You don't have javascript enabled. Please Enabled javascript for better performance.

নলবাৰীৰ জাপি শিল্পীসকললৈ উপযুক্ত সন্মান

Start Date: 04-01-2021
End Date: 31-01-2024
অসমৰ লোক সংস্কৃতিৰ এক অন্যতম পৰিচয় হৈছে জাপি ৷ অসমৰ জাতীয় জীৱনৰ প্ৰতীক জাপি শিল্পৰ সৈতে জড়িত থলুৱা শিল্পীসকলক আৰ্থিক সুৰক্ষা প্ৰদানৰ লগতে এই উদ্যোগটোৰ উন্নয়নৰ উদ্দেশ্যে অসম চৰকাৰে শেহতীয়াকৈ মুখ্যমন্ত্ৰী থলুৱা উদ্যোগ বিকাশ আঁচনিৰ অধীনত অৰ্থ সাহায্য আগবঢ়াইছে ৷ চৰকাৰৰ এই পদক্ষেপে নলবাৰীৰ মুগকুছি গাঁৱৰ থলুৱা শিল্পীসকলৰ জীৱনলৈ কঢ়িয়াই আনিছে আশাৰ বতৰা ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
35 তথ্য পোৱা গ’ল
  •