- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন মহোৎসৱ উপলক্ষে শ্লোগান লিখা প্ৰতিযোগিতা
৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। ...

৬৮তম বন মহোৎসৱ ১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৰাজ্যজুৰি অনুষ্ঠিত হ’ব। সপ্তাহজোৰা এই কাৰ্যসূচীত বৃহৎসংখ্যক গছপুলি ৰোপণৰ লগতে জৈৱ বৈচিত্ৰৰ ভাৰসাম্যতা ৰক্ষাৰ্থে পৰিৱেশ সংৰক্ষণৰ সজাগতাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰা হ’ব।
গছপুলি ৰোপণৰ এই বৃহৎ উৎসৱত জনসাধাৰণৰ মাজত পৰিৱেশ সম্পৰ্কে সজাগতা বৃদ্ধি কৰিবৰ বাবে অসম চৰকাৰৰ বন বিভাগে মাই গভ্ অসমৰ সহযোগত এক শ্লোগান লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে। এই শ্লোগানৰ মূল বিষয়স্তু হ’ল – অসমৰ বনজ সম্পদ আৰু সংৰক্ষণৰ দ্বাৰা সজাগতা বৃদ্ধি।
শ্ৰেষ্ঠ শ্লোগানৰ বাবে আছে আকৰ্ষণীয় পুৰস্কাৰ।
প্ৰেৰণৰ অন্তিম তাৰিখ ৭ জুলাই, ২০১৭
নিয়মাৱলী :
• শ্লোগান উল্লিখিত নিৰ্দিষ্ট বিষয়বস্তুক সাঙুৰি প্ৰস্তুত কৰিব লাগিব।
• MSWord / JPEG/PNG/PDF/TIFF ফৰ্মেটত দাখিল কৰিব লাগিব।
• শ্লোগান অসমীয়া অথবা ইংৰাজী ভাষাত হ’ব লাগিব।
• চিঞাহীৰে লিখি ফটো আপলোড কৰিলে সেয়া গ্ৰহণীয় নহ’ব।
• শ্লোগানৰ ভাষা অমাৰ্জিত অথবা অসংবিধানিক হ’ব নোৱাৰিব।
• প্ৰতিযোগিতাৰ অংশগ্ৰহণ কৰা ব্যক্তি মূল শ্লোগানৰ লিখক হ’ব লাগিব আৰু কোনো ধৰণৰ নকল কৰিব নোৱাৰিব।
• আকৰ্ষণীয় শ্লোগানক প্ৰাধান্য দিয়া হ’ব। শ্লোগান ২০ টাতকৈ অধিক শব্দৰ হ’ব নোৱাৰিব।
arup jyoti nath 8 বছৰ 1 সপ্তাহ পূৰ্বে
Slogan for Van Mahatsav
Alok Buragohain 8 বছৰ 1 সপ্তাহ পূৰ্বে
Slogan of five words. Hope everyone will like it!
Mihir Kanti Dhar 8 বছৰ 1 সপ্তাহ পূৰ্বে
বন আৰু বনজ আমাৰ জাতীয় সম্পদ ।দেশৰ উন্নতিৰ হকে ইয়াক আগবঢ়াই লৈ যাও আঁহক ।
Ranju Patar 8 বছৰ 1 সপ্তাহ পূৰ্বে
Slogan for the occasion of Van Mahotsav
Bijit Kumar Dutta 8 বছৰ 1 সপ্তাহ পূৰ্বে
#MyGovAssam #VanMohatsav My Slogan "Save Soil & Seed".
Because:
Soil and Seeds are primary need of Tree.
Save them before tree plantation.
Swapnil Dutta 8 বছৰ 1 সপ্তাহ পূৰ্বে
"CONSERVATION OF FOREST WEALTH
BRINGS YOU PROSPEROUS HEALTH"
JYOTIPRAKASH BORO 8 বছৰ 1 সপ্তাহ পূৰ্বে
My slogan on Van Mahotsav is..
Anjana ads hazarika 8 বছৰ 1 সপ্তাহ পূৰ্বে
Van mahotsav slogan
SUBRAT GOGOI 8 বছৰ 1 সপ্তাহ পূৰ্বে
বনজ সম্পদ সুৰক্ষিত মানেই দেশ সুৰক্ষিত
SUHAN MALLICK 8 বছৰ 1 সপ্তাহ পূৰ্বে
Suhan Mallick