- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
প্লাষ্টিক প্ৰদূষণ ৰোধ কৰাৰ উদ্দেশ্যৰে পেলনীয়া প্লাষ্টিকজাত সামগ্ৰীৰে নিৰ্মিত শিল্প (Craft) তথা সৃজনীশীল প্ৰতিযোগিতা
আমি দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ ...
আমি দৈনিক ব্যৱহাৰ কৰি অহা প্লাষ্টিকজাত সামগ্ৰীসমূহে আমাৰ চৌপাশৰ পৰিৱেশটো ভয়াৱহভাৱে বিনষ্ট কৰি আহিছে। ইয়াৰ ফলত আমাৰ বনাঞ্চল, জলাশয়, বন্যপ্ৰাণী আদিৰ প্ৰতিও ভাবুকি নামি আহিছে। গতিকে এনে পৰিস্থিতিত আমাৰ চৌপাশৰ পৰিৱেশটো প্ৰদূষণমুক্ত হিচাপে গঢ়ি তুলিবলৈ তথা প্ৰকৃতিৰ ভাৰসাম্যতা ৰক্ষা কৰিবলৈ হ’লে আমি প্লাষ্টিকজাত সামগ্ৰীৰ সলনি যিকোনো পচনশীল সামগ্ৰী ব্যৱহাৰ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে।
৫ জুন বিশ্ব পৰিৱেশ দিৱস উপলক্ষে জনতাৰ চৰকাৰ MyGov Assam য়ে পেলনীয়া প্লাষ্টিকজাত সামগ্ৰীৰে নিৰ্মিত শিল্প(Craft) তথা সৃজনীশীল প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
উদ্দেশ্য- প্লাষ্টিক প্ৰদূষণ প্ৰতিৰোধ
শ্ৰেষ্ঠ হিচাবে নিৰ্বাচিত শিল্পলৈ প্ৰমাণ পত্ৰসহ নগদ ১০,০০০ টকাৰ পুৰস্কাৰ প্ৰদান কৰা হ’ব।
অংশগ্ৰহণৰ অন্তিম তাৰিখ – ৩০ জুন, ২০১৮
চৰ্তাৱলী
- শিল্পটোৰ (Craft) এক ভিডিঅ’ নিৰ্মাণ কৰিব লাগিব।
- ভিডিঅ’টো ইউটিউবত আপলোড কৰি ইউটিউব লিংকটো আমালৈ প্ৰেৰণ কৰিব লাগিব।
- এক বা তাতোধিক সংখ্যক ভিডিঅ’ প্ৰেৰণ কৰিব পাৰে।
- নিজৰ নাম, ঠিকনা আৰু যোগাযোগৰ নম্বৰ উল্লেখ কৰাটো বাঞ্চনীয়।
- জমা কৰা ভিডিঅ’ মৌলিক হোৱাটো বাধ্যতামূলক।
- ভিডিঅ’ৰ ন্যূনতম ৰিজ’লিউশ্যন(Minimum video resolution) 720p আৰু দৃশ্যানুপাতিক ৰেখ(Aspect ratio) 16:9 হোৱাটো জৰুৰী।
- mp4/MOV/AVI/VOB ফাইল ফৰ্মেটৰ ভিডিঅ’হে গ্ৰহণ কৰা হ’ব।
MyGov Assam ৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হ’ব।
PRITI REKHA BARUAH 6 বছৰ 6 হিচাপপূৰ্বে
Applicant's Name: MRS ANITA DATTA
FLAT No:303, 3RD FLOOR
GAURI KUND APARTMENT,
RANI BAGAN HOUSING ESTATE
BELTOLA TINIALI, GUWAHATI-781028
PHONE: 9954499204
e-mail: anitaa.datta@gmail.com
https://youtu.be/GRjJkhVvIWM
https://youtu.be/nK1-JCbUSJs
https://youtu.be/E-PrKPax7jw
Hidden Talent Creativity can reuse the Wastage Plastic Bag & Bottle and can be entrepreneur, pollution free.
PRITI REKHA BARUAH 6 বছৰ 6 হিচাপপূৰ্বে
Applicant's Name: MRS ANITA DATTA
FLAT No:303, 3RD FLOOR
GAURI KUND APARTMENT,
RANI BAGAN HOUSING ESTATE
BELTOLA TINIALI, GUWAHATI-781028
PHONE: 9954499204
e-mail: anitaa.datta@gmail.com
https://youtu.be/GRjJkhVvIWM
https://youtu.be/nK1-JCbUSJs
https://youtu.be/E-PrKPax7jw
Hidden Talent Creativity can reuse the Wastage Plastic Bag & Bottle and can be entrepreneur, pollution free.
