You don't have javascript enabled. Please Enabled javascript for better performance.

Mental Health in the Workplace

Start Date: 06-10-2017
End Date: 22-10-2017

সকলো কৰ্মচাৰীয়ে এক অনুকূল পৰিবেশৰ মাজত কাৰ্যালয়ত কাম কৰিবলৈ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সকলো কৰ্মচাৰীয়ে এক অনুকূল পৰিবেশৰ মাজত কাৰ্যালয়ত কাম কৰিবলৈ বিচাৰে। বিভিন্ন কাৰ্যালয়ত কৰ্যক্ষম হৈ থকা কৰ্মচাৰী সকল বিভিন্ন কাৰকৰ বাবে মানসিকভাবে দুৰ্বল হৈ নিজৰ বৰ্তমানৰ চাকৰিক লৈ প্ৰায়ে অসন্তুষ্ট হোৱা দেখা যায়। ই কেৱল কৰ্মচাৰী সকলৰ স্বাস্থ্যৰ প্ৰতিয়ে ভাবুকি সৃষ্টি নকৰে, সংস্থাটোৰ উৎপাদনশীলতা হ্ৰাস কৰাতো অৰিহণা যোগায়। সেইবাবে কৰ্মচাৰীৰ কৰ্মক্ষেত্ৰত মানসিক স্থিতি ঠিকে থকাটো খুবেই জৰুৰী বিষয়।

প্ৰতিবছৰৰ ১০ অক্টোবৰ তাৰিখে আমি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰো আৰু ২০১৭ বৰ্ষৰ ইয়াৰ বিষয়বস্তু হৈছে ‘কৰ্মক্ষেত্ৰত মানসিক স্থিতি’। কৰ্মক্ষেত্ৰত মানসিক স্থিতি সৱল কৰি তুলিবলৈ কেনেধৰণৰ ব্যৱস্থা হাতত ল’ব পাৰি এই বিষয়ে জনসাধাৰণৰ পৰা মাই গভ অসমৰ যোগেদি মতামত আহ্বান কৰা হৈছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
560

Joaquín Soria 6 বছৰ 5 হিচাপপূৰ্বে

The government ask this but the WHO has already made an interesting inform about it... Does the government department even read or care about it? Or they are just trying to be politically correct without applying a definitive solution contrary to some businesses where an effective policy is applied without the intervention of the state in some cases.

http://www.who.int/mental_health/in_the_workplace/en/
https://www.workplacestrategiesformentalhealth.com/