- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
“মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক ৰচনা প্ৰতিযোগিতা
মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় ...

মুখ্যমন্ত্ৰীৰ সমগ্ৰ গ্ৰাম্য উন্নয়ন যোজনাৰ জৰিয়তে ২০২১-২২ বিত্তীয় বৰ্ষৰ ভিতৰত কৃষকৰ উপাৰ্জন দুগুণ কৰাৰ লক্ষ্য স্থিৰ কৰা হৈছে। এই উদ্দেশ্য আগত ৰাখি “মোৰ গাঁও, মোৰ ধাৰণা” শীৰ্ষক এখন ৰচনা প্ৰতিযোগিতাৰ আহ্বান কৰা হৈছে।
এখন আদৰ্শ গাঁও গঢ়ি তোলাৰ বাবে আপোনাৰ সপোনৰ গাঁওখনৰ ওপৰত এই ৰচনাখন লিখিব লাগিব।
এই প্ৰতিযোগিতাৰ বিজয়ী সকলক অসমৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
চৰ্তাৱলী:
• ৰচনাৰ মূল বিষয় : মোৰ গাঁও, মোৰ ধাৰণা
• ৰচনাখনৰ সৰ্বাধিক শব্দ ১৫০০ টা হোৱাটো প্ৰয়োজন।
• ৰচনাসমূহ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা অথবা বড়ো ভাষাত হ’ব লাগিব।
• পিডিএফ ফাইল হিচাবে জমা দিব লাগিব আৰু ফাইলৰ আকাৰ ১০ এম বি ত কৈ কম হ’ব লাগিব।
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে পঠিয়াব পাৰিব অন্যথা অগ্ৰাহ্য কৰা হ’ব।
• ৰচনাখনৰ মূল প্ৰতিলিপিহে গ্ৰহণ কৰা হ’ব। নকল প্ৰতিলিপি গ্ৰাহ্য কৰা নহ’ব।
• ৰচনা স্বলিখিত হোৱাটো বাঞ্চনীয়।
বি:দ্ৰ: ৰচনাসমূহ মূল প্ৰতিলিপিৰ হয়নে নহয় সেয়া বিচাৰ কৰি চাবলৈ সমিতিয়ে সকলো প্ৰচেষ্টা হাতত ল’ব। ৰচনাসমূহ নকল প্ৰতিলিপি বুলি চিনাক্ত হ’লে মাই গভ অসম পৰ্টেল দায়ী নহ’ব।
MANIK DAS 8 বছৰ 3 হিচাপপূৰ্বে
MANIK DAS
CHANDURA BASTI
PUB-LUMDING
HOJAI,ASSAM
Mehal Ajmera 8 বছৰ 3 হিচাপপূৰ্বে
Mehal Ajmera
7th D
Delhi public school Neelbad Bhopal
11yrs
9425605209
Ritik pandey 8 বছৰ 3 হিচাপপূৰ্বে
This is an essay from Ritik pandey from South point school guwahati.
Yashasvi P. Sarswa 8 বছৰ 3 হিচাপপূৰ্বে
By
Name- Yashasvi P. Saraswa
Class-12
Stream-Commerce
School-South Point School, Guwahati
Anisha Sultana 8 বছৰ 3 হিচাপপূৰ্বে
Name:ANISHA SULTANA
SCHOOL:DELHI PUBLIC SCHOOL DHALIGAON BONGAIGAON
Contect No:9854829504
Arindam Baruah 8 বছৰ 3 হিচাপপূৰ্বে
ARINDAM BARUAH
CHRIST UNIVERSITY, BENGALURU.
PALLABI GHOSAL 8 বছৰ 3 হিচাপপূৰ্বে
SIDLI-KASHIKOTRA H.S. SCHOOL, DIST- CHIRANG CLASS-X
Ankita shukla 8 বছৰ 3 হিচাপপূৰ্বে
Ankita Shukla
BBA LLB(H)
Babasaheb Bheemrao Ambedkar (Central) University, Lucknow
Uttar Pradesh
BIRDAO BASUMATARY 8 বছৰ 3 হিচাপপূৰ্বে
SIDLI-KASHIKOTRA H.S. SCHOOL, DIST- CHIRANG CLASS-X
Tilak Bhardwaj 8 বছৰ 3 হিচাপপূৰ্বে
Tilak Bhardwaj
Mount Assisi school
tilak.bhardwaj@ymail.com
Firstly,I thank Assam gov for the opportunity.
ESSAY- My UTOPIA, My village,my idea.
The essay commences and ends with a "poem", which is composed by ME.I hope, the readers like my poem, along with the essay. Technology, nature,c cultureand morality,if go hand in hand, can bring about a complete Reformation of village- That's where my ideal village takes inspiration from.I would gladly welcome all suggestions.