- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
কবিতাৰে আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টালৈ শ্ৰদ্ধাঞ্জলি
আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল ...

আধুনিক ভাৰতৰ ৰূপকাৰ, যুগদ্ৰষ্টা, ভূতপূৰ্ব প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীদেৱৰ মৃত্যু দেশৰ বাবে অপূৰণীয় ক্ষতি। সততা আৰু নিষ্ঠাৰ প্ৰতিভূ এইগৰাকী মহান নেতাই দেশখনক শক্তিশালী কৰাৰ বাবে যুগান্তকাৰী পদক্ষেপ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰীয় স্বাভিমান সুৰক্ষা আৰু দেশৰ প্ৰগতিৰ গতি ত্বৰাম্বিত কৰাৰ বাবে তেখেতে ভাৰতবাসীৰ মনত যি আত্মবিশ্বাসৰ ভাৱনা জাগৃত কৰিছল, তাৰ সুদূৰপ্ৰসাৰী প্ৰভাৱে বিশ্ব দৰৱাৰত আমাৰ স্থিতি শক্তশালী কৰিছিল। এগৰাকী কবি, সাহিত্যিক হিচাবে অটল বিহাৰী বাজপেয়ীদেৱে ব্যক্তি, সমাজ আৰু ৰাষ্ট্ৰৰ অনুভূতিক সৰ্বাত্মক ৰূপত প্ৰতিফলিত কৰি আলোকৰ বাটেৰে আগুৱাই যোৱাৰ বাবে প্ৰেৰণা যোগাইছিল।
আধুনিক ভাৰতৰ স্বপ্নদ্ৰষ্টা অটল বিহাৰী বাজপেয়ীদেৱক শ্ৰদ্ধাঞ্জলি অৰ্পণ কৰাৰ উদ্দেশ্যৰে জনতাৰ চৰকাৰ মাই গভ অসমে এক স্ব-ৰচিত কবিতা প্ৰতিযোগিতাৰ আায়োজন কৰিছে ।
নিয়মাৱালী
১. অংশগ্ৰহণকাৰীসকলে অসমত ব্যৱহৃত যিকোনো ভাষাতেই কবিতা প্ৰেৰণ কৰিব পাৰিব।
২.কবিতাৰ বিষয়বস্তু অটল বিহাৰী বাজপেয়ী দেৱৰ জীৱন আৰু কৰ্মৰ ওপৰত আধাৰিত হ'ব লাগিব।
৩. ‘বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়লৈ’ আৰু ‘সকলোৰে বাবে মুকলি’ - এই দুটা নিৰ্ধাৰিত শাখাত (ক আৰু খ) এই প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে।
৪. ‘ক’ শাখা অৰ্থাৎ বিদ্যালয়ৰ পৰা বিশ্ববিদ্যালয় পৰ্যায়ৰ বাবে প্ৰথম, দ্বিতীয় আৰু তৃতীয় পুৰস্কাৰ হিচাবে ক্ৰমে – ৩,০০০, ২,০০০ আৰু ১,০০০ টকাৰ নগদ ধন আগবঢ়োৱা হ’ব। সকলোৰে বাবে মুকলি অৰ্থাৎ ‘খ’ শাখাৰ বাবে ক্ৰমে - ৫,০০০, ৩,০০০ আৰু ২,০০০ টকাৰ নগদ পুৰস্কাৰ আগবঢ়োৱা হ’ব।
৫. যি ভাষাত কবিতা প্ৰেৰণ কৰা হয়, সেই ভাষাৰ নাম উল্লেখ কৰাটো বাধ্যতামূলক।
৬.মাই গভ অসম পৰ্টেল যোগে অহা ১০ ছেপ্টেম্বৰ, ২০১৮ৰ ভিতৰত কবিতা প্ৰেৰণ কৰিব লাগিব।
৭. অংশগ্ৰহণকাৰীসকলে যিকোনো এটা শাখাৰ বাবেহে কবিতা প্ৰেৰণ কৰিব পাৰিব।
৮. এটাতকৈ অধিক কবিতা প্ৰেৰণ কৰিব নোৱাৰিব।
৯. প্ৰেৰণ কৰা কবিতা মৌলিক হোৱাটো বাঞ্চনীয়। আনৰ পৰা নকল কৰা কবিতা গ্ৰহণযোগ্য নহ’ব।
১০. বিচাৰকৰ সিদ্ধান্তই হ’ব চূড়ান্ত সিদ্ধান্ত।
১১.অংশগ্ৰহণকাৰীসকলে প্ৰেৰণ কৰা কবিতাসমূহৰ এখনি সংকলন প্ৰস্তুত কৰা হ’ব।









Ankurani Sarma 7 বছৰ 6 হিচাপপূৰ্বে
Name: Ankurani Sarma
Category : Open to all
