You don't have javascript enabled. Please Enabled javascript for better performance.

অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতাৰ ওপৰত পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা

Start Date: 18-04-2017
End Date: 19-05-2017

মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। ...

বিতং তথ্য চাওক বিতং তথ্য গোপন কৰক

মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এই সমস্যাই গভীৰভাৱে দেখা দিছে। শৌচাগাৰৰ অভাৱ আৰু স্বাভাৱজাত অভ্যাস ইয়াৰ এক মূল কাৰণ। যদিও অসমৰ নগৰাঞ্চলৰ লোকৰ মাজত এনে প্ৰৱণতা কম তথাপি ঘন বসতিপূৰ্ণ কিছুমান এলেকা অথবা বহিৰাগত লোকৰ ক্ষেত্ৰত এনে প্ৰৱনতা দেখা পোৱা যায়। নগৰাঞ্চলত বাস কৰা লোকৰ কিছু সংখ্যকৰ উপযুক্ত জ্ঞানৰ অভাৱৰ বাবে প্ৰায়ে পকী শৌচালয়ৰ পৰিৱৰ্তে কেঁচা শৌচালয় ব্যৱহাৰ কৰে। নগৰাঞ্চলত বহু শিক্ষিতলোকে মুকলিকৈ প্ৰস্ৰাৱ কৰা দেখা যায়। ইয়াৰ দ্বাৰা অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰে। অসম চৰকাৰে অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতাৰ ক্ষেত্ৰত শৌচাগাৰ নিৰ্মাণকে ধৰি বিভিন্ন কাম হাতত লৈছে।

এই প্ৰতিযোগিতাৰ দ্বাৰা অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতা বিষয়ত জনসাধাৰণৰ পৰা বিভিন্ন মতামত আহ্বান কৰা হৈছে। সু-স্বাস্থ্যৰ বাবে সম্ভাৱ্য প্ৰতিৰোধমূলক ব্যৱস্থা সমাধান সূত্ৰ প্ৰদৰ্শনৰ জৰিয়তে অনাময় শৌচাগাৰ নিৰ্মাণ কৰি ইয়াক ব্যৱহাৰ কৰিবলৈ নাইবা বৰ্তমানৰ কেঁচা শৌচালয় সমূহ অনাময় শৌচালয়লৈ পৰিৱৰ্তন কৰিবলৈ আমি জনসাধাৰণক এই প্ৰতিযোগিতাৰ দ্বাৰা উৎসাহিত কৰিব বিচাৰো, যিয়ে অসমক এখন মুকলি স্থানত মলত্যাগ মুক্ত ৰাজ্য হিচাবে পৰিগণিত কৰিব।

অন্তিম তাৰিখ : ১৮.০৫.১৭
প্ৰথম পুৰস্কাৰ ৩০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ ২০,০০০ টকা
তৃতীয় পুৰস্কাৰ ১০,০০০ টকা

সকলো মন্তব্য
মুঠ অৱদান ( 138) অনুমোদিত অৱদানসমূহ (135) পৰ্যালোচনাৰ বাবে ৰখা অৱদানসমূহ (3) জমা বন্ধ
Reset
135 তথ্য পোৱা গ’ল
300

Kasturi Dutta 7 বছৰ 11 হিচাপপূৰ্বে

Sanitation is as important as wealth, because sanitation and good odd leads to a healthy lifestyle and a happier life. Let's join hands and walk towards the path of a better future and make Assam and India as well as the other states the best place to live.
May this initiative boosts' up the awareness programme

300

Chiranjit kumar Roy 7 বছৰ 11 হিচাপপূৰ্বে

Create awarness among people to use proper sanitation and make open defecation free assam, for better health and better living. It is our responsiblity to make change in our socity for better health and better living... take a small step towards NIRMAL GAON NIRMAL ASOM.