- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন মহোৎসৱ উপলক্ষে ফটোগ্ৰাফী প্ৰতিযোগিতা
বন মহোৎসৱ (১ – ৭ জুলাই) হৈছে বন আৰু বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কে ...

বন মহোৎসৱ (১ – ৭ জুলাই) হৈছে বন আৰু বন্যপ্ৰাণী সুৰক্ষা সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতা বৃদ্ধি কৰিবলৈ অনুষ্ঠিত এক বাৰ্ষিক অনুষ্ঠান। ১৯৫০ চনত সমগ্ৰ দেশজুৰি আৰম্ভ হোৱা এই অভিযানে বৃহৎ সংখ্যক গছপুলি ৰোপণ আৰু পৰিৱেশ সম্পৰ্কে জনসাধাৰণৰ মাজত সজাগতাৰ সৃষ্টি কৰি আহিছে। মানুহৰ জীৱন ধাৰণ প্ৰণালী সম্পূৰ্ণৰূপে পৰিৱেশৰ ওপৰত নিৰ্ভৰশীল আৰু পৰিৱেশৰ ভাৰসাম্যতা গছপুলি ৰোপণেৰে ৰক্ষা কৰাটো এটা অতি প্ৰয়োজনীয় বিষয়।
বন মহোৎসৱ উপলক্ষে আয়োজিত এই প্ৰতিযোগিতাত আমাৰ সৈতে শ্বেয়াৰ কৰক পৰিৱেশক মূল বিষয়বস্তু হিচাবে লৈ উঠোৱা ফটোগ্ৰাফ, যিয়ে অসমক এখন সেউজ ভূমি হিচাবে প্ৰতিষ্ঠা কৰে।
নিৰ্বাচিত ৫ গৰাকী প্ৰতিযোগীয়ে লাভ কৰিব ‘জনতাৰ চৰকাৰ MyGov Assam’ অসমৰ প্ৰমাণপত্ৰ।
নিয়মাৱলী :
• ফটোসমূহ JPG অথবা PNG ফৰমেটত জমা কৰিব লাগিব।
• ফটোৰ আকাৰ 4MB তকৈ অধিক হ’ব নোৱাৰিব।
• ফটোত কোনো ধৰণৰ আপত্তিকৰ বিষয়বস্তু থাকিব নোৱাৰিব।
• প্ৰতিযোগিতাত দাখিল কৰা সকলো ফটো মাই গভ্ অসমে ব্যৱহাৰ কৰাৰ স্বত্ব থাকিব।
• মাই গভ্ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।









Hiranya Jyoti Das 7 বছৰ 6 হিচাপপূৰ্বে
Green Assam
Hiranya Jyoti Das 7 বছৰ 6 হিচাপপূৰ্বে
Green Assam
Vinod Vaishnav 7 বছৰ 6 হিচাপপূৰ্বে
Here is My Captured photos On the occasion of Van Mahotsav.
#MyGovAssam
Pritom Sarkar 7 বছৰ 6 হিচাপপূৰ্বে
Life Of A Fisherman...
Venue- Dhubri,Assam...
Bidyut Kalita 7 বছৰ 6 হিচাপপূৰ্বে
Location at hajo
Rahul Shyam 7 বছৰ 6 হিচাপপূৰ্বে
ৰবৰ গছৰ অৰণ্য
Bhaskarjyoti Saikia 7 বছৰ 6 হিচাপপূৰ্বে
বিনন্দীয়া প্ৰকৃতি।
Purba Jyoti Konwar 7 বছৰ 6 হিচাপপূৰ্বে
1.Balaji Temple
2.Brahmaputra River
Amy M3Rçhãnt Merchant 7 বছৰ 6 হিচাপপূৰ্বে
Shades of Development
Amy M3Rçhãnt Merchant 7 বছৰ 6 হিচাপপূৰ্বে
Save one horned Rhino,
Its rare, Its beauty of Assam.