- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
পথ সুৰক্ষা সন্দৰ্ভত শ্লোগান প্ৰতিযোগিতা
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ...

অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ৩৬.৪%। দিনক দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দূৰৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে যদিও মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে।
ৰাজ্যৰ আৰ্থ-সামাজিক দিশটোৰ ব্যাপক ক্ষতিসাধন কৰা এনে ঘটনা বৰ্তমান সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কেৱল সজাগতা তথা সাৱধানতাৰ দ্বাৰাহে এনে ঘটনা ৰোধ কৰাটো সম্ভৱ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়।
প্ৰতিযোগিতা
পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰি অসম চৰকাৰে আয়োজন কৰিছে শ্লোগান লিখা প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈ শ্লোগানৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰখনলৈ আপোনাৰ মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াওক।
অন্তিম তাৰিখ – ১৩/০৬/২০১৭
পুৰস্কাৰ-
প্ৰথম পুৰস্কাৰ- ২০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ- ১৫,০০০ টকা
তৃতীয় পুৰস্কাৰ- ১০,০০০ টকা









Debasish Sinha 8 বছৰ 5 হিচাপপূৰ্বে
"PROPER DRIVE,
SAVE LIVES."
- Debasish Sinha
Deepak Kumar Borah 8 বছৰ 5 হিচাপপূৰ্বে
My Slogans---
1.Driving like there’s no tomorrow is likely to produce that result.#roadsafety
2.Road safety is a state of mind, accident is an absence of mind.
3.Build a plant with construction,build a reputation with safety. #roadsafety
4.Zero accident requires 100% commitment to safety.
5.Road SAFETY is FAMILY SAFETY,DONT TAKE IT AS COMPULSION,MAKE IT AS PASSION.
6.Safe Drive,Safe Arrive.
PARAMANANDA SARMAH 8 বছৰ 5 হিচাপপূৰ্বে
গাঁড়ী চলাওক লাহে লাহে
দূৰ্ঘটনাৰ পৰা ৰক্ষা পৰক বাৰে বাৰে
Dhrubajyoti Kalita 8 বছৰ 5 হিচাপপূৰ্বে
ক)সতৰ্ক হওক, নিৰাপদে যাওক।
খ)পথৰ নীতি মানি চলিব,বাহনৰ গতিবেগ সীমিত ৰাখিব ।
Aparajita Pujari 8 বছৰ 5 হিচাপপূৰ্বে
My Slogan----
"Stay calm Be alert
Easy to break the rules
Easier to die!
Aparajita Pujari 8 বছৰ 5 হিচাপপূৰ্বে
Please find my slogan as attached in Assamese
Dhritiman Baruah 8 বছৰ 5 হিচাপপূৰ্বে
My slogans
Slow drive long life
KAMAL DAS 8 বছৰ 5 হিচাপপূৰ্বে
LIVE IS PRECIOUS ,MAINTAIN RULE & REGULATIONS DURING DRIVE, OBEY TRAFFIC RULES,SAVE U & UR LIFE
Kaushik Gogoi 8 বছৰ 5 হিচাপপূৰ্বে
My Slogan-
Say "No" to Overspeeding
Say "Yes" to Seat Belt,
Don't Use Mobile Phone
while driving and risk your health!
DIPANKAR DUTTA 8 বছৰ 5 হিচাপপূৰ্বে
Safe road, is your safe destiny.