PRITI REKHA BARUAH 6 বছৰ 6 হিচাপপূৰ্বে
MRS. ANITA DATTA
FLAT No.: 303, 3RD FLOOR
GAURI KUND APARTMENT,
RANI BAGAN HOUSING ESTATE
BELTOLA TINIALI, GUWAHATI - 781028
PHONE : 9954499204
https://youtu.be/lkj3e6jozr0
https://youtu.be/aprM8kJLZJ8
Jyotishman Mazumdar 6 বছৰ 6 হিচাপপূৰ্বে
Submitted By:
Jyotishman Mazumdar
Address: Khanapara Farmgate Farmcampus Ghy 22 Assam.
Ph no.-8724908604.
My Email- jyotishmanmazumdar49@gmail.com
My 1st video( recycling frooti pack)
https://youtu.be/TmlP2K1c1YU
My 2nd video ( recycling plastic bottle)
https://youtu.be/kSWoL-YYLi4
My 3rd video ( recycling Chips or plastic packet)
https://youtu.be/Qb5HURZ-DQU
Usha Upadhyaya 6 বছৰ 6 হিচাপপূৰ্বে
Proper use of plastic
https://youtu.be/9iv0Lcl44Sg
Styles Assames hand crafte japi made by plastic.
https://youtu.be/HRZ5Kd-PZOg
Usha Devi
Chandmari, Tezpur
Sonitpur, assam
784001
Phon no 8486469414
abhijit dowarah 6 বছৰ 6 হিচাপপূৰ্বে
আমি সদায় ব্যৱহাৰ কৰি থকা প্লাষ্টিক বস্তূ বোৰ ভিতৰত প্লাষ্টিক বেগ বহুত ব্যৱহাৰ কৰো। পেলনীয়া বেগবোৰ পৰা মাটি,বায়ু,পানী প্ৰদূষণ হয় ফলত মানুহ,জীৱ-জন্তূৰ বেমাৰ হয়।মোৰ এই video টোত পেলনীয়া বেগবোৰ পৰা এটা Raincoat বনাইছো।বজাৰত যিটো দাম কমেও 400 টকা হয়।আমি যদি বনাই কিছুমান দুখীয়া লৰা-ছোৱালীক দিব পাৰো ।বেগবোৰো ব্যৱহাৰ হল আৰু কাৰোবাক সহায় কৰাও হব।
https://youtu.be/XHDq32NSAKQ
Abhijit Dowarah
Phukan nagar
Sivasagar
Pin-785640
Contact number-9101114221
Rimanjali Dutta 6 বছৰ 6 হিচাপপূৰ্বে
Hi, Reusing Plastic materials can make beautiful home decor items.
Here is my contribution video for the contest. Please go through the link below; Thank you.
https://youtu.be/XAlTVDmlxQ4
utpal datta 6 বছৰ 6 হিচাপপূৰ্বে
Submission by NAMRATA DATTA ( 5 C Kanika Apartment, Last Gate, Noonmati, Guwahati 781020)
Ph 9854094887
Entry 1 . https://www.youtube.com/watch?v=tAg52Tk5_lE
Entry 2. https://www.youtube.com/watch?v=b97MNAH0flk
Entry 3 . https://www.youtube.com/watch?v=zO_VzVg_vJQ
Usha Mour 6 বছৰ 6 হিচাপপূৰ্বে
https://www.youtube.com/watch?v=2VsS0SMRPpc
Usha Mour,
Manjushree Innovations Pvt Ltd,
43, Jaswanta Road,
Pan Bazar,
Guwahati - 781001
Mobile: 9435048852
abhijit dowarah 6 বছৰ 6 হিচাপপূৰ্বে
Plastics are being used by all people without knowing the toxic effects of plastic on human health and environment. ... Plastics occur serious environment pollution such as soil pollution, water pollution, and air pollution.
My this video meaning save Earth and recycling plastic bags all plastic.
items.https://youtu.be/fctLhMVYzmI
Abhijit Dowarah
Phukan nagar,Sivasagar
PO-SIVASAGAR
PS-Sivasagar
Pin-785640
Contact number-9101114221