- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন মহোৎসৱ উপলক্ষে ৰচনা প্ৰতিযোগিতা
সমগ্ৰ দেশৰ লগতে অসম চৰকাৰেও অহা ১ জুলাইৰ পৰা ৭ জুলাইলৈ আয়োজন কৰিছে ...

সমগ্ৰ দেশৰ লগতে অসম চৰকাৰেও অহা ১ জুলাইৰ পৰা ৭ জুলাইলৈ আয়োজন কৰিছে বন মহোৎসৱ। গছপুলি ৰোপণ, বন সংৰক্ষণ আদিৰ জৰিয়তে পৰিৱেশ সুৰক্ষিত কৰি আমাৰ জৈৱ বৈচিত্ৰতা আৰু মানৱ সমাজক সুৰক্ষা প্ৰদান কৰাৰ মূল উদ্দেশ্য আগত ৰাখি এই সপ্তাহযোৰা কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। অহা ১ জুলাইৰ পৰা ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিভিন্ন সজাগতামূলক অনুষ্ঠান, গছপুলি ৰোপণ আৰু বিতৰণ আদি বিভিন্ন কাৰ্যসূচী গ্ৰহণ কৰা হ’ব। অসমৰ দৰে বানপানী, ভূঁইকপ, ধুমুহা আদি বিভিন্ন প্ৰাকৃতিক দুৰ্যোগে জুৰুলা কৰা এখন দুৰ্যোগপূৰ্ণ ৰাজ্যত ধৰিত্ৰীক সুৰক্ষা প্ৰদান কৰাটো আমাৰ সকলোৰে দায়িত্ব হোৱা উচিত।
পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত ছাত্ৰ-ছাত্ৰীসকলৰ মাজত সজাগতা সৃষ্টিৰ লক্ষ্যৰে অসম চৰকাৰৰ বন বিভাগে আগন্তুক বন মহোৎসৱৰ লগত সংগতি ৰাখি আয়োজন কৰিছে ৰচনা প্ৰতিযোগিতা। ৰচনাৰ বিষয়বস্তু – “মোৰ দৃষ্টিত এখন সেউজ আৰু প্ৰদূষণমুক্ত অসম”
শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত ৰচনাৰ বাবে পুৰস্কাৰ হিচাবে বিভিন্ন উপহাৰ আগবঢ়োৱা হ’ব।
অন্তিম তাৰিখ – ৩১ জুলাই, ২০১৭
চৰ্তাৱলী
• ৰচনাৰ বাবে শব্দ ১০০০ টাতকৈ অধিক হ’ব নোৱাৰিব
• ইংৰাজী, অসমীয়া, বাংলা, বড়ো আৰু হিন্দী ভাষাত ৰচনা গ্ৰহণ কৰা হ’ব
• 10 MB ত কৈ সৰু আকাৰত PDF file ত ৰচনা প্ৰেৰণ কৰিব লাগিব
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে প্ৰেৰণ কৰিব পাৰিব
• ৰচনা মৌলিক হোৱাটো বাধ্যতামূলক
• আনে লিখা ৰচনা নিজৰ নামত প্ৰেৰণ কৰিব নোৱাৰিব
লিখনিৰ মৌলিকতা নিৰ্বাচন কমিটীয়ে পৰীক্ষা কৰিব। অযোগ্য বিবেচিত লিখনিৰ বাবে MyGov Assam দায়ী নহয়।
Jayanta Gogoi 7 বছৰ 10 হিচাপপূৰ্বে
Trees are the life of human beings, it is the main sorce to refine air, not only human being but also animals are also depands on trees to breath,there for if the numbers of trees decrease day by day then a particular day definatively come when all trees are vanished from earth and we are unable to Breath fresh oxigen from nature, and that day will be the last day for human beings, so save trees to save our upcoming generation.
Ankita Das 7 বছৰ 11 হিচাপপূৰ্বে
If we cut down the trees
Our next generation will pay for this,
Both the life of human and animal rests in trees
Cursed is he,who has ignored this....