বিনন্দীয়া অসম
- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আপোনাৰ দৃষ্টিৰে বিনন্দীয়া অসম
Start Date: 07-04-2017
End Date: 11-05-2017
আপোনাৰ কেমেৰাৰ লেঞ্চত ধৰা পৰা অসমৰ বিনন্দীয়া ৰূপ (উৎসৱ, খাদ্য, ...
বিতং তথ্য গোপন কৰক

সমাপ্তি
আপোনাৰ কেমেৰাৰ লেঞ্চত ধৰা পৰা অসমৰ বিনন্দীয়া ৰূপ (উৎসৱ, খাদ্য, পৰম্পৰা, সংস্কৃতি, প্ৰকৃতি, কীৰ্তিচিহ্ন ইত্যাদি) আমালৈ প্ৰেৰণ কৰক। শ্ৰেষ্ঠ ফটোখনে আমাৰ দ্বাৰা পাব স্বীকৃতি।
বিজয়ী সকলে লাভ কৰিব মাননীয় মুখ্যমন্ত্ৰীৰ পৰা এখন প্ৰশংসা পত্ৰ।
যোগদানৰ অন্তিম তাৰিখ ১০ মে, ২০১৭
নিয়মাৱলী :
• JPG অথবা PNG format ত ফটো প্ৰেৰণ কৰাটো প্ৰয়োজনীয়।
• ফটোৰ আকাৰ 10 এম বি তকৈ অধিক হ’ব নোৱাৰিব।
• ফটোত কোনো কাৰণত আপত্তিজনক বিষয়বস্তু থাকিব নোৱাৰিব।
• মাই গভ্ অসমৰ সিদ্ধান্তই চূড়ান্ত সিদ্ধান্ত হিচাবে বিবেচিত হ’ব।
Sonmani Thakuria 7 বছৰ 12 হিচাপপূৰ্বে
#Chandubi, #lakesinAssam, #AssamMyGov, #MyGov, #AssamTourism
Manash Das 7 বছৰ 12 হিচাপপূৰ্বে
Welcome to POBITORA wild life century of ASSAM...
Manash Das 7 বছৰ 12 হিচাপপূৰ্বে
evening beauty of ASSAM...
Bishaldip Paul 7 বছৰ 12 হিচাপপূৰ্বে
Beautiful mighty river Bhrahmaputra.
Captured with Mi Redmi Note 4 mobile camera from MG Road, Guwahati.
#AwesomeAssam #AssamTourism #BeautifulBhrahmaputra
Devrishi Bharadwaj_1 7 বছৰ 12 হিচাপপূৰ্বে
These photos were taken from the Agnigarh Hillock in Tezpur. They capture the spectacular beauty of the mighty Brahmaputra River. #BeautyUnexplored
PANKAJ BORUAH 7 বছৰ 12 হিচাপপূৰ্বে
Natural beauty of Tezpur...
Nobajyoti Borgohain 7 বছৰ 12 হিচাপপূৰ্বে
Panimur waterfall of Dima Hasao ,Assam
Kangkan Kataki 7 বছৰ 12 হিচাপপূৰ্বে
এদিন আকাশত ধৰ্মৰ নিচান উৰিছিল,
দুৰ্গাৰ ভৰি পথানত মহিষাসুৰ..
এদিন বতাহত স্বাধীনতাই হাঁহিছিল,
লাচিত আছিল ভেঁটিবলৈ বুলি মোগল..
ঘূৰি-পকি সলনি হ’লেও সময়
তাৰো আছে নিজা গতি, নিজা ছবি, নিজা কাহিনী !
বৰষুণৰ পিছত সদায় ৰ’দ ৷
সেইদিনালৈ আমাক ক’লা ধোঁৱাই পুতি নেপেলাব
যিদিনালৈ আমাৰ হাত সেউজীয়া হৈ থাকিব...
#AssamMyGov #MyGov #AssamTourism