- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
আপুনি ৰোৱা গছৰ সৈতে চেল্ফি
১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৬৮তম বন মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হ’ব। ...

১ জুলাইৰ পৰা ৭ জুলাই ২০১৭ লৈ ৬৮তম বন মহোৎসৱ ৰাজ্যজুৰি পালন কৰা হ’ব। সপ্তাহজোৰা এই অনুষ্ঠানৰ কাৰ্যসূচী সমূহৰ ভিতৰত আছে গছপুলি ৰোপণৰ লগতে বনানিকৰণ আৰু সমাজত ইয়াৰ প্ৰভাৱে আৰু বহনক্ষম পাৰিপাৰ্শ্বিক ভাৰসাম্যতা সম্পৰ্কে ব্যাপক সজাগতা অভিযান।
যিহেতু প্ৰকৃতিয়ে আমাৰ অস্তিত্ব ৰক্ষাৰ ক্ষেত্ৰত এক গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে, সেয়েহে আমাৰ সমৃদ্ধিৰ বাবে প্ৰকৃতিক সুৰক্ষা প্ৰদান আৰু সংৰক্ষণ কৰাটো হৈছে আমাৰ কৰ্তব্য। এই সৰোগত কৰি আহক আমি আটায়ে আমাৰ মাতৃস্বৰূপ প্ৰকৃতিৰ সৈতে থকা আমাৰ সৌহাদ্যপূৰ্ণ সম্বন্ধ আৰু প্ৰকৃতিয়ে মানৱ জাতিলৈ আগবঢ়োৱা অৱদানৰ শলাগ লওঁ। গছপুলি ৰোপণ, আৱৰ্জনা নিষ্কাষণ, পাকঘৰৰ আৱৰ্জনা হ্ৰাসকৰণ, আৱৰ্জনা পৃথকীকৰণ, বিদ্যুত আৰু পানী ৰাহি, পৰিৱেশ অনুকূল সামগ্ৰীৰ ব্যৱহাৰ, প্লাষ্টিক আৱৰ্জনা বৰ্জন আৰু প্লাষ্টিকৰ বিকল্প সামগ্ৰীৰ ব্যৱহাৰ ইত্যাদিৰ জৰিয়তে আমি পৰিৱেশৰ ভাৰসাম্যতা ৰক্ষা কৰিব পাৰো।
এই বন মহোৎসৱ সপ্তাহত গছ ৰোপণ কৰি থকা সময়ত আপুনি তোলা চেল্ফিখন আমাৰ সৈতে শ্বেয়াৰ কৰক আৰু এখন সেউজীয়া আৰু নিকা অসম গঢ়াত আমাক সহায় কৰক। শ্ৰেষ্ঠ চেল্ফিখনে অসমৰ মাননীয় মুখ্যমন্ত্ৰী মহোদয়ৰ পৰা এখন প্ৰশস্তিপত্ৰ লাভ কৰিব। ফটোখনৰ লগত গছজোপাৰ নাম আৰু ঠাইখনৰ নাম উল্লেখ কৰিবলৈ নাপাহৰিব।
ফটো ৫ জুনৰ পৰা ১০ জুলাই, ২০১৭ ৰ ভিতৰত প্ৰেৰণ কৰিব লাগিব।
চৰ্তাৱলী :
• অংশগ্ৰহকাৰীসকলে গছপুলিৰ নাম উল্লেখ কৰাটো প্ৰয়োজনীয়।
• এগৰাকী ব্যক্তিয়ে কমেও এটা গছপুলি ৰোপণ কৰিব লাগিব।
• চেল্ফিখন আপুনি নিজে ৰোপণ কৰা গছপুলিটোৰ সৈতে উঠা হ’ব লাগিব।
• জালিয়াতিৰে উঠা চেল্ফি পঠিয়ালে অংশগ্ৰহণ বাতিল কৰা হ’ব।
• গছপুলি ৰোপণ কৰা ঠাইখনৰ নাম উল্লেখ কৰাটো বাঞ্চনীয়।
• পুৰস্কাৰ বিজয়ী সকলৰ নাম চূড়ান্ত কৰাৰ আগতে আমাৰ স্থানীয় প্ৰতিনিধিসকলৰ এগৰাকীয়ে নিৰ্দিষ্ট স্থানডোখৰ পৰিদৰ্শন কৰিব।
• গছপুলিটো মাজে মাজে পৰীক্ষা কৰাৰ বাবে স্থানীয় প্ৰতিনিধি গৰাকীয়ে নিৰ্দিষ্ট সময়ৰ অন্তৰে অন্তৰে স্থানডোখৰ পৰিদৰ্শন কৰিব পাৰে।
zahirul Hussain 8 বছৰ 3 হিচাপপূৰ্বে
Zahirul Hussain
Sir I am sending herewith my topic please chack the attachment with regerds.
