You don't have javascript enabled. Please Enabled javascript for better performance.

শিক্ষাগুৰুৰ সৈতে জড়িত সোণালী স্মৃতিৰ ৰোমন্থন

Start Date: 27-08-2022
End Date: 03-09-2022

আমাৰ জীৱনৰ পথপ্ৰদৰ্শক আৰু আদৰ্শৰ অম্লান প্ৰতীক হৈছে শিক্ষাগুৰু। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক
শিক্ষাগুৰুৰ সৈতে জড়িত সোণালী স্মৃতিৰ ৰোমন্থন

আমাৰ জীৱনৰ পথপ্ৰদৰ্শক আৰু আদৰ্শৰ অম্লান প্ৰতীক হৈছে শিক্ষাগুৰু। ত্যাগ আৰু কষ্টৰে অজ্ঞানতাৰ আন্ধাৰ আঁতৰাই জ্ঞানৰ পোহৰেৰে উজলাই তুলি প্ৰকৃতাৰ্থত মানৱ সম্পদ হিচাপে গঢ়ি তোলাত শিক্ষাগুৰুসকলে এখন সমাজত দায়িত্বশীল ভূমিকা পালন কৰে। আমাৰ জীৱন যাত্ৰাৰ বিভিন্ন পৰ্যায়ত লগ পোৱা বিভিন্নগৰাকী শিক্ষাগুৰুৰ পৰামৰ্শ, জ্ঞান আৰু মৰমৰ বান্ধোনত লুকাই আছে পাহৰিব নোৱৰা বহু স্মৃতি।

শিক্ষাগুৰুৰ সৈতে জড়িত এনে অবিস্মৰণীয় স্মৃতিবোৰকে সাৰোগত কৰি আপোনাৰ জীৱনত গুৰুত্বপূৰ্ণ প্ৰভাৱ পেলোৱা শিক্ষাগুৰুগৰাকীৰ বিষয়ে ২০০ শব্দৰ ভিতৰত তলত মন্তব্য আকাৰে লিখি আমাৰ সৈতে শ্বেয়াৰ কৰক।

প্ৰথম শ্ৰেষ্ঠ বিবেচিত ৫জনক অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ স্বাক্ষৰ সম্বলিত প্ৰমাণপত্ৰ দিয়া হ'ব৷ মন্তব্যত সম্পূৰ্ণ নাম-ঠিকনা, ম'বাইল নম্বৰ আৰু ইমেইল আই ডি সংলগ্ন কৰিব৷

অন্তিম তাৰিখ : ৩ ছেপ্টেম্বৰ ২০২২

সকলো মন্তব্য
মুঠ অৱদান ( 27) অনুমোদিত অৱদানসমূহ (0) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (27) জমা বন্ধ