- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অসমৰ সাংস্কৃতিক পৰম্পৰা সমূহ কেনেদৰে সংৰক্ষণ তথা প্ৰসাৰ সম্পৰ্কীয় ৰচনা প্ৰতিযোগিতা
অসমৰ আছে এক নিজস্ব চহকী সাংস্কৃতিক পৰিচয়। অসমীয়া সংস্কৃতি গঢ় লৈ ...

অসমৰ আছে এক নিজস্ব চহকী সাংস্কৃতিক পৰিচয়। অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে প্ৰায় ২০০০ বছৰ পুৰণি বিভিন্ন নৃগোষ্ঠীয় আৰু সাংস্কৃতিক গোটসমূহৰ সংস্কৃতিৰ মিলনৰ জৰিয়তে। ভাষা, শিল্প, লোক সংস্কৃতি, উৎসৱ, পৰিৱেশ, খাদ্য, লোক সাহিত্য ইত্যাদিৰ দ্বাৰা পৰিবেষ্টিত সমন্বয়ৰ দ্বাৰা গঢ়ি উঠে এটা জাতিৰ পৰিচয়।
বিশ্বায়ন, প্ৰচাৰ মাধ্যমৰ বিকাশ তথা উন্নত সংযোগ ব্যৱস্থাৰ প্ৰভাৱৰ ফলত লোক-সংস্কৃতি সমূহত বিভিন্ন ধৰণৰ প্ৰভাৱ পৰিছে। সাংস্কৃতিক পৰিক্ৰমা বিভাগে ৰাজ্যখনৰ বিভিন্ন নৃগোষ্ঠীয় সম্প্ৰদায়সমূহৰ লোক সংস্কৃতিৰ প্ৰচাৰ, প্ৰসাৰ আৰু সংৰক্ষণৰ বাবে নিৰৱচ্ছিন্নভাৱে কাম কৰি আহিছে। লগতে বিভাগটোৱে জনসাধাৰণৰ মাজত সাংস্কৃতিক ঐতিহ্য সম্পৰ্কে সচেতনতা সৃষ্টি আৰু নিয়োগ সৃষ্টিৰ ক্ষেত্ৰতো কাম কৰি আছে। লাগতে ৰাষ্ট্ৰীয় তথা আন্ত:ৰাষ্ট্ৰীয় পৰ্যায়ত সাংস্কৃতিক আদান-প্ৰদানৰ ওপৰতো গুৰুত্ব আৰোপ কৰি আহিছে।
এই প্ৰচেষ্টা অধিক সবল কৰি তুলিবলৈ অসম চৰকাৰে মাই গভ্ অসমৰ জৰিয়তে অসমৰ নাগৰিক সকলৰ বাবে “অসমৰ সাংস্কৃতিক পৰম্পৰাসমূহৰ কেনেদৰে সংৰক্ষণ তথা প্ৰসাৰ কৰিব পাৰি” বিষয়ক ৰচনা লিখা প্ৰতিযোগিতাৰ আয়োজন কৰিছে।
এই প্ৰতিযোগিতাৰ বিজয়ী সকলক অসমৰ মাননীয় মুখ্যমন্ত্ৰীৰ স্বাক্ষৰ সম্বলিত এখন প্ৰমাণ পত্ৰ প্ৰদান কৰা হ’ব।
চৰ্তাৱলী:
• ৰচনাৰ মূল বিষয় : অসমৰ সাংস্কৃতিক পৰম্পৰাৰ সংৰক্ষণ আৰু প্ৰসাৰ
• ৰচনাখনৰ সৰ্বাধিক শব্দ ১০০০ টা হোৱাটো প্ৰয়োজন।
• ৰচনাসমূহ ইংৰাজী, অসমীয়া, হিন্দী, বাংলা অথবা বড়ো ভাষাত হ’ব লাগিব।
• পিডিএফ ফাইল হিচাবে জমা দিব লাগিব আৰু ফাইলৰ আকাৰ ১০ এম বি ত কৈ কম হ’ব লাগিব।
• এজন প্ৰতিযোগীয়ে কেৱল এখন ৰচনাহে পঠিয়াব পাৰিব অন্যথা অগ্ৰাহ্য কৰা হ’ব।
• ৰচনাখনৰ মূল প্ৰতিলিপিহে গ্ৰহণ কৰা হ’ব। নকল প্ৰতিলিপি গ্ৰাহ্য কৰা নহ’ব।
• ৰচনা স্বলিখিত হোৱাটো বাঞ্চনীয়।
বি:দ্ৰ: ৰচনাসমূহ মূল প্ৰতিলিপিৰ হয়নে নহয় সেয়া বিচাৰ কৰি চাবলৈ সমিতিয়ে সকলো প্ৰচেষ্টা হাতত ল’ব। ৰচনাসমূহ নকল প্ৰতিলিপি বুলি চিনাক্ত হ’লে মাই গভ অসম পৰ্টেল দায়ী নহ’ব।









triparna kalita 8 বছৰ 9 হিচাপপূৰ্বে
Triparna Kalita
Medium: Assamese
Pathsala, Assam
Barpeta
kalitatriparnaa@gmail.com
Mooktawali Bharali 8 বছৰ 10 হিচাপপূৰ্বে
Dear Sir
I have been attached my essay for your kind perusal and necessary action.
With Regards
Mooktawali Bharali
Farzana Begum 8 বছৰ 10 হিচাপপূৰ্বে
Respected Sir/Madam,
Since I am a student reading in class 8, I am submitting my essay through my mother's Facebook account.
Regards,
Inarat Hussain
Shyam Lal Verma 8 বছৰ 10 হিচাপপূৰ্বে
Dear Sir,
Pleased to attach herewith my essay on the subject today.
Thanking you,
Shyam Lal Verma
Himadri Ghosh 8 বছৰ 10 হিচাপপূৰ্বে
I Sumbi my task today on June 3 4:38 P.M
Subrat barman 8 বছৰ 10 হিচাপপূৰ্বে
Sir here i submitted my essay ......
Kristi Sharma 8 বছৰ 10 হিচাপপূৰ্বে
I hope I am able to deliver the thoughts I have in my mind.
Upasana Barman 8 বছৰ 10 হিচাপপূৰ্বে
Upasana Barman, Morigaon
Ronjoy Bordoloi 8 বছৰ 10 হিচাপপূৰ্বে
Dear Respected Sir,
Please find attached my essay on “How to preserve and promote the cultural traditions of Assam” for your kind perusal.
With Regards,
Sri. Ronjoy Bordoloi,
S/O Sri. Dilip Bordoloi,
H/No: 25,
PO: Beltola, Bhetapara, Bani-Path,
GHY-781028, Assam.
Nishanta Khatoniyar 8 বছৰ 10 হিচাপপূৰ্বে
আশা কৰোঁ, মোৰ লেখাটো এবাৰ পঢ়ি চাব...