You don't have javascript enabled. Please Enabled javascript for better performance.

মাই গভ্‍ অসম সেউজ বন্ধু

Start Date: 10-05-2019
End Date: 05-06-2019

আপুনি পৰিৱেশৰ প্ৰতি কিমান সচেতন? গছপুলি ৰোপণেৰে আপুনি পৰিৱেশ ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

আপুনি পৰিৱেশৰ প্ৰতি কিমান সচেতন? গছপুলি ৰোপণেৰে আপুনি পৰিৱেশ ৰক্ষাৰ ক্ষেত্ৰত অনুকৰণীয় ভূমিকা গ্ৰহণ কৰি আহিছে নেকি যিয়ে হয়তো অইন বহু লোকক ইয়াৰ প্ৰতি আগ্ৰহী কৰি তুলিব পাৰে? অথবা আপুনি এনে কোনো ব্যক্তিৰ বিষয়ে অৱগত নেকি যিয়ে ব্যক্তিগতভাৱে গছপুলি ৰোপণৰ দ্বাৰা পৰিৱেশ সুৰক্ষাৰ ক্ষেত্ৰত বহু অনুকৰণীয় পদক্ষেপ হাতত লৈ আহিছে?

৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনতাৰ চৰকাৰ মাই গভ্‍ অসমে আয়োজন কৰিছে এক বিশেষ কাৰ্যসূচী। গছপুলি ৰোপনেৰে পৰিৱেশ সচেতনতা সৃষ্টিৰ ক্ষেত্ৰতা আগভাগ লৈ অহা কোনো ব্যক্তিৰ বিতং কাৰ্যকলাপ সম্পৰ্কে ১০০ শব্দৰ ভিতৰত লিখি আমালৈ প্ৰেৰণ কৰিব পাৰে। লিখনিৰ সৈতে পৰিৱেশপ্ৰেমী ব্যক্তিগৰাকীৰ ফটো প্ৰেৰণ কৰাটো বাধ্যতামূলক। নিৰ্বাচিত ব্যক্তিসকলক জনতাৰ চৰকাৰ মাই গভ্ অসমে পৰিচিত কৰাব ইয়াৰ ছ’চিয়েল মেডিয়া প্লেটফৰ্মসমূহত।

আপোনাৰ লেখা এই শিতানৰ মন্তব্যৰ যোগেদি আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 13) অনুমোদিত অৱদানসমূহ (13) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (0) জমা বন্ধ
Reset
13 তথ্য পোৱা গ’ল
27480

TAPAN GOGOI 4 বছৰ 10 হিচাপপূৰ্বে

The untiring & relentless efforts of a couple saved a tree from being felled because of road widening cum drainage project in Chandmari, Guwahati. Varied bird species & family of squirrels rests & play on this Golden Shower tree. The couple met the D.C., Kamrup (M) & made a formal request; informed the print media, pinned a board on the tree with an appeal not to uproot it & met locals to garner support. The locality didn’t support. 8/3/2015. The JCB dug around the tree. The couple was overjoyed

3470

Manash Pratim Dutta 4 বছৰ 10 হিচাপপূৰ্বে

কার্যক্ষেত্রত দেখা যায় যে সৰহ সংখ্যক পুলিয়েই আনিব লাগে বাবেই উভালি অনাৰ ফলত নষ্ট হৈ যায়।তদুপৰি গছপুলি ৰোপণৰ পাছত বাহ বা তাঁৰৰ বেৰ এখন দিয়ে দায়িত্ব সামৰাৰ সলনি নির্দিষ্ট সময়ত গছপুলিটোৰ চোৱা চিতা কৰাৰ প্রতিও গুৰুত্ব দিয়া উচিত।আমাৰ এক ভ্রান্ত ধাৰণা আছে যে পৰিৱেশ দিৱৰ দিনা কেৱল  বিলুপ্তপ্রায় গছ বা ঔষধি গুণসম্পন্ন গছ ৰোপন কৰাহে উচিত।এই ক্ষেত্রত মই ভাৱো বিদ্যালয়সমূহত নাৰিকল, কল আদিৰ পুলি ৰোৱা উচিত।ফলত বিদ্যালয়লৈ অহা আলহী শুশ্রষা আৰু ছাত্র ছাত্রীৰ পুষ্টিকাৰক খাদ্য বিদ্যালয়খনে নিজেই যোগান ধৰিব পাৰিব

1530

MRINAL 4 বছৰ 11 হিচাপপূৰ্বে

To all my loving humans. It is only the environment that teaches us every part of life but due to lack of proper knowledge of few people,we are unable to understand its laws clearly.And due to certain acts by humans,NATURE gets disturbed and functions in an unexpected behavior in the form various natural disasters.In order to understand the environment,first we have to understand its LAWS.I have a clear understanding of this laws and its RELATIONS to everything in this ENVIRONMENT.

