- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
প্রিয় চৰিত্রৰ বেশত শিশু : শিশুৰ ফেন্সী পোছাক পৰিধান প্রতিযোগিতা
শিশু সদায় সৃষ্টিশীল। তেওঁলোকে নিজৰ বাৎসল্য চিন্তা আৰু সততাৰে ...

শিশু সদায় সৃষ্টিশীল। তেওঁলোকে নিজৰ বাৎসল্য চিন্তা আৰু সততাৰে পৃথিৱীখন ৰঙীন ধৰণে কল্পনা কৰে তথা চাব বিচাৰে। সমাগত শিশু দিৱস উদযাপনৰ এক অংশস্বৰূপে ‘মাই গভ্ অসমে’ শিশুৰ সৃষ্টিশীল তথা কল্পনাশক্তিক উদগনি জনোৱাৰ লক্ষ্যৰে আয়োজন কৰিছে এখন শিশুৰ ফেন্সী পোছাক পৰিধান প্রতিযোগিতা।
এই প্রতিযোগিতাত শিশুটিৰ প্রিয় চৰিত্রৰ (সেয়া লাগিলে সঁচা জীৱনৰ অথবা কাল্পনিকেই হওক) পোছাক পৰিধান কৰা ফটো আমালৈ পঠিয়াই অংশগ্রহণ কৰিব পাৰিব।
ফটোসমূহ assam.mygov.in ৰ কার্য শিতানত দাখিল কৰিব লাগিব
বিষয় : প্রিয় চৰিত্রৰ বেশত শিশু
দাখিলৰ সময়সীমা : ১৪ নৱেম্বৰ, শিশু দিৱসৰ নিশা ১২ বজালৈ
শ্রেষ্ঠ ফটো হিচাপে বিবেচিত শিশুটিলৈ ডিজিটেল মানপত্র প্রদান আৰু ফটোসমূহ ‘মাই গভ্ অসম’ৰ সমূহ সামাজিক মাধ্যম প্লেটফর্মত বিশেষভাৱে প্রকাশ কৰা হ’ব
নিয়মাৱলী
• ফটোসমূহ ‘কার্য’ শিতানত দাখিল কৰিব লাগিব
• দশম শ্রেণী পর্যন্ত ছাত্র-ছাত্রীয়ে অংশগ্রহণ কৰিব পাৰিব
• এজন অংশগ্রহণকাৰীৰ মাত্র এবাৰ ‘দাখিল’হে গ্রহণযোগ্য হ’ব
• বয়স, শ্রেণী আৰু ইমেইল আই ডিৰ সৈতে যোগাযোগৰ ঠিকনা উল্লেখ কৰাটো বাধ্যতামূলক
• প্রতিযোগিতাত দাখিল কৰা ফটোসমূহ ‘মাই গভ্ অসম’ৰ সামাজিক মাধ্যম প্লেটফর্মত ব্যৱহাৰৰ ক্ষেত্রত অনুমোদিত ফটো হিচাপে বিবেচিত হ’ব
• ‘মাই গভ্ অসম’ৰ সিদ্ধান্ত যিকোনো প্রেক্ষাপটত চূড়ান্ত হিচাপে গণ্য কৰা হ’ব