- 'প্ৰজ্ঞা অসম' কুইজ
- Advantage Assam
- Agriculture Department, Assam
- Animal Husbandry and Veterinary Department, Assam
- Assam Employment And Labour Department
- Assam Health And Family Welfare Department
- Assam Police
- Assam Power Distribution Company Limited
- Assam Science And Technology Department
- Assam Skill Development Mission (ASDM)
- Chief Minister Samagra Gramya Unnayan Yojana
- ক্ৰিয়েটিভ কৰ্ণাৰ
- Cultural Affairs Department, Assam
- Department of Education, Govt. of Assam
- Discover Assam
- Environment and Forests Department, Assam
- Finance Department, Assam
- Gyan Bharati
- Inspiring Assam
- Social Welfare Department
- Transport Department, Assam
- Yoga
- প্ৰাগজ্যোতিষৰ জিলিঙনি
অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতাৰ ওপৰত পোষ্টাৰ ডিজাইন প্ৰতিযোগিতা
মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। ...

মুকলি ঠাইত মলত্যাগ হৈছে জনস্বাস্থ্যৰ প্ৰতি এক ভাবুকি স্বৰূপ। জনসংখ্যা বাঢ়ি অহাৰ লগে লগে এই সমস্যাই গভীৰভাৱে দেখা দিছে। শৌচাগাৰৰ অভাৱ আৰু স্বাভাৱজাত অভ্যাস ইয়াৰ এক মূল কাৰণ। যদিও অসমৰ নগৰাঞ্চলৰ লোকৰ মাজত এনে প্ৰৱণতা কম তথাপি ঘন বসতিপূৰ্ণ কিছুমান এলেকা অথবা বহিৰাগত লোকৰ ক্ষেত্ৰত এনে প্ৰৱনতা দেখা পোৱা যায়। নগৰাঞ্চলত বাস কৰা লোকৰ কিছু সংখ্যকৰ উপযুক্ত জ্ঞানৰ অভাৱৰ বাবে প্ৰায়ে পকী শৌচালয়ৰ পৰিৱৰ্তে কেঁচা শৌচালয় ব্যৱহাৰ কৰে। নগৰাঞ্চলত বহু শিক্ষিতলোকে মুকলিকৈ প্ৰস্ৰাৱ কৰা দেখা যায়। ইয়াৰ দ্বাৰা অস্বাস্থ্যকৰ পৰিৱেশে বিৰাজ কৰে। অসম চৰকাৰে অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতাৰ ক্ষেত্ৰত শৌচাগাৰ নিৰ্মাণকে ধৰি বিভিন্ন কাম হাতত লৈছে।
এই প্ৰতিযোগিতাৰ দ্বাৰা অনাময় আৰু মুকলিত মলত্যাগ মুক্ত সজাগতা বিষয়ত জনসাধাৰণৰ পৰা বিভিন্ন মতামত আহ্বান কৰা হৈছে। সু-স্বাস্থ্যৰ বাবে সম্ভাৱ্য প্ৰতিৰোধমূলক ব্যৱস্থা সমাধান সূত্ৰ প্ৰদৰ্শনৰ জৰিয়তে অনাময় শৌচাগাৰ নিৰ্মাণ কৰি ইয়াক ব্যৱহাৰ কৰিবলৈ নাইবা বৰ্তমানৰ কেঁচা শৌচালয় সমূহ অনাময় শৌচালয়লৈ পৰিৱৰ্তন কৰিবলৈ আমি জনসাধাৰণক এই প্ৰতিযোগিতাৰ দ্বাৰা উৎসাহিত কৰিব বিচাৰো, যিয়ে অসমক এখন মুকলি স্থানত মলত্যাগ মুক্ত ৰাজ্য হিচাবে পৰিগণিত কৰিব।
অন্তিম তাৰিখ : ১৮.০৫.১৭
প্ৰথম পুৰস্কাৰ ৩০,০০০ টকা
দ্বিতীয় পুৰস্কাৰ ২০,০০০ টকা
তৃতীয় পুৰস্কাৰ ১০,০০০ টকা
DIGANTA MADHAV GOSWAMI 7 বছৰ 11 হিচাপপূৰ্বে
"মুকলিত এৰিলে মল, জীৱন নহয় নিৰ্মল"
প্ৰেৰক-
শ্ৰী দিগন্ত মাধৱ গোস্বামী
ঠিকনা-
ৰামধেনু,নিউজ লাইভ বিল্ডিং
খ্ৰীষ্টান বস্তি, গুৱাহাটী-৫
sayanika phukan 7 বছৰ 11 হিচাপপূৰ্বে
USE BETTER SANITARY SYSTEM AND BE HEALTHY,
NAME: SAYANIKA PHUKAN
ADDRESS : HATICHUNGI KOMAR GAON, PO- KARANGA, DIST- JORHAT, ASSAM, PIN - 785008
Pratikshit Baruah 7 বছৰ 11 হিচাপপূৰ্বে
Sanitation and ODF Awareness poster
Ashapurna Gogoi 7 বছৰ 11 হিচাপপূৰ্বে
Let's build a clean and healthy society
Bhaswati Sarmah 7 বছৰ 11 হিচাপপূৰ্বে
Bhaswati Sarmah
C/O Satyen Sarmah
Mahara Gaon
P O Teok
Dist Jorhat
Pin 785112
Anjal Baruah 7 বছৰ 11 হিচাপপূৰ্বে
POSTER ON SANITATION AND ODF
PAHELI SABNAM 7 বছৰ 11 হিচাপপূৰ্বে
Lets make some effort on our side to bring about the changes that once Mahatma Gandhi Dreamt.....
MB Road Kharupetia Town
PO+PS- Kharupetia
Darrang(Assam)-784115
M-9435385607
robin goswami 7 বছৰ 11 হিচাপপূৰ্বে
lets fulfill Gandhi ji's dream of clean India.
Dipanshi Goswami
Class VI
Azara gadhuli bhazar
c/0 bijit das building Mirzapur
Anindram das 7 বছৰ 11 হিচাপপূৰ্বে
Use sanitation
Nikita Lahkar 7 বছৰ 11 হিচাপপূৰ্বে
Sanitation awareness
Nikita Lahkar
Class 10 boards appeared this year