You don't have javascript enabled. Please Enabled javascript for better performance.

ৰাজ্যত অব্যাহত ক'ভিড-১৯ ৰ প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা

Start Date: 18-02-2021
End Date: 18-02-2021
ক'ভিড-১৯ ৰ সংক্ৰমণে সমগ্ৰ বিশ্বজুৰি সৃষ্টি কৰা জটিল পৰিস্থিতিৰ অৱসান ঘটোৱাৰ প্ৰচেষ্টাৰে ভাৰতবৰ্ষত উদ্ভাৱন কৰা হ'ল ক'ভিড-১৯ ৰ প্ৰতিষেধক ৷ দেশবাসীৰ বাবে ইতিবাচক বাৰ্তা কঢ়িয়াই অনা এই প্ৰতিষেধক সম্পূৰ্ণ বিজ্ঞানসন্মত আৰু সুৰক্ষিত ৷ বৰ্তমান দেশৰ বিভিন্ন প্ৰান্তৰ লগতে অসমতো গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালত পৰ্যায়ক্ৰমে প্ৰতিষেধক প্ৰদানৰ ব্যৱস্থা অব্যাহত আছে ৷ আহক এটি ভিডিঅ'ৰ জৰিয়তে প্ৰতিষেধক প্ৰদান প্ৰক্ৰিয়া সন্দৰ্ভত সবিশেষ জানো ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে