- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসমৰ সাংস্কৃতিক পৰম্পৰা সমূহ কেনেদৰে সংৰক্ষণ তথা প্ৰসাৰ সম্পৰ্কীয় ৰচনা প্ৰতিযোগিতা
অসমৰ আছে এক নিজস্ব চহকী সাংস্কৃতিক পৰিচয়। অসমীয়া সংস্কৃতি গঢ় লৈ ...

অসমৰ আছে এক নিজস্ব চহকী সাংস্কৃতিক পৰিচয়। অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে প্ৰায় ২০০০ বছৰ পুৰণি বিভিন্ন নৃগোষ্ঠীয় আৰু সাংস্কৃতিক গোটসমূহৰ সংস্কৃতিৰ মিলনৰ জৰিয়তে। ভাষা, শিল্প, লোক সংস্কৃতি, উৎসৱ, পৰিৱেশ, খাদ্য, লোক সাহিত্য ইত্যাদিৰ দ্বাৰা পৰিবেষ্টিত সমন্বয়ৰ দ্বাৰা গঢ়ি উঠে এটা জাতিৰ পৰিচয়।
বিশ্বায়ন, প্ৰচাৰ মাধ্যমৰ বিকাশ তথা উন্নত সংযোগ ব্যৱস্থাৰ প্ৰভাৱৰ ফলত লোক-সংস্কৃতি সমূহত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ বিভিন্ন নৃগোষ্ঠীয় সম্প্ৰদায়সমূহৰ লোক সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। লগতে বিভাগটোৱে জনসাধাৰণৰ মাজত সাংস্কৃতিক ঐতিহ্য সম্পৰ্কে সচেতনতা সৃষ্টি আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো কাম কৰি আছে। লাগতে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সাংস্কৃতিক আদান-প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে।
এই প্ৰচেষ্টা অধিক সবল কৰি তুলিবলৈ অসম চৰকাৰে মাই গভ্ অসমৰ জৰিয়তে অসমৰ নাগৰিক সকলৰ বাবে “অসমৰ সাংস্কৃতিক পৰম্পৰাসমূহৰ কেনেদৰে সংৰক্ষণ তথা প্ৰসাৰ কৰিব পাৰি” বিষয়ক ৰচনা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
এই প্ৰতিযোগিতাৰ বিজয়ী সকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
চৰ্তাৱলী:
• ৰচনাৰ মূল বিষয় : অসমৰ সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰসাৰ
• ৰচনাখনৰ সৰ্বাধিক শব্দ ১০০০ টা হোৱাটো প্ৰয়োজন।
• ৰচনাসমূহ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা অথবা বড়ো ভাষাত হ’ব লাগিব।
• পিডিএফ ফাইল হিচাবে জমা দিব লাগিব আৰু ফাইলৰ আকাৰ ১০ এম বি ত কৈ কম হ’ব লাগিব।
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে পঠিয়াব পাৰিব অন্যথা অগ্ৰাহ্য কৰা হ’ব।
• ৰচনাখনৰ মূল প্ৰতিলিপিহে গ্ৰহণ কৰা হ’ব। নকল প্ৰতিলিপি গ্ৰাহ্য কৰা নহ’ব।
• ৰচনা স্বলিখিত হোৱাটো বাঞ্চনীয়।
বি:দ্ৰ: ৰচনাসমূহ মূল প্ৰতিলিপিৰ হয়নে নহয় সেয়া বিচাৰ কৰি চাবলৈ সমিতিয়ে সকলো প্ৰচেষ্টা হাতত ল’ব। ৰচনাসমূহ নকল প্ৰতিলিপি বুলি চিনাক্ত হ’লে মাই গভ অসম পৰ্টেল দায়ী নহ’ব।









Bedananda Borah 8 বছৰ 5 হিচাপপূৰ্বে
PFA
Manisha Choudhury 8 বছৰ 5 হিচাপপূৰ্বে
The most crucial need of the hour is preserving and promoting the cultural traditions of Assam, because without culture, we do not have an identity. Due to gobalization and blind following of other popular cultures our very own culture is suffering distinction. Being Assamese each one of us should try to preserve the rich ethnic culture of Assam so that we can gift this beautiful culture to our coming generations, the way we inherited from our ancestors. Attached herewith is the essay.
supriti kaur hans 8 বছৰ 5 হিচাপপূৰ্বে
Dear Readers, your most welcome to come read the essay penned down by Supriti kaur Hans.
To promote and preserve the culture of Assam is very important as it is an part of the 'Indian History'.Henceforth,See it realistically, in the 21st century,the best way to promote and preserve the culture is by launching Awarnessprograms through 'Mass-Media.That its is mandatory to preserve our culture,i.e identity or else we're in danger,damaging the upinning of our identity.
Mitul Bhaskar Baisya 8 বছৰ 5 হিচাপপূৰ্বে
Sir, I am hereby submitting my essay " How to preserve and promote the culture traditions of Assam". Mitul Bhaskar Baishya
Dipankar Dhar 8 বছৰ 5 হিচাপপূৰ্বে
I have posted my essay on how to preserve and promote culture of Assam
Partha Pratim Mazumder 8 বছৰ 5 হিচাপপূৰ্বে
Here i submitted my Essay on "preserve and promote the cultural traditions of Assam". i am belongs to Balikuria village under Nalbari district .