You don't have javascript enabled. Please Enabled javascript for better performance.

ড্ৰামিং পদ্ধতি – তাতঁবাটি কৰাৰ এক সহজ উপায়

Start Date: 10-09-2018
End Date: 10-09-2018
অসমৰ গৌৰৱময় বয়নশিল্পই বহু পৰিয়ালক আৰ্থিক সকাহ প্ৰদান কৰি আহিছে ৷ কিন্তু বৰ্তমান সময়ত সূতা কটা তথা তাঁতবাটি কৰাৰ পুৰণি পদ্ধতিৰে অধিক উৎপাদনত মনোনিৱেশ কৰাৰ ক্ষেত্ৰত অসমৰ শিপিনীসকল বিভিন্ন সমস্যাৰ সন্মুখীন হ'বলগীয়া হয়৷ সাম্প্ৰতিক সময়ত এই পদ্ধতিৰ আধুনিকীকৰণ সম্ভৱ হৈছে৷ যাৰ জৰিয়তে অতি কম কষ্টেৰে শিপিনীসকল অধিক উপাৰ্জনক্ষম হোৱাৰ থল আছে৷ ড্ৰামিং পদ্ধতিৰ জৰিয়তে তাতঁবাটি কৰি অসমৰ শিপিনীয়ে ব্যৱসায়িক ভিত্তিত কাপোৰ উৎপাদনৰ ক্ষেত্ৰত নিজকে নিয়োজিত কৰাৰ লগতে ইয়াৰ দ্বাৰা উদ্যোগী ৰূপেও নিজকে প্ৰতিষ্ঠিত কৰিব পাৰে ৷
সকলো মন্তব্য
আলাপ আলোচনা
এই কথা-বাৰ্তাৰ বাবে মন্তব্য স্থগিত ৰখা হৈছে