21840

Dayananda Dutta 4 বছৰ 11 হিচাপপূৰ্বে

সেউজীয়া লখিমপুৰ আমাৰ সপোন , লখিমপুৰ জিলাত whatsapp জৰিয়তে এদল চিন্তাশীল কৰ্মী লগ হৈ গঠন হৈছিল । উত্তৰ লখিমপুৰ চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয় প্ৰাঙ্গনাত আৰম্ভ হয় আমাৰ কামৰ আলোচনা। লক্ষ্য লখিমপুৰ খন সৰ্বাংগীন সুন্দৰ কৰি তোলা। সম্পাদক শ্ৰী ৰাজা গগৈ আৰু শ্ৰী দয়ানন্দ দত্ত ক দায়িত্ব অৰ্পণ কৰা হয়। 100 গছ পুলি ৰোৱা হৈ জিলাখনত জিলা উপায়ুক্ত ডঃ জীৱন বি প্রথম আৰম্ভণি কৰি আমাক শলাগ লৈ আমাক আগুৱাই যোৱাৰ শুভেচ্ছা জ্ঞাপন কৰে। প্ৰতিটো গছ পুলি চোৱা ছিটা প্ৰতিজন সদস্য দায়িত্ব লয়। প্ৰতিটো ৰবিবাৰত 100 পুলি ৰোৱা হৈ

590

Biswajit Dutta 4 বছৰ 11 হিচাপপূৰ্বে

বৰ্তমানৰ পৰিৱেশ অৱক্ষয় বিষয়টোৰ প্ৰতি বহুজন জ্ঞানী আৰু সচেতন ব্যক্তি আগবাঢ়ি আহিছে । আমিও তেনে দিশত সচেতন । 5 জুন তাৰিখে এই সম্পৰ্কে মতামত আগবঢ়াবলৈ চেষ্টা কৰিম।

430500

BISWANATH PANDA 4 বছৰ 11 হিচাপপূৰ্বে

Dear sir
Enviroment affect life. Five cosmic elements like air,water, fire, space, & earth are takes important role for life. Development of water conservatin, tree plantation, domestic gas plant are suport to education & life. Tree plantation is give the important role.

370

Biky Malakar 4 বছৰ 11 হিচাপপূৰ্বে

মোৰ ঘৰৰ সন্মুখত আগতে বহুত গছ আছিল কিন্তু এতিয়া চৰকাৰৰ ৰাষ্টাবহল আৰু ড্ৰেইন বনোৱাৰ ফলত সকলো গছ কটা গল । মই পঢ়াসূত্ৰে যেতিয়া ঘৰলৈ কম অহা কৰিছিলো তেতিয়া উপলব্ধি কৰিছিলো আগৰ (গছথকা দিনত) জলবায়ু আৰু এতিয়া (গছ কটাৰ) দিনত জলবায়ু । যথেষ্ট গৰম আৰু বান্দৰ চৰাই চিৰিকটিও নেদেখা হোৱা কথাবোৰে মোক বিবুদ্ধিত পেলাইছিল গতিকে নিজেই সকলোৰে ঘৰৰ সন্মুখত এজোপা এজোপা গ লগাবলৈ অনুৰোধ জনালো আৰু কেইজোপামান মইও ৰুলো ।

গছবোৰৰ দায়িত্বও ললো । মোৰ বিশ্বাস গছবোৰ এদিন ডাঙৰ হব।গৰমবোৰ নোহোৱা হব আগৰ দৰেই
বান্দৰচৰাইবোৰআকৌআহিব

20

ASHIM SAIKIA_5 4 বছৰ 11 হিচাপপূৰ্বে

আমি প্ৰকৃতিৰ ভাৰাসম্য ৰক্ষা কৰাৰ লগতে বান্দৰৰ খাদ্যৰ কাৰণে আমি ব্যাপক হাৰত কলপুলি ৰোপন কৰিছো যাৰ সম্পুৰ্ণ তথ্য My gov assam ৰ whats app ৰ জড়িয়তে প্ৰেৰণ কৰিছো