Address: Guwahati
NISHICHANDRA BORUAH 7 বছৰ 6 হিচাপপূৰ্বে
Submission to the poem competition
As a tribute to Atal Bihari Bajpayee Ji
Category = B
Poem's name = একাজলি শ্ৰদ্ধাঞ্জলি
Language of the poem = Assamese
Poet's name
And address = Lachit Barkakati
Barpeta Govt.Higher Secondary School, Barpeta Town, Barpeta, Contact no. +918638760337
Ankurani Sarma 7 বছৰ 6 হিচাপপূৰ্বে
Name: Ankurani Sarma
Category: open for all
Language: Assamese
Address: Guwahati
Phone no. 7002059757
Naureenh Hadi 7 বছৰ 6 হিচাপপূৰ্বে
NAME : NAUREEENH HADI
CATEGORY A
LANGUAGE : ENGLISH
HOMETOWN : JORHAT , ASSAM
PIN : 785001
Email ID: naureenhhadi2004@gmail.com
Phone : 9435727152
The originally composed poem by me is attached .
RANJAN DEKA 7 বছৰ 6 হিচাপপূৰ্বে
ৰঞ্জন ডেকা,ফোন নং:৮৮৭৬৫৯৩১২৩
কবিতাৰ ভাষা: অসমীয়া,শাখা: খ
তোমাৰ কৰ্মৰাজিৰে তুমি চিৰযুগমীয়া
অনাদি অনন্ত তুমি কালযুগমীয়া
দেশ জাতিৰ বাবে তুমি দিলা বহুতো দলিল
বিশ্বৰ বুকুত ভাৰত আজি উজলিল
নতুন দিগন্ত তুমি সুচনা কৰিলা
দেশ জাতিৰ বাবে তুমি জীৱন উসৰ্গিলা
জাতিভেদ নেওচি দেশক গঢ়িলা
নৱ ভাৰতৰ সপোন তুমিয়েই ৰচিলা
অসম হিতৈষী তুমি মহামুনি
অমৰ সৃষ্টিৰে তুমি হলা মহাজ্ঞানী
দেশ জাতি বুলিলে তোমাক নালাগে আদেশ
দেশৰ জনতাক দিলা তুমি উপদেশ
হে মহান মনিষী তোমাক যাছিলো প্ৰণাম
যুগে যুগে তোমাৰ ৰক্ত চিৰপ্ৰৱাহমান
Gorakh Prasad 7 বছৰ 6 হিচাপপূৰ্বে
Name :- Gorakh Prasad
Category :- Open for all
Language of Poetry :- Hindi
Submitted On :- 30th August 2018
Address :- Rastra Bhasha Vidyalaya High School, Duliajan P.O. Duliajan PIN
786602 Distt. :- Dibrugarh (ASSAM)
(M) +91-9706956336
shreeram dhidhariya 7 বছৰ 6 হিচাপপূৰ্বে
I shreeram dhidhariya , hereby do certify that the submitted entry is my own creation and it does not violate any copyright issue.
Category-Open
Language-Hindi
Please find the attachment
#AssamMyGov
#AtalBihariVajpayeeji
Indranil Kakati 7 বছৰ 6 হিচাপপূৰ্বে
Name: Indranil Kakati
Category: (B) Open for all
Language: Assamese
Nagaon, Assam
Date: 30/08/2018
Deboshree Bhattacharjee 7 বছৰ 6 হিচাপপূৰ্বে
Name:Deboshree Bhattacharjee
Lal Ganesh, Assam.
Category : (B) Open Category
Submitted on 30th August 2018
tuhel ahmed 7 বছৰ 6 হিচাপপূৰ্বে
NAME= ABDUL MUKIT TAPADAR .CATEGORY =OPEN FOR ALL.LANGUAGE=BENGALI.MOBILE NO=9476659240.