You don't have javascript enabled. Please Enabled javascript for better performance.

নলবাৰীৰ জাপি শিল্পীসকললৈ উপযুক্ত সন্মান

Start Date: 04-01-2021
End Date: 31-01-2024
অসমৰ লোক সংস্কৃতিৰ এক অন্যতম পৰিচয় হৈছে জাপি ৷ অসমৰ জাতীয় জীৱনৰ প্ৰতীক জাপি শিল্পৰ সৈতে জড়িত থলুৱা শিল্পীসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লগতে এই উদ্যোগটোৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত অৰ্থ সাহায্য আগবঢ়াইছে ৷ চৰকাৰৰ এই পদক্ষেপে নলবাৰীৰ মুগকুছি গাঁৱৰ থলুৱা শিল্পীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
35 তথ্য পোৱা গ’ল
190740

Nayan Jyoti Gowala 1 বছৰ 4 হিচাপপূৰ্বে

অসমৰ লোক সংস্কৃতিৰ এক অন্যতম পৰিচয় হৈছে জাপি ৷ অসমৰ জাতীয় জীৱনৰ প্ৰতীক জাপি শিল্পৰ সৈতে জড়িত থলুৱা শিল্পীসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লগতে মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত অৰ্থ সাহায্য আগবঢ়াইছে । অসম চৰকাৰৰ এনে পদক্ষেপ প্ৰসংশনীয় । অসম চৰকাৰে শিল্পীসকলৰ উচিত দাম উচিত কষ্টৰ ফল লাভ কৰিব পাৰে তাৰ বাবেও গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে কাৰণ তেওঁলোকৰ ই এক হৈছে উপাৰ্জন পথ ।

345930

Manoj kanti das 1 বছৰ 7 হিচাপপূৰ্বে

जापी शिल्पी सभी को सरकार की तरफ से मान देने का बहुत ही प्रशंसनीय है, इसकी कारण शिल्पी सभी को एक ऊर्जा मिलेगी आगे बढ़कर और भी आएगा, छोटी-छोटी कामों के लिए बहुत बड़ा सम्मान मिलेगा !

3646390

BrahmDevYadav 1 বছৰ 8 হিচাপপূৰ্বে

Assam is located at an excellent location, providing a gateway to the South-East region. It also enjoys a favorable climate for doing business. When it comes to resources, they have a bundle of rich minerals and agricultural facilities. Assam Government should take into consideration for economic growth in rural areas particularly and require the financial assistance from Central Government during natural calamities in order to improve conditions of weaker sections of the society.

3646390

BrahmDevYadav 1 বছৰ 8 হিচাপপূৰ্বে

Government should take the following actions for development of domestic industry in rural areas:-
- To create income and employment especially in the rural areas of Assam.
- To encourage sustainable Investment in the Micro, Small and Medium Enterprises (MSME)
sector in the State.
- To build a vast pool of skilled personnel by training in village school.

3646390

BrahmDevYadav 1 বছৰ 8 হিচাপপূৰ্বে

What are the problems of economic development in Assam?
Unemployment, poverty and low income or inequality of income becomes the major factor in the growth of population and low wealth. Natural calamities – Floods and droughts hit Assam every now and then with that many other calamities also take place. Therefore, people do not develop the domestic work due to poor economic conditions.

3646390

BrahmDevYadav 1 বছৰ 8 হিচাপপূৰ্বে

Why industrial development is very slow in Assam?
The transport and communication network in the state developed. The state faces the problem of insufficient funds. The industrial policy of the government is not simple and flexible. Investment in the industrial sector is lacking in rural areas of Assam.