You don't have javascript enabled. Please Enabled javascript for better performance.

সৰিয়হ খেতিৰে খ্যাতি আৰ্জিছে মাজুলীৰ বিনয় লিখকে

Start Date: 09-08-2018
End Date: 31-08-2021
মাজুলীৰ বিনয় লিখক হৈছে এগৰাকী প্ৰগতিশীল কৃষক। বিভিন্ন কৃষি কাৰ্যত ব্যস্ত হৈ থাকি ভাল পোৱা বিনয় লিখক নিৰ্বাচিত হৈছিল অসম চৰকাৰে এই বছৰত ভিয়েটনামলৈ পঠিওৱা ১৫ গৰাকী কৃষকৰ মাজৰ এগৰাকী কৃষক হিচাবে। নতুন দিল্লীত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উদ্যোগত অনুষ্ঠিত ‘কৃষি উন্নতি মেলা’ত ‘কৃষি কৰ্মন বঁটা২০১৫-১৬’-ৰ বাবেদেশৰ নিৰ্বাচিত কৃষক সকলৰ মাজত জিলিকিছিল বিনয় লিখক। ভাৰতৰ মাননীয় প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই যোৱা মাৰ্চ মাহত এই বঁটা প্ৰদান কৰিছিল।সৰিয়হ খেতিৰ জৰিয়তে বিনয় লিখকে ইতিমধ্যে খ্যাতি অৰ্জন কৰিছে। জনতাৰ চৰকাৰ মাই গভ অসমৰ এটা দলে কিছুদিনৰ আগতে মত বিনিময় কৰিছিল এই গৰাকী কৃষকৰ সৈতে। আহকচোন, তেখেতৰ বিষয়ে কিছু কথাৰ গম লওঁ।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
3 তথ্য পোৱা গ’ল