You don't have javascript enabled. Please Enabled javascript for better performance.

আপোনাৰ প্ৰিয় ঠাই

Start Date: 30-01-2020
End Date: 28-02-2021

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

প্ৰকৃতিৰ অপৰূপ সৌন্দৰ্য্যৰ ভঁৰাল অসম। সেউজ অৰণ্য, পাহাৰ, নদ-নদী, আৰু বিশাল মহাবাহু ব্ৰহ্মপুত্ৰই অসমৰ জেউতি দুগুণে চৰায়। প্ৰকৃতিয়েই নহয়, অসমৰ ঐতিহ্যময় কৃষ্টি, সংস্কৃতি আৰু বুৰঞ্জীয়ে অসমভূমিক দিয়ে অনন্য পৰিচয়। বহু হাজাৰ বছৰীয়া ইতিহাসৰ সাক্ষী অসমভূমি দেশৰ ভিতৰতে এক উল্লেখযোগ্য পৰ্যটনভূমি।

আপুনি নিশ্চয় অসমৰ বিভিন্ন পৰ্যটন স্থলী ভ্ৰমণ কৰিছে। এই ঠাইসমূহৰ ভিতৰত কোনখন ঠাই আপোনাৰ আটাইতকৈ প্ৰিয় আৰু কিয়? আপোনাৰ মতামত মন্তব্য আকাৰেৰে আমালৈ প্ৰেৰণ কৰিব পাৰে।

সকলো মন্তব্য
মুঠ অৱদান ( 58) অনুমোদিত অৱদানসমূহ (31) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (27) জমা বন্ধ
Reset
31 তথ্য পোৱা গ’ল
10420

Deepshikha Keot 4 বছৰ 2 হিচাপপূৰ্বে

I believe every1 is attached warmly through heart nd mind 2 their birth place. Assam as a whole gives u every bit of natural grace and ethnicity to embrace. Assam is always enthusiastic in welcoming and m most fav place here is TEZPUR , the city of eternal romance crediting d tag of 1 of d most cleanest city in Assam. Graced with natural endowment, frm ethnicity to historical vibes and depicting the richest culture of the tym; the cultural capital of the state .
#Visit TEZPUR #AWESOME ASSAM.

86850

Chandra Shekhar 4 বছৰ 2 হিচাপপূৰ্বে

Kamakhya Temple
The Kamakhya Temple also known as Kamrup-Kamakhya temple, Kamakhya Devalaya, is a Hindu temple dedicated to the mother goddess Kamakhya. It is one of the oldest of the 51 Shakti Pithas. Situated on the Nilachal Hill in western part of Guwahati city in Assam, India, it is the main temple in a complex of individual temples dedicated to the ten Mahavidyas of Saktism.

27760

Prithwiraj Purkayastha 4 বছৰ 2 হিচাপপূৰ্বে

যোৰহাট জিলাৰ উত্তৰে মহাবাহু ব্ৰহ্মপুত্ৰৰ পাৰতে অৱস্থিত নিমাতি-ককিলামুখ অঞ্চল বিশেষ ভাবে ইয়াৰ কেইবাটাও জলাশয়, শীতকালত ইয়ালৈ অহা বহু প্ৰজাতিৰ পৰিভ্ৰমী পক্ষী, অৰণ্য মানৱ যাদৱ পায়েঙৰ বিশ্ববিখ্যাত মোলাই কাটনী, সুদৃশ্য বঙ্গীয় সাৰস্বত মঠ, নদীদ্বীপ মাজুলীলৈ পাৰাপাৰ কৰা নিমাতিৰ ঐতিহাসিক জাহাজঘাট আৰু অঞ্চলটোৰ সৰ্বশেষ সংযোজন বাঘমৰা চাপৰিৰ বাবে পৰ্যটক আৰু ভ্ৰমণ বিলাসী সকলৰ মাজত অত্যন্ত জনপ্ৰিয় ঠাই।

7520

Prafulla Arya 4 বছৰ 2 হিচাপপূৰ্বে

বাক্সা জিলাৰ নিকাছি ৰ পৰা ৮কি:মি দূৰত ভূটান সিমান্ত অঞ্চল দিৰিং নদী আৰু পাহাৰৰ মনোমোহা সুন্দৰ ঠাই Daragao
পিকনিক আৰু পৰ্যটন স্থলী
গৰমৰ দিনত গা ধোৱা আনন্দ কৰা আৰু নতুন বছৰত বনভোজ স্থলী

2870

MD AMINUR RAHMAN 4 বছৰ 2 হিচাপপূৰ্বে

ব্ৰহ্মপুত্ৰৰ বুকুৱেদি চৰৰ মানুহৰ যাতায়তৰ এক মনোমোহা দৃশ্য মোৰ প্ৰিয়।
স্থান: বৰপেটা (ব্ৰহ্মপুত্ৰ নদীৰ বুকুত) ।
ফটো ক্লিক: মোঃ আমিনুৰ ৰহমান ।
সময়: ১৬.১১.২০১৯ ( দিনৰ ১২:২৩ বজা )
ই-মেইল: aminurrahman372@gmail.com
মোবাইল নং:9957100466
7002342328

148870

Partha sarkar 4 বছৰ 2 হিচাপপূৰ্বে

গুৱাহাটীৰ কামাখ্যা মন্দিৰ।
*ভাল লগা কাৰণ -
(১) শান্তিৰ ঠাই ।
(২) প্ৰাকৃতিক সৌন্দৰ্য ।
(৩) ধৰ্মীয় স্থান ।
(৪) পৰিষ্কাৰ পৰিচ্ছনতা ।
(৫)