You don't have javascript enabled. Please Enabled javascript for better performance.

Prabashi Axomiya’s Participation in Development of Assam

Start Date: 28-07-2017
End Date: 23-11-2017

অসম মূলৰ যিসকল লোক অসমৰ বাহিৰত বসবাস কৰে তেনে প্ৰবাসী লোকসকলে ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অসম মূলৰ যিসকল লোক অসমৰ বাহিৰত বসবাস কৰে তেনে প্ৰবাসী লোকসকলে বিশ্বৰ প্ৰায় ১১০ খন দেশত সিচৰতি হৈ আছে। এই প্ৰবাসী অসমীয়া সকলে বিদেশত জীৱিকা অৰ্জন কৰাৰ লগতে নিজ নিজ দেশ অথবা চহৰসমূহৰ বিভিন্ন উন্নয়নমূলক কাম কাজৰ মাজেৰে দেশ নিৰ্মানতো গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰে। নিজৰ জন্মভূমিখনৰ প্ৰতি আগ্ৰহ সকলোৰে থাকে। প্ৰবাসী অসমীয়া সকলেও খুব আন্তৰিকতাৰে অসমৰ উন্নয়নৰ ক্ষেত্ৰখনত বহু কাম নীৰৱে কৰি আহিছে। অসমৰ সৰ্বাঙ্গীন দিশত উন্নয়ন সাধন কৰিবলৈ প্ৰবাসী অসমীয়া সকলৰ আগ্ৰহো অসীম। তেওঁলোকৰ দক্ষতা, জ্ঞান, অৰ্হতা আদিৰ জৰিয়তে অসমৰ বিভিন্ন উন্নয়নমূলক প্ৰকল্পত নিজে অংশীদাৰ হোৱাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰাটো জৰুৰী।

প্ৰবাসী অসমীয়া সকলৰ নিজৰ জন্মভূমিলৈ আগবঢ়াব পৰা বিভিন্ন কাৰ্যাৱলী সম্পৰ্কে অসম চৰকাৰে ইতিমধ্যে বিভিন্ন প্ৰকল্প হাতত লৈছে। অসম চৰকাৰে মাই গভ অসমৰ জৰিয়তে অসমৰ উন্নয়নৰ দিশত প্ৰবাসী অসমীয়া সকল কেনেদৰে জড়িত তথা অৱদান আগবঢ়াব পাৰে, ইয়াৰ ওপৰত তেওঁলোকৰ পৰা মতামত তথা দিহা-পৰামৰ্শ আশা কৰিছে।

সকলো মন্তব্য
Reset
1 তথ্য পোৱা গ’ল
560

Joaquín Soria 7 বছৰ 11 হিচাপপূৰ্বে

Assam should make history by legalizing same-sex sexual activity legal (which will attract homosexual foreign tourist with dollars to spend since they don't have children), adoption and basical civil rights. There musn't be legal prohibitions against private, adult, consensual, and non-commercial same-sex conduct to be in direct violation of fundamental rights provided by the Indian Constitution.