You don't have javascript enabled. Please Enabled javascript for better performance.

দিব্যাঙ্গ সকলৰ উন্নয়নৰ বাবে পৰামৰ্শৰ আহ্বান

Start Date: 10-11-2017
End Date: 05-12-2017

অৱহেলিত সকলৰ উচিত যত্ন, সমাজৰ অতি দুৰ্বল শ্ৰেণীসমূহৰ সুৰক্ষা, শিশু, ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

অৱহেলিত সকলৰ উচিত যত্ন, সমাজৰ অতি দুৰ্বল শ্ৰেণীসমূহৰ সুৰক্ষা, শিশু, মহিলা আৰু দিব্যাঙ্গসকলৰ সৰ্বাঙ্গীন উন্নয়নৰ বাবে অনুকূল বাতাৱৰণ সৃষ্টি কৰাটো সুনিশ্চিত কৰাৰ অৰ্থে অসমৰ সমাজ কল্যাণ বিভাগে কাম কৰে। বিশ্বৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো বিভাগটোৱে ৩ ডিচেম্বৰ, ২০১৭ ত আন্তৰ্জাতিক দিব্যাঙ্গ দিৱস উদযাপন কৰিব।
দিব্যাংগসকল এতিয়াও বহুক্ষেত্ৰত অনগ্ৰসৰ অৱস্থাতে আছে। সক্ষম লোকসকলতকৈ এই লোকসকল শিক্ষা আৰু স্বাস্থ্যৰ ক্ষেত্ৰত পিছপৰা। অৰ্থনৈতিক নিয়োজনৰ ক্ষেত্ৰতো পিছপৰা। সেয়েহে এই ক্ষেত্ৰত উল্লেখযোগ্য পৰিৱৰ্তন সাধন কৰিবলৈ বিভাগে অহোপুৰুষাৰ্থ কৰি আছে।
এই বিভিন্ন দিশবোৰ বিবেচনা কৰি দিব্যাঙ্গ সকলৰ সৰ্বাঙ্গীন বিকাশ সাধন কৰাৰ অৰ্থে কিদৰে এই লোকসকলক ভালদৰে সেৱা প্ৰদান কৰিব পাৰি আৰু কিদৰে তেওঁলোকক সবল কৰি তুলিব পাৰি সেই বিষয়ে জনসাধাৰণৰ পৰা অসমৰ সমাজ কল্যাণ বিভাগে দিহা-পৰামৰ্শ আৰু প্ৰকল্পৰ আহ্বান কৰা হৈছে।
উৎকৃষ্ট দিহা-পৰামৰ্শদাতাক নগদ ধনেৰে পুৰস্কৃত কৰা হ’ব।

প্লেটিনাম বঁটা : ২০,০০০ টকা
গোল্ড বঁটা : ১৫,০০০ টকা
চিলভাৰ বঁটা : ১০,০০০ টকা

সকলো মন্তব্য
মুঠ অৱদান ( 50) অনুমোদিত অৱদানসমূহ (47) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (3) জমা বন্ধ
Reset
47 তথ্য পোৱা গ’ল
200

NIVEDITA NATH 6 বছৰ 4 হিচাপপূৰ্বে

The initiative of the Social Welfare Department in the direction of bringing the marginalised section of the Indian society to the forefront really needs applause. Women, children, physically challenged persons are considered to be the weakest lots, incapable of taking independent decisions.I as a concerned citizen will look for an initiative through which firstly their grievances are redressed by immediate help in monetary forms and in the long run, through moral and rights based education..

100

Kongkon jyoti sarma bordolai 6 বছৰ 4 হিচাপপূৰ্বে

"বাধাগ্ৰষ্টতা কেতিয়াও সফলতাৰ হেঙাৰ হ'ব নোৱাৰে।"অৰুনিমা সিংহা,অস্কাৰ পিটাৰচনকে আদি কৰি অসমৰ শৰ্মিষ্ঠা প্ৰীতম,এইসকলে এই বাক্যষাৰ সঁচা বুলি প্ৰমান কৰিছে ।
আমাৰ সমাজত বহুলোকৰ শাৰীৰিক বাধাগ্ৰষ্টতা সফলতাৰ বাধা হৈ পৰে।মোৰ বোধেৰে তেওঁলোকক এনেধৰণে সহায় কৰিব পাৰি -
1.তেওঁলোকৰ নিজ সক্ষমতাখিনি জনাৰ সুযোগ দি
2.প্ৰেৰণাদায়ী বাক্য(motivational quote) শুনাই
3.ক্ষুদ্ৰ বেংক একাউন্ট খুলি দি
4.শাৰীৰিক বাধাগ্ৰষ্টসকলৰ সফলতাৰ কাহিনী কৈ আৰু যদি সম্ভৱ তেওঁঁলোকক লগ পোৱাৰ সুযোগ দি
তেওলোকক সহায় কৰিব পাৰো ।

1660

lakhi bora 6 বছৰ 4 হিচাপপূৰ্বে

Sir,moi bikolanga lukor hoi kissuman Kotha kob bicharim...1/ Taolukor babe rajohuwa ssthanot "donation box" logai diya..2/ taolukor babe hikhya hunissitya kora,school,college,university hukiyaka pohar hubidha kora...3/ taoluko honssthapon r babe bikheb poribekh gothon kora totha taolukor kormathan nissitya kora.4/ taolukok protimahe sarkar r pora anudann agbohuwa 5/ taolukok homajor hokute ag-vg lobloi akhan rokhuwa..rajneeti,hikkhya,hahitya hokalute dokhyata thoka lukok upjukta ssthan diya