You don't have javascript enabled. Please Enabled javascript for better performance.

কৰ্মক্ষেত্ৰত মানসিক স্থিতি

Start Date: 06-10-2017
End Date: 22-10-2017

সকলো কৰ্মচাৰীয়ে এক অনুকূল পৰিবেশৰ মাজত কাৰ্যালয়ত কাম কৰিবলৈ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

সকলো কৰ্মচাৰীয়ে এক অনুকূল পৰিবেশৰ মাজত কাৰ্যালয়ত কাম কৰিবলৈ বিচাৰে। বিভিন্ন কাৰ্যালয়ত কৰ্যক্ষম হৈ থকা কৰ্মচাৰী সকল বিভিন্ন কাৰকৰ বাবে মানসিকভাবে দুৰ্বল হৈ নিজৰ বৰ্তমানৰ চাকৰিক লৈ প্ৰায়ে অসন্তুষ্ট হোৱা দেখা যায়। ই কেৱল কৰ্মচাৰী সকলৰ স্বাস্থ্যৰ প্ৰতিয়ে ভাবুকি সৃষ্টি নকৰে, সংস্থাটোৰ উৎপাদনশীলতা হ্ৰাস কৰাতো অৰিহণা যোগায়। সেইবাবে কৰ্মচাৰীৰ কৰ্মক্ষেত্ৰত মানসিক স্থিতি ঠিকে থকাটো খুবেই জৰুৰী বিষয়।

প্ৰতিবছৰৰ ১০ অক্টোবৰ তাৰিখে আমি বিশ্ব মানসিক স্বাস্থ্য দিৱস পালন কৰো আৰু ২০১৭ বৰ্ষৰ ইয়াৰ বিষয়বস্তু হৈছে ‘কৰ্মক্ষেত্ৰত মানসিক স্থিতি’। কৰ্মক্ষেত্ৰত মানসিক স্থিতি সৱল কৰি তুলিবলৈ কেনেধৰণৰ ব্যৱস্থা হাতত ল’ব পাৰি এই বিষয়ে জনসাধাৰণৰ পৰা মাই গভ অসমৰ যোগেদি মতামত আহ্বান কৰা হৈছে।

সকলো মন্তব্য
Reset
4 তথ্য পোৱা গ’ল
100

Joaquín Soria 2 বছৰ 3 হিচাপপূৰ্বে

The government ask this but the WHO has already made an interesting inform about it... Does the government department even read or care about it? Or they are just trying to be politically correct without applying a definitive solution contrary to some businesses where an effective policy is applied without the intervention of the state in some cases.

http://www.who.int/mental_health/in_the_workplace/en/
https://www.workplacestrategiesformentalhealth.com/

100

Joaquín Soria 2 বছৰ 3 হিচাপপূৰ্বে

Indian laboral laws are the most strict in the world, though over 94% of India's working population is part of the unorganised sector because corporations are too greed to care about.

The minimum wage is 45 rupees (2500/month) which is a miserable amount.
The Standard work day is 9 hours (In the western world is 8 hours).
The Maximum overtime limit is 200 hours per year.
The minimum rest while at work is 30 minutes per 6-hour.

https://en.wikipedia.org/wiki/Indian_labour_law

37130

Ramakrishna Lakshmanan 2 বছৰ 3 হিচাপপূৰ্বে

The ways to increase mental well-being of the workforce in the workplaces are as follows:-

(1) Introduce small interactive sessions of 15 to 20 minutes before start of working hours.
(2) Introduce 5 minutes break after every 2 working hours.
(3) Introduce 10 minutes unwind session that includes fun activity at the end of the day before leaving office.
(4) Introduce 30 minutes pep talk session for free interaction that includes MD, CEO and others on the last working day of the week.