teacher সকলৰ পনীত হাহ নচৰা অৱস্হা হৈঠে ৷ মাতি সম্প্ৰতি বেচি ঘৰ চলাইচে,DIET ৰ training কৰিচে ৷ আজি 30 টা বচৰে তেওঁলোকৰ একো নহল ৷ অপুনি TET ৰ appointment কমকৈ দি হলেউ জীৱনৰ আধা সময় পাৰ কৰা 1130 টা post reconise কৰে যেন ৷ জীৱনৰ বিয়লি বেলাত আপুনি হাহি বিৰিঙাই যেন ৷ interest ত পইচা লৈ কেনেকৈ তেওঁলোকে ঘৰ চলাব ৷