- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
পথ সুৰক্ষা সন্দৰ্ভত শ্লোগান প্ৰতিযোগিতা
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ...

অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৩৬.৪%। দিনক দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দূৰৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে যদিও মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে।
ৰাজ্যৰ আৰ্থ-সামাজিক দিশটোৰ ব্যাপক ক্ষতিসাধন কৰা এনে ঘটনা বৰ্তমান সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কেৱল সজাগতা তথা সাৱধানতাৰ দ্বাৰাহে এনে ঘটনা ৰোধ কৰাটো সম্ভৱ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়।
প্ৰতিযোগিতা
পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰি অসম চৰকাৰে আয়োজন কৰিছে শ্লোগান লিখা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈ শ্লোগানৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰখনলৈ আপোনাৰ মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াওক।
অন্তিম তাৰিখ – ১৩/০৬/২০১৭
পুৰস্কাৰ-
প্ৰথম পুৰস্কাৰ- ২০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ- ১৫,০০০ টকা
তৃতীয় পুৰস্কাৰ- ১০,০০০ টকা









Bhaskar jyoti Mahanta 8 বছৰ 6 হিচাপপূৰ্বে
1.সময় আৰু জীৱন ; দুয়োটাই মূল্যবান ।
2.খন্তেকৰ ভোজ খাঁওতা নাই ।
3.গন্তব্যস্থান সময়ত পাবলৈ আগতীয়াকৈ ওলাওক ।
4.পথত প্ৰতিযোগিতা নকৰিব ; খেলপথাৰত কৰক ।
5.আপোনাৰ জীৱন আমাৰ বাবেও সমানেই অমূল্য ।
6.বাহনখন আপোনাৰ কিন্তু পথটো সকলোৰে বাবে ।
7.খৰধৰ কৰা লোকে কেতিয়াও সময় মিলাব নোৱাৰে ।
8.নিৰাপদ যাত্ৰা ; কুশল বাৰ্তা ।
9.আপোনাৰ তীব্ৰ গতিয়ে আনৰ জীৱনলৈ শংকা আনিব পাৰে ।
10.বাহনখন আপোনাৰ সংগী কিন্তু পথটো আপোনাৰ সম্পত্তি ।
rajiv solanki 8 বছৰ 6 হিচাপপূৰ্বে
LAHE JABO HUNKALE PABO
swapnil kumar gogoi 8 বছৰ 6 হিচাপপূৰ্বে
"Drive as if every people on the road are your own family members,so drive safe and obey rule to stay safe".
Amanullah Sayeed 8 বছৰ 6 হিচাপপূৰ্বে
Construction of good road and maintenance of traffic rules
Sibasish Thakur 8 বছৰ 6 হিচাপপূৰ্বে
KNOW ROAD SAFETY,NO INJURY.NO INJURY,KNOW ROAD SAFETY
Nang Shikhajyoti Handiqui 8 বছৰ 6 হিচাপপূৰ্বে
safe drive, save lives.
#ObeyTheTrafficRules.
ARADHANA RAJBANSHI 8 বছৰ 6 হিচাপপূৰ্বে
"আপোনাৰ বাহন,বহুতৰ জীৱন
সাৱধানে যাওক,সুৰক্ষিত থাকক |"
Sayem Azam 8 বছৰ 6 হিচাপপূৰ্বে
Sayem Azam AT PO+PS habibpur bhagalpur bihar, class 7
Shanur Rahman 8 বছৰ 6 হিচাপপূৰ্বে
Shanur Rahman AT PO+PS-habibpur,bhagalpur,bihar class 10
Anub Azam 8 বছৰ 6 হিচাপপূৰ্বে
Anub Azam,at po+ps- habibpur bhagalpur bihar class 9