- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
পথ সুৰক্ষা সন্দৰ্ভত চুটি ছবি প্ৰতিযোগিতা
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত ...
অসমত ৫০.৪% মৃত্যুৰ কাৰণ হ’ল পথ দুৰ্ঘটনা। যিটো হাৰ ৰাষ্ট্ৰীয় পৰ্যায়ত কেৱল ৩৬.৪%। দিনক দিনে বৃদ্ধি পাবলৈ লোৱা যান-বাহনৰ সংখ্যা, পথৰ দূৰৱস্থা আদিৰ বাবে এনে ঘটনা বৃদ্ধি পাইছে যদিও মানুহৰ অসাৱধানতা তথা ট্ৰেফিক আইন ভংগ কৰা আদিৰ ফলত এনে ঘটনা অতি চিন্তনীয়ভাৱে বাঢ়িবলৈ লৈছে।
ৰাজ্যৰ আৰ্থ-সামাজিক দিশটোৰ ব্যাপক ক্ষতিসাধন কৰা এনে ঘটনা বৰ্তমান সময়ত সমাজৰ প্ৰতিজন সচেতন নাগৰিকৰ বাবে এক চিন্তনীয় বিষয় হৈ পৰিছে। কেৱল সজাগতা তথা সাৱধানতাৰ দ্বাৰাহে এনে ঘটনা ৰোধ কৰাটো সম্ভৱ। পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে সময়ে সময়ে বিভিন্ন পদক্ষেপ গ্ৰহণ কৰি আহিছে আৰু এই ক্ষেত্ৰত জনসাধাৰণৰ সহযোগিতা তথা দিহা-পৰামৰ্শ অতিকৈ প্ৰয়োজনীয়।
প্ৰতিযোগিতা
পথ সুৰক্ষাৰ ক্ষেত্ৰত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ বিচাৰি অসম চৰকাৰে আয়োজন কৰিছে চুটি ছবি প্ৰতিযোগিতা। এই প্ৰতিযোগিতাত অংশ লৈ চুটি ছবিৰ জৰিয়তে পথ সুৰক্ষা সন্দৰ্ভত সজাগতা সৃষ্টিৰ ক্ষেত্ৰত চৰকাৰখনলৈ আপোনাৰ মূল্যৱান দিহা-পৰামৰ্শ আগবঢ়াওক।
অন্তিম তাৰিখ – ১৩/০৬/২০১৭
পুৰস্কাৰ-
প্ৰথম পুৰস্কাৰ- ২০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ- ১৫,০০০ টকা
তৃতীয় পুৰস্কাৰ- ১০,০০০ টকা
Ananda Ram Das 6 বছৰ 10 হিচাপপূৰ্বে
https://youtu.be/7MgCXSO_1ic
Kankan Bhagawati 6 বছৰ 10 হিচাপপূৰ্বে
Here is our effort on road safety. Wearing seat belts is important. We must also thing of our family members
https://youtu.be/bpDi2VCsa-s
Ananda Ram Das 6 বছৰ 10 হিচাপপূৰ্বে
Short film, In Dirt We Cry by A.R.Das
https://youtu.be/ILYglQTuB9s
Akash Harizan 6 বছৰ 10 হিচাপপূৰ্বে
A short film on road safety by Libra Creations.
Information_ libracreationshere@gmail.com
#mygov,#assam,#roadsafety
https://youtu.be/hBRdI8vtcu8
UDIT NARAYAN SARMAH 6 বছৰ 10 হিচাপপূৰ্বে
A try by me and my team. This video was completed within a timespan of 72 hours. Below is the YouTube link to the video.
https://youtu.be/EfHP_5qI8i0
#roadsafetyvideo #roadsafety #mygov #assam
Upamanyoo Das 6 বছৰ 10 হিচাপপূৰ্বে
https://youtu.be/J6PkHX60sNg
A video on road Safety and in some cases mocks us for our behaviour .
We so deeply care about our possession and not ourselves , is criticized here
Borsha Duarah 6 বছৰ 10 হিচাপপূৰ্বে
https://youtu.be/uV9olajz6Ik
RUPAM MEDHI 6 বছৰ 10 হিচাপপূৰ্বে
A short video on #ROAD #SAFETY.
https://www.youtube.com/watch?v=-qkDMeBRukA
AVIJIT KUMAR_6 6 বছৰ 10 হিচাপপূৰ্বে
A short video on road safety by Avijit Kumar
Vill-kumarpara,PO-Deomornoi,Pin-784147,Dist-Darrang(Assam)
https://youtu.be/KYgBC99BIU0
Ritz Maiden 6 বছৰ 10 হিচাপপূৰ্বে
#mygov #assam #roadsafety
This video is to promote road safety among the public. Stay Safe.
https://youtu.be/WB7EYApM6uY