- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
৭৩ তম স্বাধীনতা দিৱস উপলক্ষে হাতে লিখা ৰচনা প্ৰতিযোগিতা
দেশৰ ৭৩ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই ...
দেশৰ ৭৩ তম স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি জনতাৰ চৰকাৰ মাই গভ্ অসমে আয়োজন কৰিছে এখন হাতে লিখা ৰচনা প্ৰতিযোগিতা। সপ্তম শ্ৰেণীৰ পৰা দশম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে মুকলি এই প্ৰতিযোগিতাৰ বিষয়বস্তু হৈছে – “মই যদি সৈনিক হওঁ”।
শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত পাঁচখন ৰচনাৰ বাবে আগবঢ়োৱা হ’ব অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ।
ৰচনা প্ৰেৰণৰ অন্তিম তাৰিখ : ৩১ আগষ্ট, ২০১৯
নিয়ম আৰু চৰ্তাৱলী :
• ৰচনাখন নিজ হাতে লিখাটো বাধ্যতামূলক।
• হাতে লিখা পৃষ্ঠাসমূহ স্কেন কপি (Scanned Copy) কৰি প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• ৰচনাসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• ৰচনাখন ৩০০ টা শব্দতকৈ অধিক হ’ব নোৱাৰিব।
• অসমীয়া আৰু ইংৰাজী দুয়োটা ভাষাই গ্ৰহণযোগ্য।
• পৃষ্ঠাসমূহত পৃষ্ঠা নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
• সম্পূৰ্ণ নাম, ঠিকনা, যোগাযোগ নম্বৰ আৰু শ্ৰেণী ৰচনাখনৰ প্ৰথম পৃষ্ঠাত উল্লেখ থাকিব লাগিব।
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন ৰচনাহে গ্ৰহণ কৰা হ’ব।
• ৰচনা মৌলিক হোৱাটো বাধ্যতামূলক। অইন কোনো উৎসৰ পৰা লিখনি প্ৰতিলিপি কৰাৰ বিষয়ে অৱগত হ’লে তেনে ৰচনা অযোগ্য হিচাবে বিবেচিত হ’ব।
• প্ৰেৰণ কৰা ৰচনাসমূহ মাই গভ অসমৰ সম্পত্তি হিচাবে বিবেচিত হ’ব।
• ফলাফল ঘোষণা আৰু বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত জনতাৰ চৰকাৰ মাই গভ্ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।
Kripa Baruah 5 বছৰ 5 হিচাপপূৰ্বে
If i become a soldier.......
I tried to express my vision of being a soldier through this essay.
In this 73rd Independence Day, a salute to all our brave and sacrificing brothers who are guarding our borders.
I LOVE MY TNDIA!
JAI HIND!
JYOTIKA SAIKIA 5 বছৰ 5 হিচাপপূৰ্বে
"মই যদি সৈনিক হওঁঁ"
Nilutpal Sonowal 5 বছৰ 5 হিচাপপূৰ্বে
Thanku very much my gov Assam and Assam govt for give me a opportunity to participate in this great event. JAI HIND, JOI AAI AXOM
KASTURI KALITA 5 বছৰ 5 হিচাপপূৰ্বে
মই যদি সৈনিক হওঁঁ
Supriya Borgohain 5 বছৰ 5 হিচাপপূৰ্বে
If i were a soldier
Naznin Sultana 5 বছৰ 6 হিচাপপূৰ্বে
Zeba Tasnim
Partha Dutta 5 বছৰ 6 হিচাপপূৰ্বে
"মই যদি সৈনিক হঁও" -
পূজা দত্ত
Vector Classes 5 বছৰ 6 হিচাপপূৰ্বে
If i were a soldier
RAKESH MANDAL_26 5 বছৰ 6 হিচাপপূৰ্বে
EAK BAR FIR SEE
rodalisapun borgohain 5 বছৰ 6 হিচাপপূৰ্বে
মই যদি সৈনিক হওঁঁ