You don't have javascript enabled. Please Enabled javascript for better performance.

প্লাষ্টিকৰ বিকল্প বাঁহৰ সামগ্ৰীৰ ব্যৱসায়েৰে উজলিছে বিশ্বনাথৰ ধৃতিমান বৰা

Start Date: 03-11-2018
End Date: 30-11-2021
বিশ্বনাথ চাৰিআলিৰ উদ্যমী যুৱক ধৃতিমান বৰা। ২০০১ চনৰে পৰা ডি বি ইণ্ডাষ্ট্ৰীজ নামেৰে এটা বাঁহৰ উদ্যোগ আৰম্ভ কৰি বৰ্তমান ইয়াক এক লাভজনক ব্যৱসায় হিচাবে গঢ়ি তুলিছে আৰু লগতে বহুজনক কৰ্ম সংস্থাপনো দি আহিছে। প্লাষ্টিকৰ এক বিকল্প হিচাবে বাঁহেৰে বিভিন্ন সা-সামগ্ৰী নিৰ্মাণ কৰি ইয়াক অসমৰ লগতে অসমৰ বাহিৰতো ব্যৱসায়েৰে অসমৰ প্ৰচুৰ সম্ভাৱনাপূৰ্ণ বাঁহ উদ্যোগক এক নতুন ৰূপত প্ৰতিষ্ঠা কৰিছে ধৃতিমান বৰাই। অন্যান্য সামগ্ৰীৰ লগতে ডি বি ইণ্ডাষ্ট্ৰীজৰ উদ্যোগত বাঁহেৰে নিৰ্মিত পানী বটলে ইতিমধ্যে জনপ্ৰিয়তা আৰ্জিছে। মাই গভ অসমৰ এটা দলে কিছুদিন পূৰ্বে ডিবি ইণ্ডাষ্ট্ৰীজ ভ্ৰমণ কৰি ধৃতিমান বৰাৰ সাফল্যৰ এই যাত্ৰৰ বিষয়ে কিছু কথা পাতিছিল।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
4 তথ্য পোৱা গ’ল

JAYANTA TOPADAR 6 বছৰ 1 সপ্তাহ পূৰ্বে

अपने अतुलनीय कर्म द्वारा आप इस मानव समाज को पलिथिन मुक्त करवाने मेंं अपना अभूतपूर्व योगदान देकर इस विश्वपरिवार को एक नई दिशा दे रहे हैं।