- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
বন্যপ্ৰাণী সপ্তাহ উপলক্ষে চিত্ৰাংকন প্ৰতিযোগিতা
চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত ষ্টৰ্ক(Stork) জাতীয় এবিধ ডাঙৰ ...

চিক'নিডি (Ciconiidae) পৰিয়ালৰ অন্তৰ্ভুক্ত ষ্টৰ্ক(Stork) জাতীয় এবিধ ডাঙৰ আকৃতিৰ চৰাই হাড়গিলা । এই চৰাইৰ ঠোঁট দীঘল, ডিঙিত এটা টোঁটোলা থাকে । ইয়াৰ দেহৰ তলৰ অংশ বগা বৰণৰ আৰু মতা আৰু মাইকী চৰাইৰ মাজত বিশেষ পাৰ্থক্য পৰিলক্ষিত নহয় । ইয়াৰ বৈজ্ঞানিক নাম: Leptoptilos dubius । হাড়গিলাৰ লগত প্ৰায়েই সাদৃশ্য থকা আন এবিধ চৰাই হ’ল বৰটোকোলা । কিন্তু ইহঁতৰ ডিঙিত টোঁটোলা নাথাকে । জনসংখ্যা বৃদ্ধি, বাসস্থানৰ অভাৱ, জলবায়ু পৰিৱৰ্তন, সজাগতাৰ অভাৱ ইত্যাদি বিভিন্ন কাৰণত বৰ্তমান হাড়গিলা চৰাইৰ সংখ্যা ক্ৰমাগতভাৱে হ্ৰাস পাই আহিছে । বৰ্তমান ই এক বিপদাপন্ন প্ৰজাতি ।
বন্যপ্ৰাণী সপ্তাহ ২০২০ উপলক্ষে হাড়গিলা চৰাইৰ সংৰক্ষণ সন্দৰ্ভত অসম চৰকাৰৰ বন বিভাগৰ সহযোগত জনতাৰ চৰকাৰ মাই গভ অসমে সদৌ অসম ভিত্তিত এক চিত্ৰাংকন প্ৰতিযোগিতাৰ আয়োজন কৰিছে ।
প্ৰতিযোগীসকলে সুন্দৰকৈ আঁকি ছবিখন মাই গভ অসমলৈ প্ৰেৰণ কৰিব লাগিব । এই ক্ষেত্ৰত অভিভাৱকসকলে নিজৰ সন্তানক উপযুক্ত উপদেশ তথা সহযোগিতা আগবঢ়াব পাৰে।
বিষয়বস্তু – হাড়গিলা চৰাইৰ সংৰক্ষণ
অন্তিম তাৰিখ – ৭ অক্টোবৰ, ২০২০
দুটা শাখাত এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে
‘ক’ শাখা: পঞ্চম – অষ্টম শ্ৰেণী
‘খ’ শাখা: নৱম – দ্বাদশ শ্ৰেণী
পুৰস্কাৰ:
প্ৰথম পুৰস্কাৰ: ৫,০০০ ট্কা
দ্বিতীয় পুৰস্কাৰ: ৩,০০০ ট্কা
তৃতীয় পুৰস্কাৰ: ২,০০০ টকা
লগতে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ স্বাক্ষৰ সম্বলিত একোখন প্ৰশংসা পত্ৰ আগবঢ়োৱা হ’ব।
নিয়ম আৰু চৰ্তাৱলী:
• প্ৰতিযোগীয়ে অংকন কৰা চিত্ৰ স্কেন (Scanned Copy ) কৰি প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• চিত্ৰসমূহ assam.mygov.in ৰ কাৰ্য শিতানৰ মন্তব্য শাখাৰ যোগেদি প্ৰেৰণ কৰিব লাগিব।
• স্কেন কপি ১০ এম.বি.তকৈ সৰু হোৱাটো বাঞ্চনীয়
• প্ৰতিযোগীসকলে চিত্ৰ অংকন কৰোতে ৱাটাৰ কালাৰ, পোষ্টাৰ কালাৰ, ক্ৰেয়ন, পেঞ্চিল ইত্যাদি ব্যৱহাৰ কৰিব পাৰিব
• প্ৰতিযোগীসকলে নিজৰ শ্ৰেণী,বয়স আৰু ফোন নম্বৰ উল্লেখ কৰাটো বাধ্যতামূলক
• এগৰাকী প্ৰতিযোগীৰ পৰা এখন চিত্ৰহে গ্ৰহণ কৰা হ’ব
• বিজয়ী নিৰ্বাচনৰ ক্ষেত্ৰত নিৰ্বাচনী কমিটীৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।
SNIGDHA GOGOI 4 বছৰ 7 হিচাপপূৰ্বে
NAME: SNIGDHA GOGOI
CLASS: IX
SCHOOL: MAHARISHI VIDYA MANDIR IV
DIST: KAMRUP (M) ASSAM
PO: KAHILIPARA PS: DISPUR
PIN 781019
Ankur kalita 4 বছৰ 7 হিচাপপূৰ্বে
Name jon kalita
Class 8
Corolla jatiya bidyalaya
Vill-sikarhati
P.o.-sikarhati
Pin-781125
Dist.-kamrup R
Phn no - 6003842025
dakshina deka 4 বছৰ 7 হিচাপপূৰ্বে
name:dakshina deka
class:8
school:dpsg
dist:kamrup M
P.O.:secretariat
pin no.:781006
Pranjit Kalita 4 বছৰ 7 হিচাপপূৰ্বে
Name:Nitishma Kalita
Class:9
School :Dadara Higher Secondary School
Dist:Kamrup,Assam
P.O:Amingaon
Pin no:781031
Kakali Kalita 4 বছৰ 7 হিচাপপূৰ্বে
Name: Kakali Kalita
Class: 8
School: Sankardev Shishu Niketan, Rangia
Dist: Kamrup, Assam
P.O.: Rangia
Pin No.: 781354
Moorchana Singha 4 বছৰ 7 হিচাপপূৰ্বে
Miss. Moorchana Singha, Class V, Braintree International School, Bongaigaon Post Office, 783380, Assam.
krishna jyoti das 4 বছৰ 7 হিচাপপূৰ্বে
কৃষ্ণজ্যোতি দাস।৭ম শ্ৰেণী। দদৰা উচ্চতৰ মাধ্যমিক বিদ্যালয়। ডাক: দদৰা, থানা: হাজো, জিলা: কামৰূপ,(গ্ৰা:) অসম। পিন: ৭৮১১০৪।মোবাইল নং ৮০১১৯৯০৭০৩।
Shilpa kumar 4 বছৰ 7 হিচাপপূৰ্বে
Name- Shilpa Kumar
Class- 7
School- Shankardev Shishu Niketan,Rangia
Dist- Kamrup(R)
P.O- Rangia
PIN- 781354
Mobile no- 9101145675
Diganta Kr Das 4 বছৰ 7 হিচাপপূৰ্বে
Name: Ashmita Gogoi
Class: viii
School: Robigaon ME School
Vill & PO: Robigaon
District- Jorhat
Ramyabrata Roy 4 বছৰ 7 হিচাপপূৰ্বে
NAME- Purba Das
Class-7
School- Army Public School, Basishta, Guwahati
Dist.- Kamrup, Assam
Age- 12+