- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।
নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।









ASHIM VERMA 7 বছৰ 5 হিচাপপূৰ্বে
Name: Parag Das Verma
Category: A
Language:English
School Name: Guwahati Public School
Class: Seven (7)
Address:Namghar Path, Panjabari, Guwahati-37.
Phone No.:7662967176
Rajib Das 7 বছৰ 5 হিচাপপূৰ্বে
Cetory : (B) Open for all
Name : Rajib Das
District : Morigaon
Mobile : 9613325234
Harshit Rathi 7 বছৰ 5 হিচাপপূৰ্বে
Category = (B)
Name = HARSHIT RATHI
Mobile = 7001291758
Pronoy Gogoi 7 বছৰ 5 হিচাপপূৰ্বে
প্ৰয়াত অটল বিহাৰী বাস্পেয়ীদেৱলৈ মোৰ এই কবিতাটিৰে প্ৰণিপাত....
ধন্য প্ৰকৃষ্ট প্ৰজলিত মানৱ
দুখ বিমোচক জন গণ মন,
ধীৰ স্থিৰ মতি পংকজ আসন
বিশ্ব বৰেণ্যৰ সুস্থিৰ শাসক।
গজ পদ গময় পৰম পুৰুষ
ভাৰতীৰে তুমি বিপ্ৰ দামোদৰ,
কোটি কোটি প্ৰণামো হে মহা নায়ক
শুদ্ধ চিত্ত মনে কৰো প্ৰণিপাত।।
ঠিকনা:
প্ৰণয় গগৈ।
ডাক:কাকপথাৰ।
জিলা:তিনিচুকীয়া,
অসম।
পিন:৭৮৬১৫২
ম'৯১০১৭৩৯০৫১
Amalendu Roychoudhury 7 বছৰ 5 হিচাপপূৰ্বে
AMALENDU ROYCHOUDHURY
Category: Open(B)
Phone No.: 9435459344
Nabajyoti Sarma 7 বছৰ 5 হিচাপপূৰ্বে
অটল
অসমীয়া
আহিলা ধৰাত অটল তুমি নব
প্ৰেৰণাৰে
জগত জিনিলা বাজপেয়ী নাম ধাৰনৰে।
ভেদাভেদ পৰিহৰি জনতাক আকোৱালি
হৃদয়ত বহিললা ভাৰতৰ হিয়াঢালী।
আজীৱন থাকিলা হে দেৱনাৰায়ণ সঙ্গিহীনাহৈ
দেশৰ কাৰণে সপিলা সুখদুখৰ হিতৈষীহৈ।
লবানে তুমি অশ্ৰুঅন্জলী হে দেব এই দুৰ্ভগীয়াৰ
আমি সাতভনীৰ ত্ৰাণকৰ্তাৰ চেনেহ এনাজৰীৰ।
সৰগত থাকিবা আশীৰ্বাদ কৰিবা জনতাৰ কামনাৰ
জীয়াই ৰাখিবা ভাৰত বৰিষত গণতন্ত্ৰৰ আধাৰ।
জগত জিনিলা নিস্বাৰ্থ গৰিমাৰে বিশ্ববাসীথে
ভোটাতৰাহৈ জিলিকি থাকিবা নীলসৰগতে।
মনোৰন্জন শৰ্মা
অম্বিকাগিৰীনগৰ
RAJLAKSHMI KHOUND 7 বছৰ 5 হিচাপপূৰ্বে
RAJLAKSHMI KHOUND
Name : Mrs Rajlakshmi Khound
CATEGORY = Open (B)
LANGUAGE : Assamese
PHONE No: 8724060554
SUSHAMA GOSWAMI 7 বছৰ 5 হিচাপপূৰ্বে
Category B
Name:Sushama Goswami Sarmah
Language:Assamese
phone: 9435525835
Email: sgsarmah@gmail.com
Address:Jorhat
Submitted on: 03/09/2018
DEBABRATO CHAKRABORTY 7 বছৰ 5 হিচাপপূৰ্বে
NAME : PAINTER UTTAM RAI
PH NO. 8638643402
DISTRICT : KARBI ANGLONG
PIN :782461
POETRY LANGUAGE : BENGALI
STATE : ASSAM
Pralay Kumar Nandi 7 বছৰ 5 হিচাপপূৰ্বে
Name:-Pralay Kumar Nandi
Category:-Open For All (B)
Language:-Bengali
Address:-Flat No.601,Gokul Villa,A.T. Road, Guwahati-781012.
Mobile No.:-9435528006
Submitted on 03.09.2018.