You don't have javascript enabled. Please Enabled javascript for better performance.

Atal Amrit Abhiyan - A Success Story

Start Date: 27-12-2017
End Date: 31-12-2018
মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ হাজোবাসী ৰাইজক উদ্দেশ্যি সম্বোধন
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
1 তথ্য পোৱা গ’ল
200

Ashok Pegu 6 বছৰ 6 দিন পূৰ্বে

বৰ্তমান আমাৰ অসম চৰকাৰে অটল অমৃত অভিযান সমাজৰ স্বাস্থ্যৰ প্ৰতি লক্ষ্য ৰাখি এই আঁচনি প্ৰস্তুত কৰা হৈছে। আমি খুৱেই ভাল পাইছোঁ, কিন্তু এই কাৰ্ড খন সকলো ঠাইতে বিলোৱা হৈছে বুলি কব পৰা গৈছে। কিন্তু এই কাৰ্ড খন লখিমপুৰ জিলাৰ ঢকুৱাখনা অঞ্চলৰ মাতমৰ গাঁও পঞ্চায়তৰ কপচান বন্দেনা গাঁৱত এতিয়ালৈকে এই কাৰ্ড খন বিলোৱা নাই। গতিকে মই অনুৰোধ কৰিছোঁ যে আমাৰ মাননীয় মুখ্য মন্ত্ৰী ডাঙৰীয়াই এই গাঁও অঞ্চলৰ অসুবিধা অতি সোনকালে পূৰণ কৰিব বুলি বিশ্বাস কৰিলোঁ। ধন্যবাদ।