You don't have javascript enabled. Please Enabled javascript for better performance.

স্বাধীনতাৰ অমৃত মহোৎসৱ –‘মাই গভ্ অসম’ৰ সৈতে উদযাপন কৰক স্বাধীনতা দিৱস

Start Date: 08-08-2021
End Date: 13-08-2021

ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে অহা ১৫ আগষ্টৰ দিনটোত উলহ-মালহেৰে পালন ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

ৰাজ্যৰ লগতে সমগ্ৰ দেশবাসীয়ে অহা ১৫ আগষ্টৰ দিনটোত উলহ-মালহেৰে পালন কৰিব দেশৰ ৭৫সংখ্যক স্বাধীনতা দিৱস। এইবেলিৰ স্বাধীনতা দিৱস আপুনি উদযাপন কৰিব পাৰে মাই গভ্ অসমৰ সৈতে।
স্বাধীন দেশৰ নাগৰিক হিচাপে আপোনাৰ আটাইতকৈ ভাললগা অনুভৱটো কি? স্বাধীনতা দিৱস বিশেষ আপোনাৰ বক্তব্য আমালৈ প্ৰেৰণ কৰক।
নিজৰ ভিডিঅ' Google Drive ত আপলোড কৰি লিংকটো তলত মন্তব্য আকাৰে প্ৰেৰণ কৰিব লাগিব
অথবা সামাজিক মাধ্যমত নিজৰ ব্যক্তিগত প্রফাইলত ভিডিঅ’টি আপলোড কৰি MyGov Assam ক টেগ কৰিব পাৰিব।

নির্বাচিত ব্যক্তব্যসমূহ ১৫ আগষ্ট, ২০২১ত ‘মাই গভ্ অসম’ৰ সামাজিক মাধ্যমৰ প্লেটফর্মত প্রদর্শনৰ ব্যৱস্থা কৰা হ’ব।

চর্তাৱলী:
১) ১ মিনিটৰ সীমাৰ ভিতৰত বক্তব্যটি ভিডিঅ’ ৰূপত প্রেৰণ কৰক
২) ভিডিঅ' MP4/MOV format ত প্ৰেৰণ কৰিব লাগিব
৩) ভিডিঅ’টি বিশেষভাৱে এই কার্যসূচীৰ বাবেই প্রস্তুত কৰাটো বাঞ্ছনীয়
৪) ভিডিঅ’ পঠোৱা বা নিজৰ প্রফাইলত আপলোডৰ অন্তিম তাৰিখ--- ১৩ আগষ্ট, ২০২১।

সকলো মন্তব্য
মুঠ অৱদান ( 4) অনুমোদিত অৱদানসমূহ (2) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (2) জমা বন্ধ
Reset
2 তথ্য পোৱা গ’ল