You don't have javascript enabled. Please Enabled javascript for better performance.

২০১৮-১৯ বৰ্ষৰ অসম বাজেটৰ বাবে ল’গ’ ডিজাইন প্ৰতিযোগিতা

Start Date: 26-12-2017
End Date: 16-01-2018

২০১৮-১৯ বৰ্ষৰ বাবে অসম চৰকাৰে এক নাগৰিক অনুকূল বাজেট প্ৰস্তুত কৰাৰ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

২০১৮-১৯ বৰ্ষৰ বাবে অসম চৰকাৰে এক নাগৰিক অনুকূল বাজেট প্ৰস্তুত কৰাৰ পৰিকল্পনা গ্ৰহণ কৰিছে। ৰাজ্যৰ অৰ্থনীতিত এক নতুন দিগন্তৰ সূচনাৰ পৰিকল্পনাৰে চৰকাৰে আৰম্ভ কৰিছে এক ‘ই-বাজেট’ৰ প্ৰস্তুতি।

নাগৰিক অনুকূল বাজেটখনৰ লক্ষ্য, উদ্দেশ্য সঠিক ৰূপত প্ৰকাশ কৰবৰ বাবে এটা ল’গ’ৰ প্ৰয়োজনীয়তা যথেষ্ট আছে। সেয়েহে অসম চৰকাৰৰ বিত্ত বিভাগে অসম বাজেট ২০১৮-১৯ বৰ্ষৰ বাবে ল’গ’ৰ ডিজাইন বিচাৰি এক প্ৰতিযোগিতাৰ আয়োজন কৰিছে।

বিষয়বস্তু
সাংস্কৃতিক ঐতিহ্য আৰু পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বহনক্ষম আৰু সম উন্নয়ন

অন্তিম তাৰিখ- ১৬ জানুৱাৰী, ২০১৮

পুৰস্কাৰ
বিত্ত বিভাগৰ অতিৰিক্ত মুখ্য সচিব আৰু প্ৰধান সচিবৰ স্বাক্ষৰযুক্ত প্ৰমাণ পত্ৰ আৰু অন্যান্য উপহাৰ

কাৰিকৰী নিৰ্দেশাৱলী :
ল'গ'ৰ ডিজাইন ফ্লেট হোৱাটো বাঞ্চনীয় আৰু কোনো ধৰণৰ ত্ৰিমাত্ৰিক অথবা Shadow Effect থাকিব নোৱাৰিব।
ল'গ' illustrator ত vector ৰ যোগেদি সজা হ'ব লাগিব।
ৰঙৰ ব্যৱহাৰত বাধা নাই।
ল'গ'ৰ চমু বিৱৰণ বাঞ্চনীয়।

প্ৰেৰণৰ নিয়মাৱলী
JPG অথবা PNG ত উপলব্ধ হ'ব লাগিব।
৫ জানুৱাৰী ২০১৮ ৰ পূৰ্বে মাই গভ পৰ্টেলৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
প্ৰেৰণকাৰীৰ নাম ঠিকনাসহ বিতং তথ্য লগত দিয়াটো প্ৰয়োজনীয়।
নিৰ্বাচিত ল'গ' অসম চৰকাৰৰ সম্পত্তি হিচাবে বিবেচিত হ'ব।
যিকোনো ধৰণে এই ল'গ' অসম চৰকাৰে ব্যৱহাৰ কৰাৰ অধিকাৰ থাকিব।
অসম চৰকাৰে এই প্ৰতিযোগিতা যিকোনো সময়ত বন্ধ কৰাৰ অধিকাৰ লগত ৰাখে।
ল'গ' ডিজাইন সম্পূৰ্ণ নিজা হোৱাটো প্ৰয়োজনীয়।
অসম চৰকাৰৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ'ব।

সকলো মন্তব্য
Total Submissions ( 62) Approved Submissions (62) Submissions Under Review (0) জমা বন্ধ
Reset
62 তথ্য পোৱা গ’ল

SANTANU KAKATI 8 বছৰ 2 দিন পূৰ্বে

Proposal Logo for Assam Budget 2018.
1. The green map of Assam with rhino:Cultural Heritage and Safeguarding the Environment.
2. Progressive Graph:economical growth
3.hand holding rupee:Budge
4.Tricolour:national flag color

I do here by declare that I am not copying anything from anywhere
Santanu kakati
santanuk25@gmail.com
W\N:05,po-Gohpur,Dist-Biswanath,Assam
Male, 8876807816
01/01/2018