- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আপুনি ৰোৱা গছৰ সৈতে চেল্ফি
১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৬৮তম বন মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হ’ব। ...

১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৬৮তম বন মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হ’ব। সপ্তাহজোৰা এই অনুষ্ঠানৰ কাৰ্যসূচী সমূহৰ ভিতৰত আছে গছপুলি ৰোপণৰ লগতে বনানিকৰণ আৰু সমাজত ইয়াৰ প্ৰভাৱে আৰু বহনক্ষম পাৰিপাৰ্শ্বিক ভাৰসাম্যতা সম্পৰ্কে ব্যাপক সজাগতা অভিযান।
যিহেতু প্ৰকৃতিয়ে আমাৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়েহে আমাৰ সমৃদ্ধিৰ বাবে প্ৰকৃতিক সুৰক্ষা প্ৰদান আৰু সংৰক্ষণ কৰাটো হৈছে আমাৰ কৰ্তব্য। এই সৰোগত কৰি আহক আমি আটায়ে আমাৰ মাতৃস্বৰূপ প্ৰকৃতিৰ সৈতে থকা আমাৰ সৌহাদ্যপূৰ্ণ সম্বন্ধ আৰু প্ৰকৃতিয়ে মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লওঁ। গছপুলি ৰোপণ, আৱৰ্জনা নিষ্কাষণ, পাকঘৰৰ আৱৰ্জনা হ্ৰাসকৰণ, আৱৰ্জনা পৃথকীকৰণ, বিদ্যুত আৰু পানী ৰাহি, পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ, প্লাষ্টিক আৱৰ্জনা বৰ্জন আৰু প্লাষ্টিকৰ বিকল্প সামগ্ৰীৰ ব্যৱহাৰ ইত্যাদিৰ জৰিয়তে আমি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰো।
এই বন মহোৎসৱ সপ্তাহত গছ ৰোপণ কৰি থকা সময়ত আপুনি তোলা চেল্ফিখন আমাৰ সৈতে শ্বেয়াৰ কৰক আৰু এখন সেউজীয়া আৰু নিকা অসম গঢ়াত আমাক সহায় কৰক। শ্ৰেষ্ঠ চেল্ফিখনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এখন প্ৰশস্তিপত্ৰ লাভ কৰিব। ফটোখনৰ লগত গছজোপাৰ নাম আৰু ঠাইখনৰ নাম উল্লেখ কৰিবলৈ নাপাহৰিব।
ফটো ৫ জুনৰ পৰা ১০ জুলাই, ২০১৭ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
চৰ্তাৱলী :
• অংশগ্ৰহকাৰীসকলে গছপুলিৰ নাম উল্লেখ কৰাটো প্ৰয়োজনীয়।
• এগৰাকী ব্যক্তিয়ে কমেও এটা গছপুলি ৰোপণ কৰিব লাগিব।
• চেল্ফিখন আপুনি নিজে ৰোপণ কৰা গছপুলিটোৰ সৈতে উঠা হ’ব লাগিব।
• জালিয়াতিৰে উঠা চেল্ফি পঠিয়ালে অংশগ্ৰহণ বাতিল কৰা হ’ব।
• গছপুলি ৰোপণ কৰা ঠাইখনৰ নাম উল্লেখ কৰাটো বাঞ্চনীয়।
• পুৰস্কাৰ বিজয়ী সকলৰ নাম চূড়ান্ত কৰাৰ আগতে আমাৰ স্থানীয় প্ৰতিনিধিসকলৰ এগৰাকীয়ে নিৰ্দিষ্ট স্থানডোখৰ পৰিদৰ্শন কৰিব।
• গছপুলিটো মাজে মাজে পৰীক্ষা কৰাৰ বাবে স্থানীয় প্ৰতিনিধি গৰাকীয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে স্থানডোখৰ পৰিদৰ্শন কৰিব পাৰে।
Ranjana Nath 8 বছৰ 3 সপ্তাহ পূৰ্বে
প্ৰথমতে নিজৰ চৌপাশটো সেউজীয়াৰে ভৰাই তোলি তাৰ পাছত বাহিৰৰ জগতখন সেউজীয়াৰে উপচাও আহঁক এয়া মোৰ একান্তই ব্যক্তিগত অনুভৱ ।মোৰ পাছে ঠাইৰ অভাৱ সেয়ে এনেকৈয়ে সৰু সৰু প্ৰচেষ্টা মোৰ ।
Yumnam Rajib 8 বছৰ 3 সপ্তাহ পূৰ্বে