Zahirul Hussain ,Jorhat Assam
Dhritiman Chutia 8 বছৰ 4 হিচাপপূৰ্বে
"A society grows great when old men plant Trees whose shade they know they shall never sit in".
Plantation done at Red Cross Hospital Campus, Chandmari, Guwahati.
Dr Banajit Pathak 8 বছৰ 4 হিচাপপূৰ্বে
নমস্কাৰ চাৰ/মেডাম,
মোৰ নিজা উদ্যোগত লগোৱা গছপুলি কেইটামানৰ ফটো upoload কৰিলো৷ গছপুলিখিনি ২০১৫ চনৰ আগষ্ট/চেপ্তেম্বৰ মানতে ৰোপন কৰা৷ ৩০ জোপাতকৈয়ো বেছি কাঞ্চন ফুলৰ গছ ৷
স্থান -- চিকিৎসকৰ আৱাস চৌহদ,বকো FRU/CHC চিকিৎসালয়,৷কামৰূপ৷
ধন্যবাদ
Respected Sir/Madam
I have uploaded few of photos of plantation of trees. Plantation are done on Aug/Sep in the year 2015 in my personal initiation. More then 30 of kanchan trees there.
Place--Doctors resident campus,Boko FRU/CHC Hospital.Kamrup.
Thanks
Abdul Munim Twaha 8 বছৰ 4 হিচাপপূৰ্বে
Plantation at 947 No Kaljhar Helnarpam L. P. School, Baksa on the ocasion of WORLD ENVIRONMENT DAY 05-06-2017. Here are some selfie and moments of Plantation and meeting organised at school campus that day.
Name: Abdul Munim Twaha
Plant Name: Jamun and Jack fruit
Mobile no:9435124923
Abhijit Kakoty 8 বছৰ 4 হিচাপপূৰ্বে
Sapling plantation at Garbage Collection Point in front of Darrang College & Kanaklata Civil Hospital Tezpur
Sonitpur DC 8 বছৰ 4 হিচাপপূৰ্বে
Massive sapling plantation ,rally and cleanliness drive was carried out to mark the celebrations of the World Environment Day on the theme “Mission Prakiti”
Dipanka Phukon 8 বছৰ 4 হিচাপপূৰ্বে
LISTEN TO MOTHER NATURE, SAVE WHAT SAVES YOU
NAME:Dipanka Phukon
PLANT NAME:Debodaru
DATE: 5th June 2017
"WORLD ENVIRONMENT DAY "
VENUE: Jorhat Govt Girls H.S.& M.P.School (ASSAM)
CONTACT NO:8486946123
EMAIL:phukandipanka@gmail.com
H.R. Rowniar 8 বছৰ 4 হিচাপপূৰ্বে
5th june trees distribution program to
near traffic police point ,biswanath
H.R. Rowniar 8 বছৰ 4 হিচাপপূৰ্বে
Trees combat climate change
5th june world environment day
2500 trees distribution program our ngo to near traffic police point biswanath charali d.biswanath
H.R. Rowniar 8 বছৰ 4 হিচাপপূৰ্বে
plant trees save earth