You don't have javascript enabled. Please Enabled javascript for better performance.

অসমত শিক্ষাৰ মানদণ্ড অধিক উন্নত কৰাৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 02-05-2018
End Date: 31-05-2018

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সমাজৰ এক গুৰুত্বপূৰ্ণ স্তম্ভ হিচাবে এখন ৰাজ্যৰ বিকাশত শিক্ষাৰ গুৰুত্ব সৰ্বাধিক। অসম চৰকাৰে শিক্ষাৰ বিকাশৰ ক্ষেত্ৰত সৰ্বাধিক গুৰুত্ব দি আহিছে, যিয়ে ৰাজ্যখনক এখন দেশৰ ভিতৰতে জাকত-জিলিকা কৰি তুলিব পাৰে। শিক্ষাক সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সহজলভ্য কৰি তুলিবৰ বাবে বহু আঁচনি হাতত লৈছে। অসমৰ শিক্ষাখণ্ডক অধিক প্ৰসাৰিত কৰিবলৈ অসমৰ জনসাধাৰণৰ দিহা-পৰামৰ্শ সদায়েই জৰুৰী।

শিক্ষাক অধিক উন্নত মানদণ্ডৰ কৰি তুলিবৰ বাবে মাই গভ্ অসমে অসমৰ জনসাধাৰণৰ পৰা পৰামৰ্শ আৰু মতামত বিচাৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
2100

Mahaveer teli 1 বছৰ 9 হিচাপপূৰ্বে

hum education ko kese improve Kr skte h eske liye 2 leval pr work krna hoga 1. Jb children age hoti h tb unko achi activities learn krvakr 2...jb school going child hote h unko 5 class se heee competition ki preparation krvaye. Or sath mai skil development ka bhi taki rojgar mil ske....