Our GREAT BEAR organization embarked on 5th June with our 1st IDEOLOGY of CLEAN INDIA. We create awareness distributing pamphlets and interacting with school students for the benefits of planting a TREE and ways of achieving CLEAN INDIA and did plantations in the schools
Name-GREAT BEAR ORGANIZATION
LOCATION-1&2)SONAI JUBATI SINGHA MANIPIRI ME&HIGH SCHOOL 3&4)SINGERBOND MANIPURI ME&HIGH SCHOOL
TREE-ARJUN, AMLA AND OTHERS
CONTACT-9127532992/7086653392/7002546245
Manjit Nath 8 বছৰ 3 সপ্তাহ পূৰ্বে
Planted and been maintaining around 100 trees in the Samaguri village under Goalpara district
Dr Mrinal Baishya 8 বছৰ 3 সপ্তাহ পূৰ্বে
Plantation at Govt.Ayurvedic College, Jalukbari, Guwahati, Assam, on 5th June, 2017. Plant name is Haritaki (Shilikha )
Brajendra Talukdar 8 বছৰ 3 সপ্তাহ পূৰ্বে
CAPTION: PLANT TREES AS MANY AS YOU CAN TO SAVE OUR MOTHER EARTH
NAME:BRAJENDRA KUMAR TALUKDAR
NAME OF THE PLANTS PLANTED: LYCHEE & SAPODILLA PLANT
LOCATION: TOWNSHIP OF BRAHMAPUTRA CRACKERS & POLEMER LTD.(BCPL)
PHONE NO. 09435562620/7086050728
Brajendra Talukdar 8 বছৰ 3 সপ্তাহ পূৰ্বে
CAPTION: PLANT TREES AS MANY AS YOU CAN TO SAVE OUR MOTHER EARTH
NAME:BRAJENDRA KUMAR TALUKDAR
NAME OF THE PLANTS PLANTED: LYCHEE & SAPODILLA PLANT
LOCATION: TOWNSHIP OF BRAHMAPUTRA CRACKERS & POLEMER LTD.(BCPL)
PHONE NO. 09435562620/7086050728
JUGAL KISHOR BORAH 8 বছৰ 3 সপ্তাহ পূৰ্বে
Name: JUGAL KISHOR BORAH
Venue: World Environment Day celebration at OUGURI M.V. School(NAGAON,KALIABOR)
Date:5.6.2017
Contact no:8720989902
Abhijit Singh 8 বছৰ 3 সপ্তাহ পূৰ্বে
Name - Abhijit Singh
Local name of sapling is Kuma.
Venue- Koomber Tea Garden.
(Lunglacherra Division near office)
Dated- 05/06/17
Contact Number- 9401761106
8638478021
Rublu Dowerah 8 বছৰ 4 সপ্তাহ পূৰ্বে
Gaurav Dowerah, Class II (A)
S.T Xaviers H.S School
Duliajan(assam) 786602
AsliAhomTiger 8 বছৰ 4 সপ্তাহ পূৰ্বে
CONNECTING PEOPLE TO NATURE : I celebrated the Environment day by planting a sapling of Giant Basil,spread awareness and told the benefits of Basil , cleaned the roads and Drains of my locality, talked and discussed with the neighbours about new technologies to make our Earth greener and cleaner,Indeed a better place to live in.
Name: DILIP HAZARIKA
Plant : Giant Basil
Venue: L.K.PATH,JORHAT on 05/06/2017
Phone : 8486542402