You don't have javascript enabled. Please Enabled javascript for better performance.

দৰ্শনা সেনগুপ্তা - উত্তৰ পূৱৰ প্ৰথম গাড়ী চালনাৰ মহিলা প্ৰশিক্ষক

Start Date: 13-07-2018
End Date: 31-07-2021
দৰ্শনা সেনগুপ্তা - উত্তৰ পূৱৰ প্ৰথম গাড়ী চালনাৰ মহিলা প্ৰশিক্ষক। দৈনিক গুৱাহাটী মহানগৰীৰ ৰাজপথত বিভিন্নজনক গাড়ী চলোৱাৰ প্ৰশিক্ষণ আগবঢ়াই নিজকে এগৰাকী প্ৰতিষ্ঠিত মহিলাৰূপে গঢ়ি তুলিছে এইগৰাকী উদ্যমী মহিলাই। সাহসিকতা আৰু ব্যতিক্ৰমী কৰ্মচিন্তাৰে আন মহিলাসকলকো অনুপ্ৰেৰণা যোগায় অহা দৰ্শনা সেনগুপ্তালৈ মাই গভ্ অসমৰ আন্তৰিক শুভকামনা।
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে
Reset
2 তথ্য পোৱা গ’ল